Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

হাতে হাতে প্লেকার্ড লৈ উত্তাল প্রতিবাদ,এছবিআইৰ দিছপুৰৰ মুখ্য কাৰ্যালয়ৰসম্মুখতো শ্ল'গানবর্ষণ, দাবী মানি নল'লে দেশজুৰি অনির্দিষ্টকালীন কৰ্মবিৰতিৰ ভাবুকি

publisher by publisher
September 12, 2026
in Assam, News
Reading Time: 1 min read
0
Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Bank strike in Assam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:সমগ্ৰ দেশৰ লগতে অসমতো শুকুৰবাৰে বেংক কৰ্মচাৰীৰ উত্তাল প্রতিবাদ আৰু ধৰ্মঘটৰ ফলত স্তব্ধ হৈ পৰে বেংকিং ব্যৱস্থা। বেংক কর্মচাৰী-বিষয়াসকলৰ উমৈহতীয়া মঞ্চ ইউনাইটেড বেংক ইউনিয়নৰ আহ্বান মর্মে দিছপুৰৰ এছবিআইৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিষয়া-কর্মচাৰীসকলে। হাতে হাতে প্লেকার্ড লৈ বিভিন্ন শ্ল’গান দিয়ে কৰ্মচাৰীসকলে। সপ্তাহত পাঁচদিন কৰ্মদিনৰ ব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰিব খোজা পাৰদৰ্শিতা ভিত্তিত উদগনি (পিএলআই) আঁচনি প্রত্যাহাৰ বা পুনৰ বিবেচনা, পেন্সন উন্নীতকৰণ আৰু নতুন পেন্সন নীতি সংক্রান্তীয় কে’বাটাও সমস্যা সমাধানৰ দাবীত এনেদৰে শ্ল’গান দিয়ে কৰ্মচাৰীসকলে।

ADVERTISEMENT

এই প্ৰতিবাদৰ ফলত শুকুৰবাৰৰ পৰা তিনিদিন ধৰি বেংক সেৱা ব্যাহত হৈ পৰে; কিয়নো আজি ধর্মঘটৰ পাছত কাইলৈ আৰু পৰহিলৈ চৰকাৰী বন্ধ। দিছপুৰত প্ৰতিবাদী কর্মচাৰীসকলে কয়, ‘বাকী দিনকেইটাত আমি পৰিয়ালৰ স’তে বেছি সময় দিব নোৱাৰো, সন্ধিয়া ছয়-সাত বজালৈকে কর্মস্থলীতে থাকিব লাগে। আমি পৰিয়ালকো সময় দিব লাগে। ৰিজার্ভ বেংকতো পাঁচদিনেই বেংকিং হয়। এনেকুৱা হ’লে কাম ভাল হ’ব। সকলোৱে কিমান চাপত থাকো! সতেজ মন লৈ কর্মস্থলীলৈ আহিলে সোমবাৰৰ পৰা শুকুৰবাৰলৈ ভালদৰে কাম কৰিব পাৰিম।

পাঁচদিনীয়া কৰ্মদিনৰ দাবী আমাৰ বহুদিনৰ পৰাই আছে। চৰকাৰে আশ্বাস দিও কোনো ব্যৱস্থা লোৱা নাই। সোনকালে পাঁচদিনীয়া বেংকিং ডে কৰিবলৈ চৰকাৰক আহ্বান জনাইছো।’

ইপিনে, তেজপুৰতো বেংক কর্মচাৰীসকলে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নৰ অধীনস্থ দেশৰ সাতটাকৈ বাষ্ট্রীয়কৃত বেংক বিষয়া আৰু কৰ্মচাৰীৰ উত্তাল প্রতিবাদে আজি সমগ্র দেশ তথা বাজ্যৰ লগতে তেজপুৰতো বেংকৰ কাম-কাজ স্তব্ধ কৰি তুলিলে। তেজপুৰৰ ঐতিহ্যমণ্ডিত পৰুমপুখুৰী পাৰৰ ষ্টেট বেংকৰ তেজপুৰ মূল শাখাৰ তলত আজি শতাধিক বেংক কর্মচাৰীয়ে ধর্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। ‘সপ্তাহত দুদিন বন্ধৰ ব্যৱস্থা কৰক, আমাৰ দাবী মানিবলৈ লাগিব, বেংক কর্মচাৰী ঐক্য জিন্দাবাদ’ আদি ধ্বনিৰে বেংক কৰ্মচাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, বিদেশী বেংক, আঞ্চলিক গ্রাম্য বেংক আৰু সমবায় বেংকৰ পৰা বেংকিং উদ্যোগৰ ১০ শতাংশলৈকে অধিক কর্মশক্তিৰে গঠিত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ আওতাত থকা সংগঠনৰ কৰ্মচাৰী-বিষয়াসকলৰ প্রতিবাদে শুকুৰবাৰে তেজপুৰটো বিশেষ প্ৰভাৱ পেলায়।

