Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

হুথিৰ কৱলত পৰা ম'চা চহৰত ছৌদি আৰবৰ আকাশৰ পৰা অভিযান, কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি য়েমেনৰ সেনা মুৰব্বীৰ কণ্ঠ নকল

publisher by publisher
September 12, 2026
in National, News, Politics
Reading Time: 1 min read
0
Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Houthi Attack:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অচিৰে সমগ্র বিশ্বত ইন্ধনৰ নাটনি তীব্ৰতৰ হোৱাৰ আশংকা প্রকট কৰি মধ্যপ্রাচ্য আজিও উত্তাল হৈ আছে। বিশ্বৰ ইন্ধন তথা শক্তিৰ বজাৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাব অল-মাণ্ডেব প্ৰণালীৰ গুৰুত্বপূৰ্ণ পেৰিম দ্বীপ বিদ্রোহীয়ে দখল কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে উক্ত প্রণালীয়ে ভাৰত মহাসাগৰকো সংযোগ কৰিছে। গতিকে ভাৰতলৈ ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত এই প্রণালীও গুৰুত্বপূর্ণ।

আনহাতে, শেহতীয়াভারে পোহৰলৈ অহা অনুসৰি বৃহস্পতিবাৰে য়েমেনৰ ম’চা চহৰ দখল কৰিবলৈ হুথিয়ে অভিনৱ কৌশল অৱলম্বন কৰে। সংযুক্ত আৰব আমিৰশ্বাহী সমর্থনপুষ্ট য়েমেনৰ ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল তাৰেক আব্দুল্লা ছালেহৰ কণ্ঠ ‘ক্ল’ন’ কৰে বিদ্ৰোহীয়ে। কৃত্রিম বুদ্ধিমত্তা প্রয়োগ কৰি সেনা মুৰব্বীজনৰ ক্ল’ন কৰা কণ্ঠৰে সামৰিক বাহিনীক বিদ্রোহীয়ে ম’চা চহৰৰ পৰা আঁতৰি যাবলৈ আহ্বান জনায়।

নিম্ন পদবীৰ সেনা বিষয়াসকলে এই কণ্ঠস্বৰৰ জালিয়াতিৰ বিষয়ে উমান নাপাই পৃষ্ঠভংগ দিয়ে। কাৰণ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে কোনো ব্যক্তিৰ কণ্ঠ ক্ল’ন কৰিলে তাৰ স’তে ব্যক্তিজনৰ কণ্ঠৰ পাৰ্থক্য ধৰা পেলোৱাটো অত্যন্ত কঠিন হয়। এনেদৰে চাইবাৰ অপৰাধীয়ে প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ চেষ্টা কৰে। এই অপৰাধী কাৰ্য হুথি বিদ্রোহীয়েও অৱলম্বন কৰি সহজে ম’চা চহৰ আৰু বাব অল-মাণ্ডেব প্রণালী দখল কৰে। স্বাভাৱিকতে ইয়ে সমগ্র বিশ্বত খলকনি তুলিছে।

অৱশ্যে শুকুৰবাৰে ছৌদি আৰবৰ সামৰিক বাহিনীয়ে আকাশমাৰ্গৰ পৰা অভিযান চলায়। এই অভিযানৰ সময়ত চহৰখনত হুথি বিদ্রোহীৰ অৱস্থান চিনাক্তকৰণৰ চেষ্টা কৰা হয় বুলি সূত্রই জনায়।

আনহাতে, ইৰানে হুথিৰ ম’চা চহৰ আৰু বাব অল-মাণ্ডেবৰ পেৰিম দ্বীপ দখললৈ সমর্থন ঘোষণা কৰিছে। এনে পৰিস্থিতিত মধ্যপ্রাচ্য অধিক দিনলৈ অশান্ত হৈ থকাৰ আশংকা প্রকট হৈছে।

ইপিনে, সূত্ৰই প্ৰকাশ কৰা অনুসৰি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে হুথিৰ বিৰুদ্ধে অভিযান চলাবলৈ অস্বীকাৰ কৰিছে। মধ্যপ্রাচ্য পুনৰ অশান্ত কৰি তোলা এই বিদ্রোহীসকলৰ বিৰুদ্ধে অভিযান চলাবলৈ ছৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমানে মার্কিন ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছিল। কিন্তু বন্ধু ৰাষ্ট্ৰ হোৱা সত্ত্বেও ছৌদি যুৱৰাজৰ এই অনুৰোধ ট্রাম্পে প্রত্যাখ্যান কৰা বুলি সূত্ৰই সদৰী কৰিছে।

উল্লেখ্য যে যোৱা সপ্তাহৰ পৰা য়েমেনত হুথিৰ আগ্রাসন বৃদ্ধি পায়। ফলত বাতৰি লিখা পর্যন্ত ম’চা, পেৰিম আদিৰ অর্ধলক্ষ লোক স্থানচ্যুত হ’ব লগা হৈছে। এই সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই প্রকাশ কৰা অনুসৰি হুথিৰ বৰ্ধিত কাৰ্যকলাপৰ ফলত আজিলৈকে য়েমেনত পাঁচ শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৪৪ হেজাৰৰো অধিক স্থানচ্যুত হ’ব লগা হৈছে।

আনহাতে, মধ্যপ্রাচ্যৰ চলিত অশান্ত অৱস্থাত হস্তক্ষেপ নকৰে বুলি মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে স্পষ্ট কৰি দিয়াত অঞ্চলটোত পশ্চিমীয়া শক্তিৰ আধিপত্য হ্রাস পাবলৈ ধৰাক ইংগিত দিয়া বুলি চর্চা হৈছে। এনে পৰিস্থিতিত মার্কিন প্রশাসনৰ পুৰণি বন্ধু ছৌদি আৰব শংকিত হৈছে। অৱশ্যে পৰিস্থিতিক লৈ ইৰানৰ স’তে ছৌদি আৰব শীঘ্ৰে আলোচনাত মিলিত হ’ব বুলিও চর্চা হৈছে।

উল্লেখ্য যে শেহতীয়া ইৰান যুদ্ধৰ সূত্রপাত হোৱাৰ পাছৰে পৰা ইন্ধন ৰপ্তানিৰ বাবে ইৰানে ঘাইকৈ লোহিত সাগৰ আৰু বাব অল-মাণ্ডেবৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। সম্প্ৰতি হুথিৰ উত্থান ঘটাত দেশখন একপ্ৰকাৰ সংকটৰ সন্মুখীন হৈছে। স্বাভাৱিকতে মধ্যপ্রাচ্যৰ এই অৱস্থাই ভাৰতকো উদ্বিগ্ন কৰি আহিছে। ইয়াৰ মূল কাৰণ হৈছে আন্তর্জাতিক বজাৰত পুনৰ খাৰুৱা তেলৰ মূল্যবৃদ্ধি ঘটিবলৈ ধৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: big breking newsfighting escalatesHouthiAttackInternational Newslatest newsMiddle East ConflictSaudi Arabiatrigger alertsYemen
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d