Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

১০৩ বছৰ বয়সত ডিব্ৰুগড়ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ, বৈষ্ণৱ সংস্কৃতিৰ ক্ষেত্ৰত শূন্যতাৰ সৃষ্টি,শোকস্তব্ধ সত্ৰীয়া সমাজ, সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ, আজি ৰাজ্যিক মর্যাদাৰে শেষকৃত্য, মুখ্যমন্ত্রীসহ বিভিন্নজনৰ শোক

publisher by publisher
September 15, 2026
in Assam, News
Reading Time: 4 mins read
0
Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Padmashri Gopiram Bargayan Budhabhakat passes away:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বৈষ্ণৱ সংস্কৃতিৰ অক্লান্ত আজীৱন সাধক, সত্ৰীয়া সংস্কৃতিৰ ভোটাতৰা স্বৰৰূপ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণব গোপীৰাম বৰগায়ন বুঢ়াভকতৰ আজি দেহারসান ঘটে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ১০৩ বছৰ বয়সত সোমবাৰে বিয়লি ৪-২৫ বজাত বুঢ়াভকতে শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে মহাপুৰুষীয়া সংস্কৃতিৰ এক উজ্জ্বল নক্ষত্ৰ চিৰদিনলৈ নির্বাপিত হয়।
পদ্মশ্রী, সংগীত নাটক একাডেমী বঁটা আদিকে ধৰি বহু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সম্মানৰে বিভূষিত হৈছিল প্রয়াত বুঢ়াভকত। এনে এগৰাকী প্রতিভুৰ বিয়োগে কেৱল মাজুলীতে নহয়, সমগ্র অসমত সত্রীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাইছে। কিছুদিনৰ পূৰ্বে হাঁও ফাঁওকেন্দ্রিক সমস্যাত আক্রান্ত হৈছিল প্রয়াত বুঢ়াভকত ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত চিকিৎসা প্ৰদান কৰা হৈছিল। সোমবাৰে শৰীৰত অক্সিজেনৰ মাত্রা হ্রাস পোৱাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। কৃত্রিম শ্বাস-প্রশাসৰো ব্যৱস্থা কৰা হয় যদিও অৱশেষত বুঢ়াভকত বৈকুণ্ঠগামী হ’ল।
১৯২৫ত মাজুলীৰ নামকাটনি গাঁৱত গোপীৰাম বৰগায়ণ বুঢ়াভকতৰ জন্ম হৈছিল। পাঁচ বছৰ বয়সতে প্রয়াত খানুবাম শর্মা বুঢ়াভকতে তেওঁক উত্তৰ কমলাবাৰী সত্ৰলৈ লৈ আহিছিল। তেতিয়াৰ পৰাই সত্ৰৰ অধ্যাপকসকলৰ অধীনত প্রয়াত গোপীৰাম বৰগায়ন বুঢ়াভকতে গুৰু ভটিমা, দেৱ ভটিমা, গুণমালা আদিৰ পৰা আৰম্ভ কৰি দুজনা গুৰুই সৃষ্টি কৰি যোৱা সম্পদৰাজিৰ চৰ্চাত নিমগ্ন হয়। বৰগীত, ওজাপালিৰ ৰাগ, শ্লোক, গীত, পদ আটাইকেইটা ভাগৰ স’তে ১২ পাল ওজা, সমুদায় মাতৃভাষা গীত, নাম লগোৱা, অভিনয়, নটুৱা আদিৰো শিক্ষা গ্রহণ কৰে।
সত্ৰীয়া সংস্কৃতিত উৎসর্গিত সত্তা বুঢ়াভকতে পৰৱৰ্তী সময়ত সত্ৰৰ বৰগায়ন, বৰ ওজা, বৰ নাম লগোৱা আৰু সমূহীয়া বুঢ়াভকতৰ নিৰ্মালি গ্রহণ কৰে। মুখা তৈয়াৰ, সত্ৰীয়া বিভিন্ন সঁজুলি নির্মাণ আদিতো পাৰ্গত আছিল গোপীৰাম বৰগায়ন বুঢ়াভকত। তেওঁ উত্তৰ কমলাবাৰী সত্ৰৰ নামাঞ্জনীয়া বুঢ়াভকত তথা সমূহীয়া বুঢ়াভকতৰ দায়িত্বতো আছিল। সত্ৰৰ চৈধ্য প্ৰসংগৰ তিনি প্ৰসংগই তেওঁ কৰিছিল। এইবোৰৰ লগে লগে তেওঁ সত্ৰীয়া আৰু নামঘৰৰ সংস্কৃতিক উত্তৰ পুৰুষৰ মাজতো বিস্তাৰ কৰাত অন্যতম ভূমিকা লৈছিল। সত্ৰৰ বহু বৈষ্ণৱ তেওঁৰ আঙুলিত ধৰি সৃষ্টি হৈছে। সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা অসামন্য অৱদানৰ বাবে ২০১১ত তেওঁ সংগীত নাটক একাডেমীৰ টেগৰ বঁটা লাভ কৰিছিল। ২০২১ত তেওঁ পদ্মশ্রী সম্মানৰে বিভূষিত হৈছিল। ১০৩ বছৰ বয়সতো সপ্রতিভ হৈ থকা বুঢ়াভকতে কেইদিনমান পূর্বলেকে তিনিওজনা গুৰুৰ লগতে আতাসকলৰ মৌখিক চৰিত পাঠ কৰিছিল। মঙলবাৰে ৰাজ্যিক মর্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব।
