Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

দ্বিপাক্ষিক বৈঠকৰ পাছতে জিৰণি ল'বলৈ গ'ল হোটেললৈ: উপস্থিত নাথাকিল আবু ধাবিৰ যুৱৰাজো

publisher by publisher
September 14, 2026
in India, International, News
Reading Time: 1 min read
0
BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

BRICS Summit 2026:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:সমগ্র বিশ্ব বিশেষকৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক বার্তা দি অন্ত পেলোৱা ১১ দেশীয় ব্রিক্‌ সম্মিলনৰ আনুষংগিক দিশহে সম্প্রতি অধিক চর্চাত আছে। সম্মিলনৰ অংশ গ্ৰহণকাৰী ৰাষ্ট্ৰনেতাসকলৰ সন্মানার্থে শনিবাৰে নিশা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সম্মিলনস্থলী ভাৰত মণ্ডপমত আয়োজন কৰা ৰাজকীয় নৈশ ভোজত অজ্ঞাত কাৰণত অংশ নল’লে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে। তদুপৰি আবু ধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদেও নৈশভোজৰ নিমন্ত্ৰণ ৰক্ষা নকৰিলে।
ব্রিক্‌ছ সম্মিলনৰ পাছতে ব্যস্ততাৰ বাবে তেওঁ স্বদেশলৈ উৰা মাৰে। স্বাভাৱিকতে এই দুজনৰ অন্যতম জিনপিঙে নৈশভোজত অংশ নোলোৱাটোরে ব্যাপক চর্চা অর্জন কৰিছে। অৱশ্যে কি কাৰণত তেওঁ মোদীৰ নৈশ ভোজত অংশ গ্ৰহণৰ পৰা বিৰত থাকিলে সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে উচ্চস্তৰীয় সূত্ৰৰ মতে শনিবাৰে মোদীৰ স’তে কৰা দ্বিপাক্ষিক বৈঠকৰ পাছতে জিনপিঙে জিৰণি ল’বলৈ তেওঁৰ বাবে ঠিক কৰি ৰখা হোটেললৈ যায়।
আনহাতে, ৰাষ্ট্ৰপতিজনে কিয় নৈশভোজত অংশগ্ৰহণৰ পৰা বিৰত থাকে সেই সম্পৰ্কত চীন চৰকাৰে কোনো তথ্য প্রকাশ কৰা নাই। এনে অৱস্থাতে চর্চালৈ আহিছে যে জিনপিং কিছু অসুস্থ হৈ আছে। অসুস্থতাৰ মাজতে তেওঁ ব্রিক্‌ছ সম্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰে বুলিও চর্চা হৈছে।
শনিবাৰে ব্রিক্‌ছ সম্মিলনত প্রধানমন্ত্রী মোদীয়ে ভাষণ দি থকা অৱস্থাত জিনপিং অস্বস্তিত থকা যেন বোধ হৈছিল। এই কথা প্রধানমন্ত্রী মোদীৰো চকুত পৰে। লগে লগে তেওঁ চীনা ৰাষ্ট্ৰপতি অনুবাদকক সোধে, ‘তেওঁ (জিনপিং) ঠিকে আছেনে?’ মোদীৰ এই প্ৰশ্নৰ পাছতে কিছু মূৰ জোঁকাৰে ভ্ৰমণৰত ৰাষ্ট্ৰপতিজনে। তাৰ পাছতে মোদীয়ে পুনৰ ভাষণ আৰম্ভ কৰে। কিন্তু জিনপিং কিয় অস্বস্তিত আছিল সেয়া স্পষ্ট হোৱা নাই। এই সম্পৰ্কত তেওঁৰ স’তে ভাৰতলৈ অহা চীনা প্রতিনিধি দলটোরেও কোনো কথা স্পষ্ট নকৰাকৈয়ে উভতি যায়।
উল্লেখ্য যে শনিবাৰে দুপৰীয়া নতুন দিল্লীত উপস্থিত হৈছিল জিনপিং। ব্ৰিকছৰ নেতা সকলৰ বাবে মোদীয়ে যোৱা নিশা আয়োজন কৰা নৈশভোজত জিনপিং আৰু আবু ধাবিৰ যুৱকে অংশগ্ৰহণ নকৰিলেও আনসকল ৰাষ্টনেতাই অংশগ্ৰহণ কৰে। তেওঁ লোকৰ অন্যতম হৈছে কছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান আদি।
তদুপৰি এই নৈশভোজত লোকসভাৰ অধ্যক্ষ ওম বিৰলাসহ কেন্দ্ৰীয় মন্ত্রীসকল ক্রমে গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ,জাহাজ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আদিৰ লগতে কে’বাখনো ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্রীসকলেও অংশগ্রহণ কৰে।
এই নৈশভোজত অংশগ্রহণ কৰা মুখ্যমন্ত্রীসকলৰ অন্যতম হ’ল অসমৰ মুখ্যমন্ত্রী ড:হিমস্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিচ, পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী আদি।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Big Breaking NewsBRICS Summit 2026DELHIdinner partyInternational NewsJinPinglatest newsPM ModiPutin Kremlin
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d