তেজপুৰত প্রতিবাদকাৰী বেংক বিষয়াসকলৰ প্ৰতিনিধি সুদীপ্ত কলিতাই কয় যে এই আন্দোলনৰ বাবে তেওঁলোকৰ এটা দিনৰ দৰমহা কৰিব যদিও তেওঁলোকে দাবীত অলৰ-অচৰ। এই দাবী মানি নল’লে অহা ২৯ আৰু ৩০ ছেপ্টেম্বৰত পুনৰ দেশজুৰি প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ পাছতো যদি মানি নলয় তেতিয়া ২৬ অক্টোবৰৰ পৰা অনির্দিষ্টকাললৈ বেংক সেৱাৰ কাম-কাজৰ পৰা বিৰত থাকি ব্যাপক প্রতিবাদী কার্যসূচী গ্ৰহণ কৰিব।

ইপিনে, আজি নগাঁও চহৰস্থ ‘স্টেট বেংক অব ইণ্ডিয়া’, ‘পঞ্জাব নেচনেল বেংক’ৰ কাৰ্যালয়ৰ সন্মুখত ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ইউনিয়নসমূহৰ লগতে বেংক বিষয়া-কর্মচাৰীসকলে তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনায়। তেওঁলোকে বিভিন্ন ধ্বনি দিয়া পৰিলক্ষিত হয়। এই ধৰ্মঘটৰ ফলত নগাঁৱৰ বেংকসমূহৰ স্বাভাবিক কাম-কাজ অচল হৈ পৰে। ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ আহ্বানত আজি ৰাষ্ট্ৰজোৰা বেংক ধর্মঘট বৰূপায়ণ কৰা হয়।

উল্লেখ্য যে বহু বছৰ ধৰি বেংকসমূহে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে সম্পূর্ণ দিন আৰু সকলো শনিবাৰে আধা দিন কাম কৰি আছিল। ২০১৫ ৰ মে’ত স্বাক্ষৰিত চুক্তিখনত ইণ্ডিয়ান বেংক এছ’চিয়েন, বেংক পৰিচালনা সমিতিয়ে এই কথাত সহমতত উপনীত হৈছিল যে আৰম্ভণিতে প্রতি মাহৰ ছয় আৰু চতুর্থ শনিবাৰক বেংকৰ বন্ধন্ৰূপে ঘোষণা কৰা হ’ব আৰু তাৰ পৰিৱৰ্তে বাকী থকা শনিবাৰবোৰক সম্পূর্ণ কর্মদিনৰূপে ঘোষণা কৰা হ’ব আৰু নিশ্চিত কৰা হ’ল যে যথা সময়ত সকলো শনিবাৰ ঘোষণা কৰাৰ বাবে প্ৰচেষ্ট চলোৱা হ’ব বন্ধৰ দিনৰূপে।

২০২০ৰ নৱেম্বৰত স্বাক্ষৰিত চুক্তিখনত এই বিষয়টোৰ ওপৰত অধিক আলোচনা কৰা হৈছিল আৰু আই বি এ পৰিচালনাসকলে আশ্বাস দিছিল যে এই দাবীৰ ওপৰত অধিক আলোচনা কৰি সৌহার্দ্যপূর্ণ সমাধান বিচাৰি উলিওৱা হ’ব। পৰৱৰ্তী মজুৰি পুনৰীক্ষণৰ বাবে আলোচনাত এই দাবীৰ বিষয়ে অধিক আলোচনা কৰা হৈছিল আৰু ২০২৪ ৰ মাৰ্চত স্বাক্ষৰিত চুক্তিখনত আই বি এ বেংক পৰিচালনা সমিতিয়ে এই কথাত সম্মত হৈছিল যে বাকী শনিবাৰক বন্ধৰ দিনৰূপে ঘোষণা কৰা হ’ব আৰু ইউনিয়নসমূহে এই কথাত সম্মত হৈছিল যে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে প্রতিদিনে কৰ্মৰ সময় ৪০ মিনিট বৃদ্ধি কৰা হ’ব।

