Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

samimsultana by samimsultana
September 12, 2026
in Assam, News
Reading Time: 4 mins read
0
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

State BJP Executive Meeting:সেনাপতি থাকিলেও সৈন্য নাই, অহা ২০ বছৰলৈ অসমত কংগ্রেছ শাসনলৈ নাহেঃ দাবী মুখ্যমন্ত্ৰীৰ
ৰাজ্যিক বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক বৈঠক
১৯ ছেপ্টেম্বৰত জুবিনৰ মৃত্যু দিৱসত ৰক্তদান কাৰ্যসূচী শাসক দলৰ
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অহা ২০ বছৰলৈ অসমত কংগ্রেছ শাসনলৈ আহিব নোৱাৰে। ইয়াত সাংবাদিকৰ আগত এই দাবী কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই। অসমত বর্তমান কংগ্রেছ নাই বুলিও মুখ্যমন্ত্রীয়ে কটাক্ষ কৰে।
নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নৰ্বাচনৰ প্ৰসংগতে এই মন্তব্য কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে কংগ্রেছত ফৈদৰ ৰাজনীতি কৰিবলৈও এতিয়া মানুহ নাই। সেনাপতি আছে অথচ সৈন্য নাই। ইয়াৰ বিপৰীতে কংগ্রেছৰ মানুহবোৰ এতিয়া বিজেপিমুৱা হৈছে আৰু এই ধাৰা দলৰ সংখ্যালঘু ভোটাৰৰ মাজতো দেখা গৈছে। মুখ্যমন্ত্রীয়ে কম, ‘যেতিয়া এটা দলে ১০২ খন অসনত জয়লাভ কৰে তাৰ পছত হতাশ হৈ কংগ্রেছৰ মানুহে বিজেপিত যোগদান কৰাটো স্বাভাবিক। অন্ততঃ আজিৰ পৰিস্থিতিত কংগ্রেছে পুনৰ ঠন ধৰি উঠিব পাৰিব বুলি মোৰ মনে নধৰে।’ কংগ্ৰেছে সেয়েহে নগাঁও লোকসভাৰ উপ-নির্বাচনত প্রক্ষেপ কৰিবলগীয়া প্রার্থীক লৈও বিশেষ আশা প্রকাশ কৰিব নোৱাৰি বুলি মুখ্যমন্ত্রীয়ে ইংগিতপূর্ণ মন্তব্য কৰে।
উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আগন্তুক জন্মদিন উদ্যাপন, উপ-নির্বাচন আদি বিষয় আলোচনাৰ বাবে আজি অসম ৰাজ্যিক বিজেপিৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভাৰ আলোচনা আৰু সিদ্ধান্তৰ ভিত্তিত মুখ্যমন্ত্রীয়ে এই ঘোষণাও কৰে যে উপ-নির্বাচনটোত বিজেপিৰ প্রার্থী হ’ব দেবাশীষ শর্মা। উল্লেখ্য যে নগাঁও জিলা আয়ুক্তৰ পদৰ পৰা পদত্যাগ কৰি একমাত্র নির্বাচন খেলাৰ বাবেই শৰ্মাই বিজেপিত অলপতে যোগ দিয়ে। আগতীয়াকৈ প্রার্থিত্ব নিশ্চিত কৰি চাকৰি ত্যাগ কৰা শৰ্মাৰ নাম প্রার্থীৰূপে ঘোষণা কৰাত সেয়েহে নতুনত্ব বুলিবলৈ একো নাই। কেবল মাত্র অনুষ্ঠানিকতাহে আজি ৰূপায়ণ কৰা হয়।
দেবাশীষ শর্মাই নির্বাচন খেলাতো আগতীয়াকৈ নিশ্চিত হোৱাৰ পাছতে তেওঁৰ প্ৰৰ্থিত্বৰ বিৰোধিতাৰে কংগ্ৰেছ নির্বাচন আয়োগৰ দ্বাৰস্থ হৈছে। এই সন্দর্ভতো মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয়, ‘দেৱাশীষ শর্মাই চাকৰি ত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিছে। তাৰ পাছত তেওঁ অৰ্হতাৰ ভিত্তিত প্রার্থিত্ব লাভ কৰিছে। কংগ্রেছেও প্রতিবাৰ চাকৰি কৰা ব্যক্তিক প্রার্থিত্ব দি আহিছে। এয়া পাবে। নির্বাচন খেলাৰ অধিকাৰ সকলো লোকৰে আছে। সংসদত কিমান সাংসদ আছে মই জনাত কংগ্ৰেছৰ শিবামণি বৰাও চৰকাৰী বিষয়া আছিল আৰু চাকৰি ত্যাগ কৰি নিৰ্বাচন খেলিছিল।’
নিৰ্বাচনৰ প্ৰসংগতে মুখ্যমন্ত্রীয়ে কয় যে যদিও নগাঁও বিজেপিৰ অনুকূলে থকা সমষ্টি নহয়, তথাপি দলৰ কর্মকর্তাসকলে এবাৰ যুঁজি চাব বিচাৰিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘নগাঁও সমষ্টিটো সাধাৰণতে বিজেপিৰ নহয়। কিন্তু যোৱা কেইদিনমানত ৰাইজৰ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। আমাৰ লক্ষ্য হ’ল সমষ্টিটোৰ যিকেইটা বিধানসভা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছিল সেই কেইটাত অধিক ভাল ফলাফল প্রদর্শন কৰা। তথাপি যোৱা বিধানসভা নির্বাচনত আমি সংখ্যালঘু ভোটাৰৰ পৰা যথেষ্ট সঁহাৰি পাইছিলো। মানকাচৰ, পৰ্বতঝোৰা আদি সমষ্টিত আমি বহু ভোট পাইছিলো। আমি চামগুৰিৰ দৰে সমষ্টিৰ উপ-নিৰ্বাচনত জিকিছিলো। গতিকে হৰা-জিকাক পাছত থৈ দলৰ সকলোবে নগাঁৱত এইবাৰ যুঁজ দিব বিচাৰিছে।
ইপিনে, কার্যনির্বাহক বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা আৰু সংকল্প অভিযান সফলভাবে ৰূপায়ণক লৈ আলোচনা কৰা হয়। এই সন্দর্ভতো মুখ্যমন্ত্রীয়ে কয়, ‘মুখ্যমন্ত্রী আৰু প্রধানমন্ত্রীৰূপে নৰেন্দ্ৰ মোদীয়ে অহা সাত অক্টোবৰত ২৫ বছৰ স্পৰ্শ কৰিব। গতিকে জন্মদিন আৰু শাসনৰ ২৫ বছৰ উদ্যাপনৰ বাবে দলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব।’ তদুপৰি মুখ্যমন্ত্ৰীয়ে আজিৰ সভাৰ আন এক সিদ্ধান্ত সদৰী কৰি কয় যে অহা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু তিথি উপলক্ষে বিজেপিয়ে ব্যাপক ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰিব।
#LatestNews #BreakingNews #bjpstateexecutivemeeting #splspeech #HimantaBiswaSarma #guwahati
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bjp state executive meetingBreaking NewsGuwahatiHimanta Biswa Sarmalatest newsspl speech
samimsultana

samimsultana

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d