ADVERTISEMENT

Tag: Credit Card

RBI:ক্রেডিট কার্ডৰে একাধিক পেমেণ্টৰ সুবিধা হ’ব পাৰে বন্ধ

RBI: ক্রেডিট কার্ডৰ জৰিয়তে কৰা লেনদেনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ সিদ্ধান্ত লৈছে ভাৰতৰ ৰিজার্ভ বেংক (আৰবিআই)-এ। অচিৰে আৰবিআয়ে ব্যক্তিগত নানা ধৰণৰ পেমেণ্টৰ ...

Read more
নোটত কৰ’না সংক্ৰমণ সম্ভাৱনা কম,তুলনাত কাৰ্ডত অধিক বেছি ,দাবী গৱেষণাৰ

নোটত কৰ’না সংক্ৰমণ সম্ভাৱনা কম,তুলনাত কাৰ্ডত অধিক বেছি ,দাবী গৱেষণাৰ

অতিমাৰীৰ আৰম্ভণিতে নগদ লেনদেন হ্ৰাস পাইছিল । স্পৰ্শ এৰাই চলিবলৈ গুৰুত্ব দিয়া হৈছিল নগদবিহীন লেনদেনত । কিন্তু সেই সিদ্ধান্ত ডাঙৰ ...

Read more

পহিলা জানুৱাৰীৰ পৰা সলনি হ’ব ডেবিট-ক্ৰেডিট কাৰ্ডৰ নিয়ম

অনলাইনত লেনদেন অতি সুৰক্ষিত কৰিবলৈ অহা পহিলা জানুৱাৰীৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকে ...

Read more

এক অক্টোবৰৰ পৰা কাৰ্ডৰ জৰিয়তে লেনদেনৰ নিয়ম সলনি, জানি লওক এইসমূহ নতুন নিয়ম..

এক অক্টোবৰৰ পৰা গ্ৰাহকসকলক ডেবিট, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কে'বাটাও পৰিৱৰ্তন আনিব ৰিজাৰ্ভ বেংকে । এই কাৰ্ডৰ জৰিয়তে, ফোন বিল, অ'টিটি-ৰ ...

Read more

ৰিজাৰ্ভ বেংকৰ নির্দেশ গ্রাহকে মনত ৰাখিব লাগিব নিজৰ ডেবিট,ক্রেডিট কার্ডৰ নম্বৰ

ব্যক্তিগত তথ্য চুৰি হৈছে এই মুহূর্তত বিশ্বৰ অন্যতম এক গুৰুত্বপূৰ্ণ সমস্যা। প্রত্যক গ্রাহকে অনলাইনত লেনদেনৰ ক্ষেত্ৰত নিজৰ যাৱতীয় ব্যক্তিগত তথ্যৰ ...

Read more

আজিৰে পৰা সলনি হ’ব এ টি এম, ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ

যদি আপুনি ডেবিট আৰু ক্রেডিট কার্ড ব্যৱহাৰ কৰে, তেন্তে পহিলা অক্টোবৰৰ পৰা কেতবােৰ নতুন নিয়ম-নীতি পালন কৰিব লাগিব । ৰিজাৰ্ভ ...

Read more