এই চুক্তিত পৰামর্শ দিয়া হৈছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্রণালয় অনুমোদনৰ বাবে। এতিয়া ডেৰ-দুবছৰতকৈও অধিক হ’ল যদিও বিষয়টো এতিয়াও বিত্ত মন্ত্রণালয়ৰ ওচৰত বিচাৰাধীন হৈয়ে আছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আৰবিআই, এলআইচি, জিআইচি, নাবার্ড, ব্যক্তিগত কোম্পানী, স্টক মার্কেট, মুনী মার্কেট, বৈদেশিক মুদ্রাৰ বজাৰ আদিত প্রতি সপ্তাহত পাঁচ দিন কাম কৰি আছে। বাকী শনিবাৰবোৰহে অত্যধিক বন্ধৰূপে ঘোষণা কৰা হয়।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিদিনে ৪০ মিনিটৰ বাবে অতিৰিক্ত ব্যৱসায়িক সময়ৰ বাবে ইউনিয়নসমূহে সম্মতি প্ৰকাশ কৰাৰ বাবে গ্ৰাহকৰ ব্যৱসায়িক সময় হ্রাস নহ’ব। বিভিন্ন অসুবিধা আৰু সীমাবদ্ধতাৰ মাজতো বেংকৰ কৰ্মচাৰী আৰু বিষয়াসকলে বেংকিং জনসাধাৰণৰ বাবে সম্ভৱপৰ উত্তম সেরা আগবঢ়াই আহিছে। আনকি কৰ’না মহামাৰীৰ সময়তো বেংকৰ কৰ্মচাৰীয়ে আমাৰ দেশৰ জনসাধাৰণৰ সেৱা কৰিছিল৷

বেংকিং কামৰ আজিকালি একাধিক কাৰণত অতি মানসিক চাপৰ সৃষ্টি হৈছে আৰু সঠিক কর্ম জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ইউএফবিইউৰ বৈধ দাবী যে বাকী শনিবাৰবোৰকো সপ্তাহত পাঁচ দিন কাম কৰা সময়খিনি গ্রহণ কৰি বন্ধৰ দিনৰূপে ঘোষণা কৰা হওক মূলতঃ এই দাবীৰ লগতে বেংকত ক্লার্ক আৰু উপ-কর্মচাৰীৰ পর্যাপ্ত নিযুক্তি, এনপিএছক অপিএছলৈ ৰূপান্তৰ, বেংকে এনপিএছলৈ চাৰি শতাংশ অতিৰিক্ত অৱদানৰ ওপৰত আয়কৰ ৰেহাই, গ্রেচুইটি আইনৰ অধীনত গ্ৰেচুইটিৰ ওপৰত চিলিং বৃদ্ধি, পেন্সন উন্নীতকৰণ, পেন্সনত একেধৰণৰ ডিএ, এক্স গ্রেচিয়াত নৱেম্বৰৰ আগলৈকে পুনৰীক্ষণ, ২০২২ পেলনাৰ, সকলো ব্যক্তিগত বেংকত এক্স-গ্রেচিয়া, বেংকত ডাইৰেক্টৰৰ পদ ইচ্ছাকৃতভাৱে পূৰণ নকৰা, লিভ বেংক প্ৰৱৰ্তন, অৱসৰপ্ৰাপ্তসকলৰ বাবে বেংকে বহন কৰিবলগীয়া মেডিকেল ইঞ্চৰেন্স পলিচীৰ প্রিমিয়াম আদি এতিয়াও সমাধান নোহোৱাকৈয়ে আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All India StrikeBank Strikelatest newsUnited Forum of Bank Unions
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d