Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

    Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

    Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

    Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ

    Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ

নগাঁও জিলাত এই পর্যন্ত ১,২৮৮ খন ভুৱা প্ৰমাণপত্ৰ চিনাক্ত, ভুৱা প্ৰমাণ পত্ৰৰে নামভৰ্তি কৰিছিল ৮৮ খন শিক্ষানুষ্ঠানত, তিনি দিনৰ ভিতৰত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ, হোজাইৰ ৩৩খন বিদ্যালয়ৰ অধ্যক্ষলৈ নিৰ্দেশ

publisher by publisher
November 13, 2026
in Assam, Crime, News
Reading Time: 4 mins read
0
Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

Matric Fake certificate:জালিয়াতিত লিপ্তৰ নামভৰ্তি বাতিল হ’ব

Nagaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যত নজিৰবিহীন অপৰাধ কাণ্ড সংঘটিত কৰিলে দুষ্টচক্রই। নগাঁও আৰু হোজাই জিলাত শতাধিক শিক্ষানুষ্ঠানত বৃহৎসংখ্যক ছাত্র-ছাত্রীয়ে ভুৱা প্রমাণপত্ৰৰে নামভৰ্তি কৰাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলাৰ ৮৮ খন শিক্ষানু ষ্ঠানত ২০২৫-২৬ আৰু ২০২৬-২৭ শিক্ষাবর্ষত ভুৱা প্রমাণ পত্ৰৰে একাদশ আৰু দ্বাদশ শ্রেণীত নামভৰ্তি কৰা কাৰ্যৰ বিৰুদ্ধে অহা তিনি দিনৰ ভিতৰত সংশ্লিষ্ট অঞ্চলৰ আৰক্ষী থানাত গোচৰ তৰিবলৈ কৰলি নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক নর্মদা চেতিয়াই বিদ্যালয়সমূহৰ মুৰব্বীলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে নগাঁও জিলাৰ ৮৮ খন শিক্ষানুষ্ঠানত মুঠ ১,২৮৮ জন ভুৱা শিক্ষার্থীয়ে নামভৰ্তি কৰাৰ তথ্য পৰা পোহৰলৈ আহিছে। বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীয়ে সেয়েহে জিলাখনৰ ৮৮ খন বিদ্যালয়ৰ মুৰব্বীসকলক উক্ত চক্ৰৰ লগতে দালালসকলৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ এই ভুৱা প্ৰমাণ পত্ৰৰে নামভৰ্তি কৰা ঘটনাটো পোহৰলৈ অহাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিক্ষা বিভাগৰ আয়ুক্ত-সচিবে এখন পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) ক দায়িত্ব অর্পণ কৰা বুলি কালি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে।
নগাঁও জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকে বৃহস্পতিবাৰে এক পত্র (নম্বৰঃ আইএছ/এনডিচি/ভুৱা প্রমাণপত্র ২০২৬/৪৩৫০, তাৰিখ: ২২/১১/২০২৬) যোগে সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষ/প্রতিষ্ঠানৰ মুৰব্বীলৈ এই নির্দেশ জাৰি কৰিছে। শিক্ষা বিষয়া গৰাকীয়ে নির্দেশটোত কয়, ‘অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিশিষ্ট-একত উল্লেখ কৰা অনুসৰি নগাঁও জিলাৰ ৮৮খন প্রতিষ্ঠানত ২০২৫-২৬ আৰু ২০২৬-২৭ শিক্ষাবর্ষৰ একাদশ/দশম শ্রেণীত নামভর্তিত ১২৮৮ খন ভুৱা প্ৰমাণপত্ৰ চিনাক্ত কৰিছে। এই ঘটনাসমূহৰ উৎস হৈছে সেইবোৰ বেচৰকাৰী বিদ্যালয়/প্রতিষ্ঠানৰ পৰা, যিবোৰে নিজাববীয়াকৈ ছাত্র-ছাত্রী নামভৰ্তি কৰি চৰকাৰী আৰু প্ৰাদেশীকিকৃত প্রতিষ্ঠানৰ জৰিয়তে তেওঁলোকক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিছিল।
