Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

চুতীয়া ছাত্র সন্থাৰ একবিংশতিতম প্রতিষ্ঠা দিৱসৰ সামৰণি বর্ণিল সাংস্কৃতিক শোভাযাত্রাই মুহিলে ৰাইজক

samimsultana by samimsultana
September 12, 2026
in Assam, News
Reading Time: 1 min read
0
Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

Sutia Student Union:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিভিন্ন জাতি-জনগোষ্ঠীক লৈ গঠিত অসমীয়া জাতি গঠনৰ প্রতি চুতীয়া জাতিৰ অবদান অপৰিসীম। চুতীয়া জাতি অবিহনে অসমীয়া জাতিৰ পৰিচয় অসম্পূর্ণ।’ এই মন্তব্য মন্ত্রী অতুল ব্ৰাৰ। শুকুৰবাৰে সামৰণি পৰ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ একবিংশতিতম প্রতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণ দি মন্ত্ৰী বৰাই লগতে কয় যে চুতীয়া জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ লগতে জাতিটোৰ সামগ্রিক উন্নয়নৰ বাবে সকলো চুতীয়া সংগঠন একত্রিত হৈ কাম কৰিব লাগিব। সভাত তেওঁ চুতীয়া ছাত্ৰ সন্থাৰ মুখপত্র ‘শদিয়া’ উন্মোচন কৰে।
আনহাতে, কালিৰে পৰা সৰুপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত এই প্রতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনা বর্ণিল সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। এই শোভাযাত্রাই সকলোকে আপ্লুত কৰে। সদৌ গোলাঘাট জিলা চুতীয়া ছাত্র সন্থাৰ উদ্যোগত তথা ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ আতিথ্যত আৰু সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰুপথাৰবাসীৰ সহযোগত আয়োজিত এই প্রতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ সৰুপথাৰ সমজিলাত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধর্মাবলম্বী লোকৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাই পিএমশ্রী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা ৰামধেনু মুকলি মঞ্চলৈকে প্রায় তিনি-চাৰি কিলোমিটাৰ পথ অতিক্রম কৰে।
সমগ্র পথছোৱা গীত-নৃত্য, ঢোল-তাল আৰু বিভিন্ন লোকবাদ্যৰ ধ্বনিবে মুখৰিত হৈ পৰে। প্ৰখৰ ৰ’দকো নেওচি উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম আকর্ষণ আছিল দুটাকৈ গজৰাজ। গজৰাজ দুটাৰ গজগমনে হেজাৰ হেজাৰ দৰ্শকক মন্ত্রমুগ্ধ কৰে।
ইয়াৰ পাছতে গায়ন-বায়ন, খোল-তাল, বিহু, ঝুমুৰ, বাগুৰুম্বা আদি বিভিন্ন লোকসংস্কৃতিৰ গীত-নৃত্য আৰু বাদ্যযন্ত্ৰৰ মাতেৰে সৰুপথাৰৰ আকাশ-বতাহৰ মুখৰিত হৈ পৰে। চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি জাক জাক আয়তীৰ উকলি, ডেকা-গাভৰুৰ বিহুনাম আৰু নৃত্য-গীতে যেন সৰুপথাৰ নগৰকেই নচুৱাই তোলে। বড়ো, কার্বি, আদিবাসী, ৰাভা, সোগোৱাল, কছাৰী, চুতীয়া, তাই আহোম, মিচিং, মণিপুৰী, মাবোৱাৰী, বাঙালী, নেপালী আদি কবি ৫০ টাবো অধিক সাংস্কৃতিক দলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।
সাংস্কৃতিক দলসমূহে নিজ নিজ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া পৰম্পৰাগত সাজপাৰ, লোকাচাৰ, জাকৈ-পল, জাল বাই মাছ ধৰা, অসমীয়া লোককৃষ্টি লোকাচাৰ, জা-জলপান প্রস্তুত কৰা আদি দৃশ্যও দৃষ্টিনন্দনভারে উপস্থাপন কৰে। চুবুৰীয়া নগালেণ্ডৰ ভাই-ভনীসকলেও পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নগা সাংস্কৃতিক নৃত্য-গীত পৰিবেশন কৰি শোভাযাত্ৰাৰ সৌষ্ঠর বৃদ্ধি কৰে।
এই শোভাযাত্রাত জনপ্রিয় অভিনেতা অৰুণ হাজৰিকায়ো অংশগ্রহণ কৰে।
আমন্ত্রিত সাংস্কৃতিক দলসমূহৰ উপৰি সৰুপথাৰ সমজিলাৰ কমেও ২০খন বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলেও প্রতিযোগিতামূলকভাবে সাংস্কৃতিক শোভাযাত্রাত অংশগ্রহণ কৰে। প্রতিযোগিতাত ধুন্দাচাম হাইস্কুলে প্রথম স্থান লাভ কৰাৰ বিপৰীতে পিনাকল ইংলিছ স্কুল আৰু কেশৱ চন্দ্ৰ হাজৰিকা মেম ‘ৰিয়েল স্কুলে যুটীয়াভাবে দ্বিতীয় স্থান আৰু সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বেংমাই সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয়ে যুটীয়াভারে তৃতীয় স্থান অধিকাৰ কৰে। শোভাযাত্ৰাৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়।
সন্ধিয়া সদৌ অসম চুতীয়া জাতীয় মহিলা সম্মিলনীৰ প্রাক্তন সভানেত্রী অলি চুতীয়াই বস্তি প্রজ্বলন কৰাৰ পাছত জনপ্রিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ সাংস্কৃতিক অনুষ্ঠানবে প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Sutia Student Union ProtestAnnual ConferenceAtul Boralatest newsSarupathar
samimsultana

samimsultana

Related Posts

Assam

September 12, 2026
Assam

September 12, 2026
Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ
Assam

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

September 12, 2026
Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে
Assam

Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

September 12, 2026
Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন
Assam

Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

September 12, 2026
Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d