Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

    Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

    Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

    Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ

    Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

ৰাজকোষৰ কোটি কোটি টকা ব্যয়ৰে নিৰ্মিত গৃহ মদ-ভাং-জুৱাৰ আড্ডাস্থলীলৈ পর্যবসিত, উত্তৰ নিদিলে আৰটিআইৰ আবেদনৰ

publisher by publisher
November 13, 2026
in Assam, Crime, News
Reading Time: 4 mins read
0
Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

Matric Fake certificate:জালিয়াতিত লিপ্তৰ নামভৰ্তি বাতিল হ’ব

Ganeshguri-Beltola Bazar Building:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বহু কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ ১০ মাহৰ পাছতো ৰহস্যজনক কাৰণত আজিও মুকলি নহ’ল মহানগৰীৰ গণেশগুৰি আৰু বেলতলাৰ দৈনিক বজাৰ গৃহ। উল্লেখ্য যে বজাৰ দুখনৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত ৰাইজে আশা কৰিছিল যে পথৰ যান-জট হ্রাস পাব আৰু ৰাইজৰেও বজাৰ-সমাৰ কৰাত সুবিধা পাব। এই আশা দি গুৱাহাটী পৌৰ নিগমে দুয়োখন বজাৰ গৃহ নিৰ্মাণৰ কাম হাতত লৈছিল। সময়ত নির্মাণ কার্য সম্পূর্ণ হ’ল, মন্ত্ৰীয়ে ৰঙাফিটা কাটি উদ্বোধনো কৰিলে; কিন্তু আজিলৈ ক্ষুদ্র ব্যৱসায়ীসকলৰ বাবে মুকলি কৰা নহ’ল বজাৰ দুখন।
উল্লেখ্য যে বেলতলা বজাৰ গৃহৰ আধাৰশিলা স্থাপন হৈছিল ২০১৩তে। প্রায় ১১.৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা চাৰিমহলীয়া এই বজাৰৰ অট্টালিকাত আছে ৩৮০ খন দোকান, পৌৰ নিগমৰ বাবে কাৰ্যালয়ৰ বাবে স্থান আৰু এটা ‘কমিউনিটী হল’। দীঘলীয়া ১৩ বছৰৰ অপেক্ষাৰ অন্তত যোৱা ফেব্ৰুৱাৰীত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বজাৰ গৃহ উদ্বোধন কৰে। একে সময়তে গণেশগুৰিৰ নতুন বজাৰ গৃহও প্রায় সম্পূৰ্ণ হৈ উঠিছিল আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰাৰ কথা আছিল; কিন্তু নির্মাণ সম্পূর্ণ হ’ল যদিও মূৰকত বাতিল হ’ল উদ্বোধনী অনুষ্ঠান। বেলতলাত উদ্বোধনৰ পাছতো ব্যৱসায়ীসকলে নিজৰ দোকান খুলিব পৰা নাই বুলি অভিযোগ উঠিছে। পার্কিং স্থানত পানী জমা হৈ লেতেৰা পানী বৈ যাবলৈ ধৰিছে। দেৱালত শেলুৱৈ বগাবলৈ লৈছে।
আনহাতে, কোনে দোকান পাব, কাক কিমানত দিয়া হ’ল, সেই আবণ্টন প্রক্রিয়াও এতিয়াও সকলোৰে বাবে স্পষ্ট নহয়। আনফালে, গণেশগুৰিত উদ্বোধনৰ পূৰ্বেই সৃষ্টি হৈছিল বিবাদৰ। নতুন বজাৰ গৃহৰ সন্মুখৰ হাঁহ-কুকুৰাৰ বজাৰখন খালী কৰিবলৈ পৌৰ নিগমে নির্দেশ দিয়াৰ পাছত ব্যৱসায়ীসকলে প্রতিবাদ কৰিছিল। তেওঁলোকৰ দাবী আছিল, ২০১৪তে পৌৰ নিগমৰ আশ্বাসত তেওঁলোকে স্থান খালী কৰি দিছিল। নতুন বজাৰ গৃহত তেওঁলোকক ঠাই দিয়া হ’ব বুলি কোৱা হৈছিল, কিন্তু আজিও পুনৰ সংস্থাপনৰ স্পষ্ট ছবি পোৱা নাই।