এয়া এক অপৰাধমূলক কাৰ্য আৰু চৰকাৰী তথা প্রাদেশিকীকৃত প্রতিষ্ঠানকে ধৰি তালিকাভুক্ত প্রতিখন সংশ্লিষ্ট প্রতিষ্ঠানৰ মূৰব্বী এই বিষয়ে অবগত থকাৰ বাবে ব্যক্তিগতভাবে দায়বদ্ধ। এনে অবৈধ কার্যকলাপৰ প্ৰতি চৰকাৰে শূন্য সহনশীলতা নীতি গ্রহণ কৰিছে। গতিকে যিকোনো প্রতিষ্ঠান বা ব্যক্তিৰ পদমর্যাদা বা প্রভাৱ যিয়েই নহওক কিয়, কোনো প্রতিষ্ঠানৰ মুৰব্বীয়ে তেওঁলোকক ৰক্ষা কৰিব, উপেক্ষা কৰিব বা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণত পলম কৰিব নোৱাৰিব।’ বিদ্যালয়সমূহৰ পৰিদৰ্শকে পত্ৰ লাভৰ তিনিদিনৰ ভিতৰত সংশ্লিষ্ট বেচৰকাৰী বিদ্যালয়/প্রতিষ্ঠান, গৰাকী, পদাধিকাৰী, এজেন্ট আৰু দালালৰ বিৰুদ্ধে সংশ্লিষ্ট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ নির্দেশ দিছে।
ইপিনে, হোজাই জিলাতো সংঘটিত হৈছে অনুৰূপ ঘটনা। হোজাই জিলাত একাংশই মেট্রিক উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা ঘটনাক কেন্দ্ৰ কৰি শিক্ষা বিভাগত প্রচণ্ড জোঁকাৰণিৰ সৃষ্টি হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় সংমণ্ডলৰ দ্বাৰা চিনাক্ত কৰা ভুৱা প্ৰমাণপত্ৰৰ গোচৰত জিলাখনৰ ৩৩খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ জৰুৰী নির্দেশনা জাৰি কৰিছে হোজাইৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰঞ্জন কুমাৰ ডেকাই।
বৃহস্পতিবাৰে জাৰি কৰা চৰকাৰী নির্দেশনা অনুসৰি, সংশ্লিষ্ট বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্রধান শিক্ষকসকলক আজি দিনৰ তিনি বজাত শ্রীমন্ত শংকৰদেৱ নগৰস্থিত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নির্দেশ দিয়া হয়। সেই অনুসৰি চিআইএছচিইৰ নামত জাল বা ভুৱা উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা শিক্ষার্থীসকলৰ সন্দৰ্ভত পৰিষদে প্ৰেৰণ কৰা তালিকাৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰা বিস্তৃত তথ্য বিচৰা হয়।
নির্দেশনাত সংশ্লিষ্ট শিক্ষার্থীসকল বর্তমানে বিদ্যালয়ত অধ্যয়নৰত হৈ আছে নে নাই, থাকিলে কিমানগৰাকী শিক্ষার্থী শ্রেণীত উপস্থিত আছে, তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে নে নাই, কোনখন আৰক্ষী থানাত আৰু কেতিয়া এজাহাৰ দাখিল কৰা হৈছে, সেই সন্দৰ্ভত সবিশেষ তথ্যসহ ব্যৱস্থা গ্রহণৰ প্ৰতিবেদন (এটিআৰ) বিচৰা হৈছে।
এজাহাৰ দাখিল কৰা বিদ্যালয়সমূহক এজাহাৰৰ প্ৰতিলিপিও জমা দিবলৈ কোৱা হৈছে। বিশেষকৈ অহা ১৬ নৱেম্বৰৰ ভিতৰত নির্ধাৰিত প্ৰ-পত্ৰ আৰু অনলাইন লিংকৰ জৰিয়তে সকলো তথ্য আৰু প্রয়োজনীয় নথি-পত্ৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত জমা দিবলৈ নির্দেশ দিয়া হৈছে। নির্দেশ লাভ কৰা ৩৩খন শিক্ষানুষ্ঠান হ’ল ক্রমে আচার্য একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, অৰুণোদয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আৰ্যন একাডেমী, অসম ভেলী একাডেমী, বিবেকানন্দ বিদ্যালয়, ব্রাইট ফিউচাৰ একাডেমী, ডিচিএল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, দিঘীৰপাৰ জাতীয় বিদ্যালয়, ডবকা পাব্লিক স্কুল, ডবকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ড্রিমলাইট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ইষ্ট পইন্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জ্ঞানজ্যোতি