Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

একেলগে বহি ফাইনেল উপভোগ কৰিলে ৰাইজে

publisher by publisher
October 3, 2026
in Assam, News, Sports
Reading Time: 1 min read
0
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

LovlinaBorgohain : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ‘আজি মোৰ জন্মদিন। এয়া অতি বিশেষ জন্মদিন। মই অত্যন্ত সুখী অনুভৱ কৰিছো। মই স্থিৰ কৰিছিলো যে জন্মদিনত নিজক সোণৰ পদক উপহাৰ দিবই লাগিব। প্রথমবাৰলৈ মই নিজৰ বাবে এক উপহাৰ আঁজুৰি আনিলো। ইয়াৰ বাবে মই সকলোখিনি দিছিলো। এটা ছেকেণ্ডৰ বাবেও মই পৰাজৰ কথা চিন্তা কৰা নাছিলো।’

ADVERTISEMENT

এই মন্তব্য এছিয়ান গেমছত স্বর্ণপদক জয় কৰি ইতিহাস ৰচনা কৰা লাভলীনা বৰগোহাঁইৰ। শুকুৰবাৰে এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ৭৫ কেজি শাখাৰ ফাইনেলত লাভলীনাই চীনাৰ জিয়াই বাওক পৰাজিত কৰি দেশলৈ সোণ কঢ়িয়াই আনে। নিজৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসো উপস্থিত থাকে। সকলোৱে একত্ৰিত হৈ লাভলীনাৰ জন্মদিনৰ কেক কাটি শুভেচ্ছাও জনায়। লাভলীনাই স্বর্ণ জয়ৰ কৰাৰ পাছতে এই আনন্দ-উল্লাস দ্বিগুণ হৈ পৰে।

লাভলীনাৰ বাসগৃহতো শুকুৰবাৰে বহুতো লোকে একত্রিত হৈ পিতৃ-মাতৃৰ স’তে খেল উপভোগ কৰে। নিজৰ প্ৰতিভাশালী কন্যাৰ এই ঐতিহাসিক কৃতিত্বত স্বাভাৱিকতে গর্বিত হৈ পৰিছে পিতৃ টিকেন বৰগোহাঁয়ে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে নিজৰ জন্মদিনত লাভলীনাই দেশবাসীৰ লগতে পৰিয়ালটোক এক বৃহৎ উপহাৰ দিলে।

বৰগোহাঁয়ে লগতে কয় যে তেওঁৰ কন্যাই আজিৰ সাফল্যৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। কালিৰ এই ফলাফল ৰাইজৰ আশীৰ্বাদ বুলি তেওঁ অভিহিত কৰে। বৃহস্পতিবাৰৰ পৰা ৰাইজে নামঘৰত লাভলীনাৰ সফলতা কামনা কৰি চাকি-বন্তি জ্বলাইছে বুলি সদৰী কৰি বৰগোহাঁয়ে কয়, ‘তেওঁ আগৰে পৰাই কৈ আছিল যে পদকৰ ৰং এইবাৰ সলনি কৰিব। আজি সেয়া কৰিবলৈ সক্ষম হোৱা বাবে মই যথেষ্ট সুখী। পিতৃ-মাতৃৰূপে আমি যথেষ্ট গৌৰৱান্বিত। অসমবাসী আৰু আমাৰ অঞ্চলৰ যিসকল ৰাইজে কালিৰে পৰা নামঘৰ, মন্দিৰ আদিত চাকি-বস্তি জ্বলাই প্রার্থনা কৰিছিল, তেওঁলোকৰ পৰাৰ্থনা সাৰ্থক হৈছে আৰু মই সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো। পুৱাৰ ভাগতে আমি নামঘৰত চাকি-বন্তি জ্বলাই সেৱা কৰি আহিছো আৰু গধূলিলৈ নামঘৰত শৰাইৰ আয়োজন কৰা হৈছে।’

বৰগোহাঁয়ে লগতে জনায় যে সন্ধিয়া নামঘৰত শৰাই দি লাভলীনাৰ জন্মদিন পালন কৰা হ’ব। আনহাতে, লাভলীনাৰ মাতৃ মামনি বৰগোহাঁয়ে কয়, ‘ভাৰতবৰ্ষ তথা অসমলৈ আজি মোৰ কন্যাই সোণৰ পদক কঢ়িয়াই আনিছে। পিতৃ-মাতৃৰূপে আমাৰ বহুত ভাল লাগিছে আৰু আজি তেওঁ নিজৰ জন্মদিনত আমাৰ লগতে দেশবাসীক উপহাৰ দিছে। তেওঁৰ সপোন পূৰণ হৈছে। যোৱা ১৫ বছৰে যিখিনি কষ্ট কৰিছিল, সকলোখিনি আজি তেওঁৰ সপোন পূৰণ হৈছে। খেলৰ পাছতেই তেওঁ ফোন কৰিছিল আৰু মই মাত দিলো।’

