ADVERTISEMENT

Tag: Raj Kundra

কোটি টকাৰ আন্তৰ্জাতিক লেনদেন, ৰাজ-শিল্পাৰ যুটীয়া একাউন্ট নিৰীক্ষণ অপৰাধ দমন শাখাৰ

পৰ্ণগ্ৰাফী গোচৰত এইবাৰ মুম্বাই অপৰাধ দমন শাখাৰ নিৰীক্ষণৰ অধীনত আছে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্ট । তথ্য অনুসৰি ...

Read more

অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত শিল্পা শ্বেট্টীৰ ফোন ক্ল’ন কৰিব মুম্বাই আৰক্ষীয়ে

অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগত পুনৰ আৰক্ষীয়ে জেৰা কৰিব পাৰে অভিনেত্ৰী শিল্পা শ্বেট্টীক । মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাৰ সূত্ৰ ...

Read more

আৰক্ষীৰ জেৰাত অংশ ল’বলৈ অস্বীকাৰ গহনাৰ

বলিউডৰ পৰ্ণগ্রাফীৰ ওচৰত সােধাপপাছা কৰাৰ বাবে মুম্বাই আৰক্ষীয়ে মডেল-অভিনেত্রী গহনা বশিষ্ঠক চমন দিছিল। কিন্তু গহনাই আৰক্ষীৰ জেৰাত অংশ ল’বলৈ অস্বীকাৰ ...

Read more

মোৰ স্বামী নিৰ্দোষী, অশ্লীল ছবী নিৰ্মাণ কাণ্ডত ৰাজৰ গ্ৰেপ্তাৰী আৰু ‘হটশ্বটছ’ সম্পৰ্কে কি ক’লে শিল্পাই

ৰাজ কুন্দ্ৰাৰ এপ্ 'হটশ্বটছ'ত কেনেধৰণৰ ভিডিঅ' প্ৰকাশ হয়, সেই বিষয়ে অৱগত নাছিল ৰাজৰ স্ত্ৰী, অভিনেত্ৰী শিল্পা শ্বেট্টী কুন্দ্ৰা । সেই ...

Read more

পর্ণ ছবিৰে লাভ কৰা ধন অনলাইন জুৱাত বিনিয়ােগ কৰিছিল কুন্দ্রাই

পর্ণ ছবি নির্মাণ আৰু প্ৰচাৰৰ গােচৰত অভিযুক্ত ৰাজ কুন্দ্রাৰ সন্দৰ্ভত তদন্ত চলাই পুনৰ অধিক চাঞ্চল্যকৰ তথ্য লাভ কৰিলে মুম্বাই আৰক্ষীৰ ...

Read more

অবৈধ ব্যৱসায়ৰে ঘটিছিল কোটি কোটি টকা অগাধ সম্পত্তিৰ গৰাকী কুন্দ্রা, বুর্জ খলিফাতাে ক্ৰয় কৰিছিল ফ্লেট

অশ্লীল ছবি নির্মাণ-প্ৰচাৰত গােচৰত মুম্বাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ বিভাগে গ্রেপ্তাৰ কৰা বলিউড অভিনেত্রী শিল্পা শেট্ৰীৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্রাৰ আছে ...

Read more

‘হটশ্বটছ’ৰ বাবে ৯০ টা ভিডিঅ’ তৈয়াৰ কৰিছিল কুন্দ্রাই

অশ্লীল ছবি নির্মাণ কেলেংকাৰিৰ ঘটনাত ব্যৱসায়ী ৰাজ কুন্দ্রাৰ সন্দৰ্ভত নতুন তথ্য পােহৰলৈ আহিল। মুম্বাই আৰক্ষীয়ে কুন্দ্রাৰ বাসগৃহত তালাচী চলাই ৭০টা ...

Read more

আৰক্ষীক ২৫ লাখ টকা উৎকোচ দিছিল ৰাজে ! নতুন অভিযোগ

অশ্লীল ছবি নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা ৰেহাই পাবৰ বাবে আৰক্ষীক ২৫ লাখ টকাৰ উৎকোচ দিছিল ব্যৱসায়ী ৰাজ কুন্দ্ৰাই । চোৰাংচোৱাই ...

Read more

অশ্লীল ছবিত অভিনয়ৰ বাবে প্রলােভন দিছিল কুন্দ্রাই, অভিযােগ ইউটিউবাৰ পুনিত

মডেল-অভিনেত্রী সাগৰিকা সােণা সুমনৰ পাছত অশ্লীল ছবি নির্মাণৰ অভিযােগত মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ব্যৱসায়ী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযােগ উত্থাপন ...

Read more

বলিউডৰ উদ্যোগ আচলতে নর্দমাহে, পর্ণকাণ্ডত সৰৱ কংগনা

বলিউডে হওক বা সামাজিক কোনাে বিষয়তে হওক, বিতর্ক সৃষ্টি হ'লেই সৰৱ হৈ উঠে বলিউড অভিনেত্রী কংগনা ৰণৌট। এইবাৰ জনপ্রিয় অভিনেত্রীগৰাকীয়ে ...

Read more
Page 2 of 3 1 2 3