Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে: মোদী, দুদিনীয়া ব্রিক্‌ছ সম্মিলনৰ সামৰণি, দ্বন্দ্ব-সংঘাত-উত্তেজনা বৃদ্ধিয়ে সাধাৰণ মানুহৰ জলবায়ু বিপর্যয়ক লৈ উদ্বিগ্নতা প্রকাশ

publisher by publisher
September 14, 2026
in International, News
Reading Time: 2 mins read
0
BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

BRICS summit in Delhi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:’বিশ্বজুৰি দ্বন্দ্ব, সংঘাত, উত্তেজনা বৃদ্ধি পাইছে আৰু সাধাৰণ মানুহৰ জীৱনৰ ওপৰত ইয়াৰ অশুভ প্ৰভাৱ পৰিছে। এয়া মুঠেই কাম্য নহয়।’ শনিবাৰৰ পৰা নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত অষ্টাদশ ব্রিক্‌ছ সম্মিলনৰ দেওবাৰে দ্বিতীয়দিনা সম্মিলন উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ভাষণত মোদীয়ে বিশ্বজুৰি ক্রমবর্ধমান ভূৰাজনৈতিক উত্তেজনাক লৈ উদ্বেগ প্রকাশ কৰে আৰু ইয়াৰ মোকাবিলাৰ বাবে ঐক্যবদ্ধ হ’বলৈ ব্রিক্ ছ ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনায়। তেওঁ কয়, ‘(কৰ’না) মহামাৰী সময়ৰ পৰা জলবায়ু সংক্রান্তীয় বিপর্যয় আৰম্ভ হয়। এই সদস্য বিপর্যয় একোটা নির্দিষ্ট অঞ্চল বা দেশত সীমাবদ্ধ থকা নাই।
আমি ব্রিক্ ছ ৰাষ্ট্ৰ সমূহৰ সহনশীলতা, পাৰস্পৰিক সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছো। কি কি প্রত্যাহানৰ আমি সম্মুখীন হ’বলগীয়া হ’ব পাৰে সেয়া সময়মতে চিহ্নিত কৰা আৰু তাৰ মোকাবিলাৰ বাবে প্রস্তুত থকা অত্যন্ত জৰুৰী।’ এনেদৰে তেওঁ উন্নয়নশীল দেশসমূহক সংকট মোকাবিলাৰ বাবে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। মোদীয়ে লগতে কয় যে ব্ৰিছৰ ওপৰত সমগ্র বিশ্বই দৃষ্টি নিবদ্ধ কৰি ৰাখিছে আৰু সংস্থাটোৰ ওপৰত বিশ্বৰ আস্থাও অনেক বৃদ্ধি পাইছে। আগন্তুক সময়ত ব্রিক্ ছ দেশসমূহে উন্নয়নৰ লক্ষ্যত ঐক্যবদ্ধভাৱে আগবঢ়াৰ উদ্দেশ্যে কাম-কাজ কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে।
আনহাতে, সম্মিলনত ভাষণ দি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে পশ্চিমীয়া শক্তিলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, ‘আন্তর্জাতিক পৰিক্ৰমা সমূহত দক্ষিণ গোলার্ধৰ দেশসমূহে যৌথভাৱে আইনক সুৰক্ষা দিব। সার্বভৌম সমতা, আন দেশৰা আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ, বিবাদৰ শান্তিপূর্ণ বন্দৱস্তি আদিকে ধৰি আন্তর্জাতিক সম্পৰ্কৰ প্ৰাথমিক নিয়মাৱলীক সুৰক্ষা দিয়া হ’ব।’
নাম উল্লেখ নকৰাকৈ তেওঁ পশ্চিমীয়া শক্তিক ইংগিত কৰি দুমুখীয়া স্থিতি ত্যাগ কৰিবলৈ দাবী জনায়। চীনৰ ৰাষ্ট্ৰপতিজনে লগতে কয়, ‘আকাৰ, শক্তি বা সম্পদ নির্বিশেষে সকলো দেশ হৈছে আন্তর্জাতিক সম্প্ৰদায়ৰ সমান সদস্য। দক্ষিণ গোলাৰ্ধৰ দেশসমূহে বহু সংস্কৃতিবাদৰ ধ্বজা উৰুৱাই ৰাখি ৰাষ্ট্ৰসংঘৰ কর্তৃত্ব আৰু ভূমিকা মানি চলিব লাগিব। আন্তর্জাতিক পৰিক্ৰমাত সকলো দেশৰে সম অংশগ্রহণ নিশ্চিত কৰিব লাগিব।’
