ADVERTISEMENT

Tag: ASSAM CORONA VIRUS

মুখত মাস্ক পৰিধান কৰি বিয়াত বহিল নৱ  দম্পতী

এখন ব্যতিক্ৰমী বিবাহ ।এই বিবাহখন সম্পন্ন হ'ল মধ্যপ্ৰদেশৰ ইন্দোৰত ।বহু দিনৰ পৰা একমাত্ৰ কন্যাৰ বিবাহৰ বাবে বহু পৰিকল্পনা কৰিছিল ইন্দোৰৰ ...

Read more

পানবাৰীত সম্প্ৰীতিৰ নিদৰ্শন

ৰাজ্যত কৰ"না ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ধুবুৰী জিলাৰ বগৰীবাৰীৰ নিকটৱৰ্তী পানবাৰীত ৰঙামাটিৰ এজন গাঁৱত দেখিবলৈ পোৱা গ’ল ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন। বাৰ্ধক্যজনিত ...

Read more

লকডাউনৰ প্ৰভাৱতে পথাৰতে পচিছে অধিক চাহিদাকৃত ষ্ট্ৰৱেৰী

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছৰ সংক্ৰমন ৰোধৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ২১ দিনীয়া তলাবন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল, ...

Read more

মহানগৰীত হিউমেণ কেয়াৰ চচাইটিৰ খাদ্য-হেণ্ডচেনিটাইজাৰ বিতৰণ

লক ডাউনৰ সময়ত মহানুভৱতাৰ পৰিচয় দিছে হিউমেণ কেয়াৰ চচাইটিয়ে।বেচৰকাৰী সন্থাটোৱে মহানগৰীৰ ধীৰেণপাৰাত দৰিদ্ৰ জনতাক যোগান ধৰিছে খাদ্য সামগ্ৰী।অঞ্চলটো ৪০টা দৰিদ্ৰ ...

Read more

কৰ’না ত্ৰাসৰ মাজতে চীনৰ বজাৰত পুনৰ বিক্ৰী বাদুলি,পেংগুলিন,কুকুৰৰ মাংস

কৰ’না ত্ৰাসৰ মাজতে চীনৰ বজাৰত বিক্ৰী হৈছে বাদুলি,পেংগুলিন আৰু কুকুৰৰ মাংস। চীনৰ লগতে বিশ্বৰ অন্যান্য দেশত ক’ভিড ১৯ ভাইৰাছৰ সংক্ৰমণে ...

Read more

কৰ’না সংক্ৰমণৰ কেন্দ্ৰবিন্দু নিজামুদ্দিন

এই মুৰ্হূতত মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহ প্ৰেক্ষাপটত দেশৰ সবাতোকৈ উদ্বেগজনক স্থান হৈ পৰিছে দিল্লীৰ নিজামুদ্দিন অঞ্চল ৷ইয়াত অনুষ্ঠিত এক ...

Read more

কৰ’না ৰোধৰ বাবে চীনৰ পৰা ভেণ্টিলেটৰ-মাস্ক ক্ৰয়ৰ সিদ্ধান্ত কেন্দ্ৰৰ

কৰ'না ভাইৰাছ ৰোধ কৰিবলৈ দেশত উপযুক্ত সামগ্ৰীৰ সম্প্ৰতি সম্পূৰ্ণ অভাৱ। এনেবোৰ সামগ্ৰীৰ অভাৱৰ মাজেদি এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলগীয়া হৈছে ...

Read more

বিপৰ্যয়ৰ ইংগিত!ৰাজ্যত আক্ৰান্ত ১৭ জন

অসমলৈ বিপৰ্যয়ৰ ইংগিত বহন কৰি মৃত্যুদূতৰূপী কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তলোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে। দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতত ...

Read more
Page 17 of 19 1 16 17 18 19