গোপীৰাম বৰগায়ন বুঢ়াভকতৰ বিয়োগত মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই শোকপ্রকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্রীয়ে কয় যে মাজুলীৰ পুণ্যভূমিত সত্ৰীয়া সংস্কৃতিৰ সাধনাত ওৰেতো জীবন অহোপুৰুষাৰ্থ কৰা বুঢ়াভকতৰ বৈকুণ্ঠ গমনৰ বাতৰিয়ে তেওঁক মর্মাহত কৰিছে। সত্ৰীয়া সংস্কৃতি আৰু বৰ ওজাৰ সাধনাৰ জৰিয়তে বুঢ়াভকতে অসমৰ জাতীয় ঐতিহ্যক যি সমৃদ্ধি দি গ’ল তাক কেতিয়াও পাহৰিব নোৱাৰি।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও শোক প্রকাশ কৰি কয় যে গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্রয়াণ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি সত্রীয়া সংস্কৃতি, বৈষ্ণৱ পৰম্পৰা আৰু শিল্প সাধনাৰ প্ৰতি তেওঁৰ অনন্য অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি কেন্দ্রীয় মন্ত্রীজনে উল্লেখ কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো শোক প্রকাশ কৰিছে।
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড: পীতাম্বৰ দেৱগোস্বামীয়ে শোক প্রকাশ কৰি কয়, ‘আমি সঁচাকৈয়ে মর্মাহত হৈ পৰিছো। বিশেষকৈ তেওঁ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত যি পৰিচয় দি আহিছে, সেয়া আমাৰ বাবে এক আধাৰ স্বৰূপ আছিল। তেওঁ সত্রয়া সংস্কৃতিৰ এগৰাকী কাণ্ডাৰী আছিল। এফালে গায়ন, আনফালে ওজা তাৰ উপৰি পাঠক-সকলো ক্ষেত্ৰতে তেওঁৰ বিশেষ দখল আছিল ভাওনা, গীত-মাতৰ চৰ্চাৰ লগতে নতুন প্ৰজন্মক শিক্ষা প্ৰদানৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল অতুলনীয়। এনে এগৰাকী সাধকক হেৰুওৱাটো সত্ৰীয়া সংস্কৃতিৰ বাবে এক বৃহৎ শূন্যতা।’ একেদৰে নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত প্রভাত বুঢ়াভকতেও শোক প্রকাশ কৰি কয় যে প্রয়াত বুঢ়াভকতে কৰি যোৱা কৰ্মৰাজি সত্ৰৰ বৈষ্ণৱসকলৰ বাবে সদায় আদর্শ হৈ ৰ’ব।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা কেন্দ্ৰৰ সহকাৰী অধ্যাপক তথা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ ড০ যাদৱ বৰাই শোক প্রকাশ কৰি মন্তব্য কৰে যে উত্তৰ কমলাবাৰী সত্ৰই এগৰাকী সৰ্বগুণাকৰ সত্ৰীয়া সংস্কৃতিৰ সাধকক হেৰুৱালে। তেওঁৰ বিয়োগ উত্তৰ কমলাবাৰী সত্ৰৰ এটা যুগৰ অৱসানৰ সমতুল্য।
বুঢ়াভকতৰ বিয়োগত মাজুলী জিলা বিজেপি, মাজুলী জিলা কংগ্রেছ, জিলা সত্র মহাসভা, মাজুলী মহাবিদ্যালয়, ডিব্ৰুগড় কানে মহাবিদ্যালয়, আউনীআটী সত্র, উত্তৰ কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ, ভোগপুৰ সত্ৰ, বেঙেনাআটী সত্র, সাৰজান নসত্ৰ, মধ্য মাজুলী কমলাবাৰী সত্ৰ, নতুন চামগুৰি সত্ৰ, আদি বিহিমপুৰ সত্ৰ, দক্ষিণপাট গৃহাশ্ৰমী সত্ৰ, বিহিমপুৰ সত্ৰ, পুৰণি চামগুৰি সত্ৰ, দক্ষিণপাট সত্র, আদি এলেঙী সত্র, মাজুলী মিলন সংঘ, মাজুলী জিলা সাহিত্য সভা, ৰামধেনু শাখা সাহিত্য সভা, সম্মিলিত শিল্পী সমাজ, জিলা ক্রীড়া সন্থা, লিঅ’ পার্ট ক্লাব, মাজুলী ক্রীড়া প্রকল্প, একশৰণ ভাগৱতী সমাজ, জিলা জ্যেষ্ঠ নাগৰিক সম্মিলন, জিলা পেন্সনাৰ সন্থা, জিলা কর্মচাৰী পৰিষদ, মাজুলী জিলা প্রশাসন, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, সদৌ মাজুলী জিলা ছাত্র সন্থা, জিলা মহিলা সমিতি, মাজুলী জিলা আপকু, মাজুলী জিলা সংবাদিক সন্থা আদি অগণন সংগঠনে বুঢ়াভকতৰ বিয়োগত শোক প্রকাশ কৰিছে।
#LatestNews #BreakingNews #padmashrigopirambargayan #PassesAway #majuli
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking Newslatest newsMAJULIpadmashri gopiram bargayanpasses away
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d