Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

জুবিন হত্যাৰ গোচৰৰ বিচাৰৰ মাজতে অভাৱনীয় কাণ্ড, কাৰাগাৰ মহাপৰিদৰ্শকক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে দ্রুত আদালতে, প্রবাসী অসমীয়া প্রতিম লহকৰৰ সাক্ষ্যদান আধৰুৱা হৈ ৰ'ল, দুটাকৈ সংবাদ মাধ্যমৰ বিৰুদ্ধে তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আদালতৰ

publisher by publisher
September 12, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

Zubeen garg Murder Case:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে দ্রুত আদালতৰ এখন গুৰুত্বপূৰ্ণ নথি অভিযুক্ত বন্দী হৈ থকা কাৰাগাৰৰ বিষয়াই খেলিমেলি কৰাৰ গুৰুতৰ এক ঘটনা সংঘটিত হৈছে। ফলত ইয়াৰ বিৰুদ্ধে শুকুৰবাৰে আদালতে কাৰাগাৰ মহাপৰিদৰ্শকক অভিযুক্ত অধীক্ষকৰ অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ মাজতে শুকুৰবাৰে ছিংগাপুৰৰ তৃতীয়জন প্রবাসী অসমীয়া প্ৰতিম লহকৰে সাক্ষ্যদান কৰে। অৱশ্যে সাক্ষ্য গ্রহণ আধৰুৱা হৈ ৰয়।
ইপিনে, সাংবাদিকতাৰ নামত আইন আদালতকো ভেঙুচালি কৰি দুটাকৈ সংবাদ মাধ্যমো শুকুৰবাৰে আদালতৰ নথি খেলিমেলি কৰা অভাৱনীয় ঘটনাটো সংঘটিত কৰে বাত্সা কাৰাগাৰৰ অধীক্ষকে। দ্রুত আদালতে বিচাৰৰ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে শ্যামকানু মহন্তৰ চহী সংগ্ৰহ কৰিবলৈ কাৰাগাৰখনৰ অধীক্ষকলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল। কাৰণ এইখন কাৰাগাৰতে বন্দী হৈ আছে জুবিন গাৰ্গক হত্যাৰ গোচৰৰ অন্যতম মুখ্য অভিযুক্ত শ্যামকানু মহন্ত।
শেহতীয়াকৈ কাৰাগাৰখনৰ অধীক্ষকে আদালতক উক্ত নথিখন চহী সংগ্রহ কৰি জমা দিয়ে। কিন্তু নথিখন পৰীক্ষা কৰাত দেখা যায় যে আদালতে প্ৰেৰণ কৰা নথিখনৰ লগত অধীক্ষকে জমা দিয়া নথিখনৰ মিল নাই। এই ভয়ংকৰ জালিয়াতি কিয় সংঘটিত কৰা হ’ল তাৰ তাৎক্ষণিক ব্যৱস্থা দ্রুত আদালতে গ্রহণ কৰে। সেই অনুসৰি ন্যায়াধীশ শর্মিলা ভূঞাৰ দ্রুত আদালতে বাকসা কাৰাগাৰৰ অধীক্ষকজনৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিবলৈ কাৰাগাৰ মহাপৰিদৰ্শকক নির্দেশ দিয়ে। অধীক্ষকজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰা হয় সেই বিষয়েও মহাপৰিদৰ্শকে আদালতক অৱগত কৰিব লাগিব।
ইপিনে, জুবিনৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দ্রুত আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। শুকুৰবাৰে তৃতীয়জন প্রবাসী অসমীয়া প্রতিম লহকৰে সাক্ষ্য প্রদান কৰে। এই সাক্ষ্য প্রদানকালত অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাই প্রতিম লহকৰক জেৰা কৰে। কিন্তু সময়ৰ অভাৱত বাকী অভিযুক্ত পক্ষৰ অধিবক্তাসকলে লহকৰক জেৰা কৰিব নোৱাৰিলে। অহা ১৪ ছেপ্টেম্বৰত প্রতিম লহকৰৰ সাক্ষ্য প্ৰদানৰ বাবে দিন পুনৰ ধাৰ্য কৰা হয়। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ইতিমধ্যে দ্রুত আদালতত প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্রদান কৰিছে।
আনহাতে, ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে দুটাকৈ সংবাদ মাধ্যমে প্রতিম লহকৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ২০২৫ৰ অক্টোবৰত দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্রতিলিপি প্রকাশ কৰা ঘটনাৰ আজি তদন্তৰ নিৰ্দেশ দিয়ে। আদালতে সংশ্লিষ্ট সংবাদ মাধ্যম দুটাই ন্যায়িক প্রক্রিয়াত হস্তক্ষেপ কৰা বুলি মন্তব্য কৰে। ইয়াৰ পাছতে প্রতিম লহকৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৮৩ ধাৰাৰ অধীনত দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্রতিলিপি কেনেকৈ লাভ কৰিলে আৰু কিদৰে প্ৰকাশ কৰিলে সেই সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগক তদন্ত কৰি এক বিস্তৃত প্রতিবেদন দাখিল কৰাৰ লগতে আইন অনুসৰি ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে সংশ্লিষ্ট সংবাদ মাধ্যম দুটাই দণ্ডাধীশৰ ছীল, মোহৰসহ প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত পূর্বে দিয়া ভাষ্যৰ লিপিবদ্ধ প্রতিলিপি সামাজিক মাধ্যমত প্রকাশ কৰিছিল।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: action modebaska jailCrime NewsFast Track CourtJail Supt.latest newsNotice Issuedzubeen garg murder case
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d