একাডেমী, জ্ঞানদীপ একাডেমী, জ্ঞানদীপ একাডেমী, ইংলিছ মিডিয়াম স্কুল, জ্ঞানজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাজী আজমল আলী মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হোজাই পাব্লিক স্কুল, জাতীয় বিদ্যালয়, হোজাই, লংকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মাধৱদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মার্কাজ একাডেমী ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মডার্ণ গুৰুকুল ইংলিছ হাইস্কুল, মৌলানা আজাদ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মৌলানা মাছাদৰ আলী বিদ্যাপীঠ, নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নীলবাগান জাতীয় বিদ্যালয়, পদুমণি জাতীয় বিদ্যালয়, পূর্বাঞ্চল জাতীয় বিদ্যালয়, ৰাজীৱ গান্ধী স্কুল, এছএএছ ইণ্টাৰনেছনেল, জেনিথ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আদি।
ইপিনে, শিক্ষা বিভাগৰ এই নির্দেশনাক লৈ একাংশ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
একাংশ অধ্যক্ষই কয় যে নামভৰ্তিৰ সময়ত শিক্ষার্থীসকলে দাখিল কৰা প্ৰমাণ পত্র ভুৱা নে প্রকৃত, সেয়া পৰীক্ষা কৰাৰ পৰ্যাপ্ত ব্যৱস্থা তেওঁলোকৰ হাতত নাছিল। বহু শিক্ষার্থীয়ে ইতিমধ্যে কে’বামাহো বিদ্যালয়ত অধ্যয়ন কৰিছে। এনে পৰিস্থিতিত শিক্ষার্থীসকলৰ বিৰুদ্ধে বিদ্যালয়ৰ তৰফৰ পৰা কেনেকৈ গোচৰ তৰা সম্ভব, তাক লৈ প্রশ্ন উত্থাপন কৰিছে একাংশ অধ্যক্ষই। তেওঁলোকৰ মতে, কেৱল বিদ্যালয়ৰ ওপৰত দায়িত্ব ন্যস্ত নকৰি চৰকাৰ আৰু প্রশাসনে বিভাগীয় তদন্তৰ জৰিয়তে ভুৱা প্রমাণপত্র প্রস্তুত আৰু যোগান ধৰা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।
আনহাতে, হোজাইৰ বিদ্যালয় পৰিদৰ্শক ৰঞ্জন কুমাৰ ডেকাই কয় যে বিদ্যালয়সমূহৰ মুৰব্বীসকলে এইক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই। সমগ্র অসমতে এনে ঘটনা সংঘটিত হৈছে। আইনী প্ৰক্ৰিয়াৰ জৰিয়তেহে প্রকৃত তথ্য উদঘাটন কৰাটো সম্ভৱ। আৰক্ষীয়ে তদন্তৰ জৰিয়তে কোন কোন শিক্ষার্থীয়ে ভুৱা প্রমাণপত্ৰ ব্যৱহাৰ কৰিছে, সেই সন্দর্ভত প্রয়োজনীয় তথ্য লাভ কৰিব পাৰিব।
#LatestNews #BreakingNews #Matric #fakecertificate #hujaidist #nagaondistrict
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsfake certificateHojailatest newsMatriculation ExaminationNagaonNotice IssueSchool Inspector
publisher

publisher

Related Posts

RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ
India

RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

November 13, 2026
National

Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

November 13, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

November 13, 2026
Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ
Assam

Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

November 13, 2026
Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ
Assam

Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

November 12, 2026
Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d