Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

publisher by publisher
September 10, 2026
in Assam, News, Wildlife
Reading Time: 1 min read
0
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

ADVERTISEMENT

18 Ft- Long giant Python Rescued in Tezpur:

দেশৰ ভিতৰতে এইপৰ্যন্ত উদ্ধাৰ হোৱা দ্বিতীয় সৰ্বোচ্চ বৃহৎ আকাৰৰ অজগৰ সাপডাল উদ্ধাৰ হৈছে তেজপুৰত৷যোৱা মংগলবাৰে নিশা এই বৃহৎ আকাৰৰ জগৰডাল উদ্ধাৰ কৰা হয়৷উল্লেখযোগ্য যে,তেজপুৰৰ তল গেৰেকীৰ পৰা উদ্ধাৰ হোৱা এই অজগৰডালৰ দৈৰ্ঘ ১৮ফুট বুলি নিশ্চিত কৰিছে বনবিভাগে৷অৱশ্যে অজগৰডালৰ ওজন কিমান সেয়া জানিব পৰা হোৱা নাই ৷

ইয়াৰ পূৰ্বে ২০২৫ত উত্তৰাখণ্ডতহে ইমান বিশাল আকৃতিৰ দুডাল অজগৰ উদ্ধাৰ কৰা হৈছিল৷ইয়াৰে ভিতৰত এডাল অজগৰ উত্তৰাখণ্ডৰ কাশীপুৰত প্ৰায় ২০ফুট দৈৰ্ঘৰ আৰু ৰামনগৰত ১৮ফুট দৈৰ্ঘৰ অজগৰ উদ্ধাৰ কৰা হৈছিল৷আনহাতে অসমত এইপৰ্যন্ত তেজপুৰত উদ্ধাৰ হোৱা অজগৰডালেই সৰ্বাধিক দীঘল অজগৰ ৷

প্ৰণিধানযোগ্য যে,তেজপুৰৰ তল গেৰেকী অঞ্চলত মংগলবাৰে নিশা এই ১৮ফুট দৈৰ্ঘৰ বিশাল অজগৰডাল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,এসময়ত জলাশয়,সেউজীয়া মুকলি অঞ্চলৰে আগুৰা তথ কেবাটাও টিলাৰে সমৃদ্ধ তল গেৰেকী অঞ্চল অজগৰৰ অন্যতম প্ৰাকৃতিক আৱাস ক্ষেত্ৰ হিচাপেই পৰিচিত৷সেই অঞ্চলতে নিশা প্ৰায় সাত বজাত এডাল বৃহৎ অজগৰ সাপ স্হানীয় লোকে দেখিবলৈ পায় আৰু সেইবিষয়ে বনবিভাগক জনোৱা হয়৷কিন্তু বনবিভাগে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অজগৰটোৰ উপস্থিতিৰ বিষয়ে সৰ্পবান্ধৱ সৌৰভ বৰকটকীক জনোৱা হয় আৰু বৰকটকীয়ে সৰ্পবন্ধু ৰাজবল্লভ শৰ্মা,কনিষ্ঠ সৰ্পউদ্ধৰকাৰী তথা বৰকটকীৰ পুত্ৰ ৰাজ সৌৰভ বৰকটকী সহ সেই স্হানত উপস্থিত হৈ বিশালকায় অজগৰটো নিৰাপদে উদ্ধাৰ কৰে ৷

অজগৰটো চাবলৈ অঞ্চলটোত ভালেসংখ্যক লোক উপস্থিত হয়৷ইয়াৰ পাছত বৰকটকীয়ে বিশালকায় অজগৰটো বনবিভাগৰ সহযোগত ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে৷উল্লেখযোগ্য যে,ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলতো ভালেমান অজগৰ আছে আৰু ইয়াতো বৃহৎ আকৃতিৰ অজগৰ পোৱা যায়৷বৰকটকীয়ে কয় যে,অজগৰৰ দৰে প্ৰাণীক তাৰ প্ৰাকৃতিক আৱাসতে থাকিবলৈ দিব লাগে য’দিও তলগেৰেকী এক জনবসতিপূৰ্ণ অঞ্চল হোৱাত এনে বিশাল আকৃতিৰ অজগৰ থাকিলে অঞ্চলটোৰ মানুহ,পোহনীয়া জীৱৰ লগতে অজগৰটোৰ প্ৰতিও ভাবুকী আহিব পাৰে ৷

সেয়ে সমীপৰে ভোমোৰাগুড়ি বনাঞ্চল এই বিশাল অজগৰটোৰ বাবে উপযুক্ত আবাসক্ষেত্ৰ বুলিও তেওঁ কয়৷ইপিনে অজগৰটো দৈৰ্ঘ মাপ কৰাৰ পিছত অজগৰটো ১৮ফুট দীঘল বুলি বন বিভাগে প্ৰকাশ কৰাৰ লগতে ২০২৬ বৰ্ষত এনে বিশালকায় অজগৰ উদ্ধাৰৰ ঘটনা অসমত এইটোৱেই প্ৰথম বুলি বনবিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷আনহাতে বনবিভাগৰ হাতত ইয়াৰ পূৰ্বে ৰাজ্যত ইমান ডাঙৰ অজগৰ উদ্ধাৰ হোৱাৰো কোনো তথ্য নাই৷

উল্লেখযোগ্য যে সুদীৰ্ঘকলত বহু অজগৰ উদ্ধাৰ কৰা বৰকটকীয়ে ইয়াৰ পূৰ্বে এটা ১৫ফুট দৈৰ্ঘৰ অজগৰ তেজপুৰত উদ্ধাৰ কৰিছিল৷তদুপৰি ভোমোৰাগুৰিটো ১৫ফুট দৈৰ্ঘৰ আন এটা অজগৰৰ গাড়ীৰ চেপাত মৃত্যু ঘটিছিল৷উল্লেখযোগ্য যে,মংগলবাৰেই বৰকটকীয়ে তেজপুৰৰ আদালত চাৰিআলিৰ এজোপা গছৰ পৰাও আন এডাল অজগৰ নিৰাপদে উদ্ধাৰ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 18 Ft- Long giant Python Rescuedbig breking newslatest newssurav barkatakiTEZPUR
publisher

publisher

Related Posts

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d