Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না সংক্ৰমণৰ কেন্দ্ৰবিন্দু নিজামুদ্দিন

publisher by publisher
April 2, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না সংক্ৰমণৰ কেন্দ্ৰবিন্দু নিজামুদ্দিন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

এই মুৰ্হূতত মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহ প্ৰেক্ষাপটত দেশৰ সবাতোকৈ উদ্বেগজনক স্থান হৈ পৰিছে দিল্লীৰ নিজামুদ্দিন অঞ্চল ৷ইয়াত অনুষ্ঠিত এক ধৰ্মীয় সমাবেশত অংশগ্ৰহণকাৰীয়ে দেশৰ বিভিন্ন অঞ্চললৈ কৰ’না ভাইৰাছ কঢ়িয়াই উভতি যোৱাৰ পাছত আতংক বহুগুণে বৃদ্ধি পাইছে ৷হেজাৰ হেজাৰ লোক নিজামুদ্দিনৰ এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ পাছতো একেলগে আছিল।
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ হস্তক্ষেপত ৩৬ ঘন্টীয়া অভিযানৰ পাছত দিল্লী আৰক্ষীয়ে নিজামুদ্দিনৰ ছমহলীয়া অট্টালিকাৰ পৰা ২,৩০০ ৰো অধিক মানুহক উলিয়াই আনে। এই কাম কৰিবলৈ মূৰৰ ঘাম মাটিত পেলাবলগীয়া হ’ল দিল্লী আৰক্ষীয়ে ৷তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি নিজামুদ্দিন মাৰ্কাজৰ মুৰব্বী মৌলনা ছাদক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’য় ডোভাল। দিল্লী আৰক্ষী আৰু অন্যান্য সুৰক্ষা সংস্থাসমূহৰ বাৰম্বাৰ অনুৰোধক কেৰেপ কৰা নাছিল তবলিগি জামাতৰ মুৰব্বী ছাদে ।
ইয়াৰ পিছত ২৮,২৯ মাৰ্চৰ নিশা প্ৰায় দুই বজাত ডোভাল গৈ নিজামুদ্দিন মাৰ্কাজত উপস্থিত হয় আৰু মৌলনা ছাদক সাক্ষাৎ কৰি বিল্ডিঙৰ ভিতৰত থকা লোকসকল কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰীক্ষাৰ বাবে তথা কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰিবলৈ সন্মত হয় ৷উল্লেখ্য যে মৌনানা ছাদৰ আজোককাক মৌলানা ইলিয়াছ কান্দলৱিয়ে তবলিগি জামাত প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত মেৱাটি অঞ্চলত ইয়াক প্ৰতিষ্ঠা কৰা হৈছে ।
ইয়াৰে গ্ৰামাঞ্চলৰ ধৰ্মান্তৰিত মুছলমানসকলে মেয়ৰৰ ৰাণা সংঘৰ স’তে খানোৱাৰ যুঁজত মোগল সম্ৰাট বাবৰৰ বিৰুদ্ধে ১,৫২৭ ত যুঁজ দিছিল ৷ইতিহাস প্ৰসিদ্ধ পাণিপথৰ যুঁজৰ পাছত হৈছিল খানোৱাক যুঁজ ৷জামাতে কি দৰে এজন ভাল মুছলমানহ’ব পাৰি সেই বিষয়ে ইছলামৰ ধৰ্মগ্ৰন্থ কোৰানৰ ভিত্তিত আলোকপাত কৰে ৷সম্প্ৰতি এই সংগঠনটো বহুধা বিভক্ত হৈছে ৷পাকিস্তানে দক্ষিণ এছিয়াত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ আৰু মৌলবাদৰ প্ৰসাৰ ঘটাবলৈ একাংশ তবলিগি সদস্যক ব্যৱহাৰৰ পাছতে সংগঠনটোৰ মাজত বহু বিভাজন ঘটে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajit DovalAssamASSAM CORONA VIRUSASSAM FIGHTS CORONACovid-19DELHI NIZAMUDDININDIA FIGHTS CORONATablighi Jamaat
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d