উল্লেখ্য যে স্বর্ণজয়ৰ পাছতে লাভলীনাই ভিডিঅ’কল যোগে পিতৃ-মাতৃৰ লগতে একাংশ পৰিচিতৰ স’তে কথা পাতে। লাভলীনাই জনায় যে অহা সাত অক্টোবৰত তেওঁ গুৱাহাটীত উপস্থিত হ’ব। ইপিনে, মনৰ আবেগ সম্বৰণ কৰি লাভলীনাৰ আদিগুৰু প্রশান্ত কুমাৰ দাসে সাংবাদিকৰ আগত কয়, ‘লাভলীনাক অভিনন্দন জ্ঞাপন কৰিছো। পদকৰ ৰং সলনি কৰিবলৈ সক্ষম হৈছে। লাভলীনাৰ প্রতিদ্বন্দ্বীয়ে খুব আক্রমণাত্মকভাৱে খেলিছিল। গাৰ জোৰেৰে খেলিলে নহ’ব, কৌশলো প্রয়োগ কৰিব লাগিব। লাভলীনাই আজি কৌশল আৰু বুদ্ধি দুয়োটাই প্রয়োগ কৰি পদক অর্জন কৰিলে।’

ইফালে, এছিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ খবৰ ওলোৱাৰ লগে লগে সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাটৰ জিলা উপায়ুক্তই লাভলীনাৰ বৰপথাৰৰ বাসগৃহত উপস্থিত হৈ লাভলীনাক শুভেচ্ছা জনায় কয় যে খেলুৱৈগৰাকীয়ে অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে। তেওঁ ভবিষ্যতে এনে অভিলেখৰ সৃষ্টি কৰিব যাক কোনেও স্পর্শ কৰিব নোৱাৰিব বুলিও ফুকনে মন্তব্য কৰে।

তেওঁ লগতে লাভলীনাক সততে সহায়-সহযোগ কথাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনায়। দুয়োজনে গামোচা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জনায় খেলুৱৈগৰাকীৰ পিতৃ-মাতৃক। স্থানীয় আছু, আটাছু, ধনশিৰি মহকুমা সাংবাদিক সংস্থা, বৰপথাৰ প্ৰেছ ক্লাব বিভিন্ন দল-সংগঠনেও খেলুৱৈৰগৰাকীৰ এই সাফল্যত শুভেচ্ছা জনায়। সেইদৰে লাভলীনাৰ সাফল্যত বিশেষ অভিনন্দন জনাইছে মুখ্যমন্ত্রী ড° শৰ্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।

মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে লাভলীনাক অভিনন্দন জনাই কয় যে আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে দেশৰ বাবে বক্সিঙৰ ৭৫ কেজি শাখাত স্বর্ণ জয় কৰি লাভলীনাই ভাৰতৰ ত্ৰিৰংগা গৌৰৱেৰে উৰুৱাইছে। জন্মদিনৰ দিনাই দেশৰ বাবে সোণৰ পদক জয় কৰাতকৈ আনন্দদায়ক আন একো হ’ব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতে লাভলীনাৰ সফলতাৰ কথা উল্লেখ কৰি উপস্থিত ৰাইজক অসম-কন্যাৰ সন্মানত হাত চাপৰি বজাবলৈ আহ্বান জনায়। সেইদৰে কেন্দ্ৰীয় মন্ত্রী সোণোৱালেও সামাজিক মাধ্যমযোগে লাভলীনাক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে সোণোৱালে।

সোণোৱালে লিখিছে, ‘জন্মদিনৰ দিনাই স্বর্ণ জয়েৰে উজলিল অসম-কন্যা লাভলীনা বৰগোহাঁই। চলিত এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিং প্রতিযোগিতাত চীনৰ বাওক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক অর্জন কৰা দেশৰ গৌৰৱ লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। নিজৰ জন্মদিনটোতে এই গৌৰৱময় সাফল্য অর্জন কৰি লাভলীনাই অসমৰ লগতে সমগ্র দেশলৈ আনন্দ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় ক্রীড়া মঞ্চত অসম-কন্যাৰ এই উজ্জ্বল প্রদর্শনে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। লাভলীনা, তোমাৰ এই স্বর্ণ জয় দেশবাসীৰ বাবে জন্মদিনৰ এক অনন্য উপহাৰ। অনাগত দিনবোৰতো এনেদৰেই সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰি ভাৰতবৰ্ষৰ নাম উজলাই তোলা, তাৰেই কামনা কৰিলো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #LovlinaBorgohain #Lovlina #AsianGames #AsianGames2026 #Boxing #GoldMedal #IndianBoxing #AssamPride #AssamGirl #IndianSports #SportsNews #GoldMedalist #BoxingChampion #ProudMoment #DainikAgradoot
publisher

publisher

Related Posts

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d