উল্লেখ্য যে চলিত বর্ষত ভাৰতে দৃঢ়তা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা এই মূল ধ্বনিবে ব্রিক্‌ৰ অধ্যক্ষতা কৰি আছে। পশ্চিমীয়া সংস্কৃতি আধিপত্য বজাই ৰখা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰভাৱ বৃদ্ধিৰ উদ্দেশ্যে ২০০৯ত প্রতিষ্ঠা হোৱা সংস্থাটোৰ অধ্যক্ষৰ আসনত অহা বছৰ চীন উপবিষ্ট হ’ব। ভাষণত চীনা ৰাষ্ট্ৰপতিজনে লগতে উল্লেখ কৰে যে কৃত্রিম বুদ্ধিমত্তাৰ ‘লাৰ্জ লেংগুৱেজ মডেল’ৰ বিকাশ সাধন আৰু প্রয়োগত সহযোগিতাৰ বাবে চীনে ব্রিক্ ছ-এআই অপেন ছ’র্চ সম্প্রদায় গঠনত অগ্রৱৰ্তী ভূমিকা পালন কৰিব।
জিনপিঙে লগতে স্পষ্ট কৰি দিয়ে যে যুগ যুগ ধৰি চলি অহা ‘শক্তিয়ে সঠিক’ বাণীৰ ম্যাদ কেতিয়াবাই উকলিছে। ভাষণত তেওঁ বাণিজ্য, উৎপাদন, বিনিয়োগ আৰু প্ৰযুক্তি সম্বন্ধীয় পাঁচদফীয়া এক পদক্ষেপৰ প্ৰস্তাৱো উত্থাপন কৰে। তেওঁ কয়, ‘ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহে বিকাশশীল বজাৰসমূহ ব্যৱহাৰৰ বাবে পৰস্পৰৰ ওচৰ চাপি অহা উচিত।’
ইয়াৰ পূৰ্বে কালি সম্মিলনৰ প্ৰথমদিনা সর্বসম্মতিমর্মে নতুন দিল্লীৰ ঘোষণাৱলী গৃহীত হয়। লক্ষ্যণীয়ভাৱে এই ঘোষণাৱলীত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নাম উল্লেখ নকৰাকৈ তেওঁক গৰিহণা দিয়া হয়। ইয়াৰ কাৰণ হৈছে ট্রাম্পে দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছতে চীন, ভাৰতকে ধৰি বহু দেশৰ ওপৰত একপক্ষীয়ভাবে শুল্ক আৰোপ কৰা আৰু ইৰানৰ বিৰুদ্ধে একপক্ষীয় যুদ্ধ ঘোষণা কৰা। কালি সম্মিলনত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে ইজৰাইলক উদ্দেশি সকীয়নি দিয়ে।
আনহাতে, দেওবাৰে সম্মিলনীৰ অন্তিমদিনা প্রধানমন্ত্রী মোদীসহ ব্রিক্‌ছ ৰাষ্ট্রনেতা সকলে ফটো তোলে। এই ফটোত প্রধানমন্ত্রী মোদীক মাজত দেখা গৈছে। তেওঁৰ দুকাষে ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং তথা ব্রিক্‌ ছ ৰাষ্ট্ৰসমূহৰ আন সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলক দেখা গৈছে।
উল্লেখ্য যে গঠনৰ সময়ত পাঁচখন ৰাষ্ট্ৰ থকা ব্ৰিছৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা সম্প্রতি ১১ খনলৈ বৃদ্ধি পোৱাৰ লগতে ১০ খন সহযোগী ৰাষ্ট্রও আছে। এই সহযোগী ৰাষ্ট্ৰৰ নেতাসকলেও সংস্থাটোৰ এই সম্মিলনত অংশগ্ৰহণ কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 11CountryBRICS Summit 2026DELHIInternational NewsJINGPINGlatest newsNarendra Modivalidimir putin
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d