দৰাচলতে এই দুয়োখন বজাৰৰ কাহিনী ২০০৭ৰ পৰাই আৰম্ভ হৈছিল; যেতিয়া পৌৰ নিগমে উজানবজাৰ, গণেশগুৰি আৰু বেলতলাক ব্যক্তিগত বিনিয়োগৰ সহযোগত নিৰ্মাণ কৰিবলৈ বিচাৰিছিল। ব্যৱসায়ীসকলে ইয়াৰ বিৰোধিতা কৰাৰ পাছত বছৰ বছৰ ধৰি চলিল আইনী জটিলতা। অৱশেষত পৌৰ নিগমে নিজেই নিৰ্মাণৰ দায়িত্ব ল’বলগীয়া হয়।
এই সম্পৰ্কত গণেশগুৰি বজাৰ সমিতিৰ সাধাৰণ সম্পাদক ভৈৰৱ কলিতাই কয়, ‘আমি ক্ষুদ্ৰ ব্যৱসায়ীসকলে দীর্ঘদিনৰ পৰা অপেক্ষা কৰি আছিলো যে সুন্দৰ পৰিৱেশ এটাত আমি ভালদৰে ব্যৱসায় কৰিব পাৰিম; কিন্তু আজিলৈ সেয়া সম্ভৱ নহ’ল। আমি বিভাগীয় কর্তৃপক্ষক বহুবাৰ অনুৰোধ জনালো; কিন্তু সহাঁৰি পোৱা নাই। গণেশগুৰি বজাৰ সমিতিৰ অন্তৰ্গত প্রায় ২৫০ জন ক্ষুদ্ৰ ব্যৱসায়ী আছে। এইসকলৰ আধা সংখ্যকে ইমান দিনৰ পৰা গুৱাহাটী পৌৰ নিগমৰ গৃহত ব্যৱসায় কৰিম বুলি দীর্ঘদিন ধৰি অপেক্ষা কৰি আছে; কিন্তু কেতিয়ালৈ সেয়া সম্ভৱ হ’ব তাৰ কোনো নিশ্চয়তা নাই।’
ইপিনে, একাংশ ব্যৱসায়ীয়ে পৌৰ নিগমৰ গৃহ আবন্টন লাভ কৰিবলৈ দোকান নিদিলেও মাহিলি ঘৰভাড়া আদায় দি আছে। মাহিলি ৫৬০ টকাকৈ পৌৰ নিগমক এইসকল ব্যৱসায়ীয়ে ভাড়া দি আছে বুলি সূত্রই জনায়। আনহাতে, বেলতলা আৰু গণেশগুৰিত নিৰ্মাণ হোৱা এই বজাৰ গৃহসমূহত একাংশ অসাধু লোকৰ বাবে জুৱা, মদ আৰু ভাঙৰ আড্ডাস্থলী হৈ পৰিছে। নিশা হ’লেই একাংশ উদণ্ড যুৱকে ভিৰ কৰে।
এই সম্পর্কত নয়নজ্যোতি কলিতা নামৰ এজন নাগৰিকে যোৱা ২০ আগষ্টত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ অধীনত পৌৰ নিগমৰ ওচৰত তথ্য বিচাৰি আবেদন কৰিছিল; কিন্তু তিনি মাহৰ পাছতো সংশ্লিষ্ট বিভাগে কোনো তথ্য দাখিল নকৰাত যোৱা তিনি নৱেম্বৰত পৌৰ নিগমৰ ৰাজহুৱা তথ্য বিষয়াই কার্যবাহী অভিযন্তাসকললৈ আৰটিআইৰ জৰুৰী সোঁৱৰণ জাৰি কৰি দুদিনৰ ভিতৰত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অন্যথা আৰটিআই আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব পাৰে বুলি সকীয়াই দিয়ে।
#LatestNews #BreakingNews #beltolabazar #ganeshguribazar #damage
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beltala BazarBreaking Newsdamageganeshguri bazarGuwahatilatest news
publisher

publisher

Related Posts

RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ
India

RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

November 13, 2026
National

Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

November 13, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

November 13, 2026
Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ
Assam

Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ

November 13, 2026
Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ
Assam

Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

November 12, 2026
Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d