Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

publisher by publisher
October 5, 2026
in News, science
Reading Time: 1 min read
0
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

ADVERTISEMENT

BetaPictorisB : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সৌৰজগতৰ বাহিৰত থকা এটা নির্দিষ্ট গ্ৰহৰ পৰা পোনপটীয়াকৈ ৰেডিঅ’ তৰংগ চিনাক্ত কৰা বুলি দাবী কৰিছে একাংশ জ্যোতির্বিজ্ঞানীয়ে। গৱেষকৰ দলৰ মতে, কোনো একক বহিঃগ্রহ বা এক্স’প্লেনেটৰ পৰা ৰেডিঅ’ নির্গমনৰ এনে পোনপটীয়া চিনাক্তকৰণ এয়াই প্রথম।

এই নতুন গৱেষণাই এতিয়াও পিয়াৰ ৰিভিউ বা বিশেষজ্ঞ মূল্যায়নৰ পৰ্যায় পাৰ কৰ নাই। ফলত গৱেষণাৰ ফলাফলক প্রাথমিকৰূপে গণ্য কৰা হৈছে। গৱেষণাত যিটো গ্ৰহৰ ৰেডিঅ’ সংকেত ধৰা পৰিছে, তাৰ নাম
‘বিটা পিক্টোৰিছ বি’।

পৃথিৱীৰ পৰা প্রায় ৬৩ আলোকবর্ষ দূৰৰ পিক্টৰ নক্ষত্রমণ্ডলত অৱস্থিত এই গ্রহটো এটা তৰুণ আৰু বিশাল গেছ জায়েন্ট। গৱেষকসকলে অনুমান কৰিছে যে ইয়াৰ ভৰ বৃহস্পতিৰ প্রায় নৰ পৰা ১৩ গুণ বেছি। ই বিটা পিক্টোৰিছ নামৰ এটা তৰুণ নক্ষত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠা গ্রহমণ্ডলৰ অংশ।

হার্ভার্ড আৰু স্মিথছোনিয়ান চেণ্টাৰ ফৰ এষ্ট্র’ফিজিক্সৰ গৱেষক কেভিন এন অর্টিজ ছেবায়োছৰ নেতৃত্বত এই গৱেষণা চলোৱা হয়। দক্ষিণ আফ্ৰিকাৰ ৰেডিঅ’ টেলিস্কোপ এৰে ব্যৱহাৰ কৰি তেওঁলোকে বাৰে বাৰে ৰেডিঅ’ তৰংগৰ বিস্ফোৰণ বা ‘বার্স্ট’ চিনাক্ত কৰে।

গৱেষণাত অ’ৰেগান বিশ্ববিদ্যালয়ৰ গৱেষকসকলো যুক্ত আছিল।অৱশ্যে এই সংকেতটো গ্ৰহৰ পৰাই আহিছে নে তাৰ নক্ষত্ৰৰ পৰা, সেয়া নিশ্চিত কৰাটোৱেই আছিল বৃহৎ প্রত্যাহ্বান।

গৱেষকসকলে ৰেডিঅ’ সংকেতৰ অৱস্থান আৰু তাৰ বৈশিষ্ট্য বিশ্লেষণ কৰি ইয়াক ‘বিটা পিক্টোৰিছ বি’ৰ স’তে যুক্ত কৰে। এইক্ষেত্রত নক্ষত্রটোৰ তুলনামূলকভাবে কম চৌম্বকীয় সক্রিয়তায়ো গৱেষকসকলক সহায় কৰিছে।

দূৰৰ কোয়াছাৰক ৰেফাৰেল পইণ্টৰূপে ব্যৱহাৰ কৰি ৰেডিঅ’ উৎসটোৰ অৱস্থান আৰু নির্ভুলভাৱে নিৰ্ধাৰণ কৰা হয়। গৱেষকসকলে ধাৰণা কৰিছে যে এই ৰেডিঅ’ বিস্ফোৰণবোৰ প্রাকৃতিক অৰোৰা বা মেরুজ্যোতি সংক্রান্তীয় নির্গমন।

অর্থাৎ, ‘বিটা পিক্টোৰিছ বি’ৰ ক্ষেত্ৰতো একেই ধৰণৰ প্ৰক্ৰিয়াই কাম কৰিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।এই পৰ্যবেক্ষণৰ মাধ্যমেৰে গ্ৰহটোৰ চৌম্বক ক্ষেত্র সম্পর্কেও গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে।

গৱেষণাত ৰেডিঅ’ তৰংগ নিৰ্গত হোৱা অঞ্চলত প্রায় ১,২৫০ গচ চৌম্বক ক্ষেত্ৰৰ ইংগিত পোৱা গৈছে। অৱশ্যে বিভিন্ন গ্ৰহৰ বিভিন্ন অঞ্চলৰ চৌম্বক ক্ষেত্ৰৰ জোখ তুলনা কৰা হৈছে, সেয়ে এই সংখ্যাসমূহক পোনপটীয়াকৈ সমতুল্যৰূপে চোৱা উচিত নহয়।

গৱেষকসকলে স্পষ্ট কৰিছে যে এই আৱিষ্কাৰ ভিনগ্ৰহৰ প্ৰাণ বা কোনো কৃত্রিম যোগাযোগ সংকেতৰ প্ৰমাণ নহয়। বৰঞ্চ দূৰৱৰ্তী গ্ৰহৰ চৌম্বক পৰিৱেশ বুজাৰ বাবে ই নতুন এক পদ্ধতিৰ দুৱাৰ মুকলি কৰি দিব পাৰে। ভৱিষ্যতে একেই প্রযুক্তি ব্যৱহাৰ কৰি আৰু গেছ জায়েন্ট এক্সে’প্লেনেটৰ চৌম্বক ক্ষেত্র পৰীক্ষা কৰি চাব বিচাৰে বিজ্ঞানীসকলে।

ইয়াৰ ফলত দূৰৱৰ্তী গ্ৰহৰ বায়ুমণ্ডল, নক্ষত্ৰৰ বিকিৰণৰ স’তে সিবোৰৰ মিথস্ক্রিয়া আৰু সম্ভাব্য বাসযোগ্য পৰিৱেশ সম্পৰ্কে আৰু অধিক তথ্য পোৱা যাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা
Assam

আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

October 5, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d