Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

মোৰ স্বামী নিৰ্দোষী, অশ্লীল ছবী নিৰ্মাণ কাণ্ডত ৰাজৰ গ্ৰেপ্তাৰী আৰু ‘হটশ্বটছ’ সম্পৰ্কে কি ক’লে শিল্পাই

publisher by publisher
July 24, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
মোৰ স্বামী নিৰ্দোষী, অশ্লীল ছবী নিৰ্মাণ কাণ্ডত ৰাজৰ গ্ৰেপ্তাৰী আৰু ‘হটশ্বটছ’ সম্পৰ্কে কি ক’লে শিল্পাই
8
SHARES
75
VIEWS
ShareShareShareShare

ৰাজ কুন্দ্ৰাৰ এপ্ ‘হটশ্বটছ’ত কেনেধৰণৰ ভিডিঅ’ প্ৰকাশ হয়, সেই বিষয়ে অৱগত নাছিল ৰাজৰ স্ত্ৰী, অভিনেত্ৰী শিল্পা শ্বেট্টী কুন্দ্ৰা । সেই এপৰ স’তে তেওঁৰ কোনো সম্পৰ্ক নাই । চোৰাংচোৱাক জনালে অভিনেত্ৰীগৰাকীয়ে । ছয় ঘণ্টাৰ সোধ-পোছৰ পাছত শিল্পাৰ কিছু জবানবন্দী প্ৰকাশ পালে সামাজিক মাধ্যমত । স্বামীৰ পক্ষত তেওঁৰ যুক্তি, যৌন উদ্দিপক ছবি আৰু অশ্লীল ছবিৰ মাজত পাৰ্থক্য আছে । ৰাজে অশ্লীল ছবি নিৰ্মাণ নকৰে বুলিয়ে তেওঁ কয় ।

ADVERTISEMENT

শিল্পাৰ দাবী, ৰাজৰ ভগ্নীৰ স্বামী প্ৰদীপ বক্সি লণ্ডনত থাকে । তেঁৱেই এই এপৰ সকলো দায়িত্ব ভাৰ লৈছে । মুম্বাই আৰক্ষীয়ে জনায়, শিল্পাই তেওঁৰ স্বামীক নিৰ্দোষী বুলি দাবী কৰিছে ।

RelatedPosts

শিল্পা-ৰাজৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ‘লুকআউট’ জাননী জাৰি

Raj Kundra : পর্ন-কাণ্ডৰ পাছত এইবাৰ বেআইনী অর্থ লেনদেনত অভিযুক্ত শিল্পাৰ স্বামী ৰাজ

Raj-Shilpa:পুনৰ নতুন বিতৰ্ক !এইবাৰ প্ৰতাৰণাৰ অভিযোগত ৰাজ-শিল্পাৰ বিৰুদ্ধে এফআইআৰ

ৰাজ কুন্দ্ৰাৰ ‘ভিয়ান ইণ্ডাষ্ট্ৰীজ’ৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছে শিল্পাই । তাৰ পাছতেই তেওঁ আৰক্ষীৰ নজৰত আহিছে বুলি শিল্পা-ৰাজৰ ঘনিষ্ঠ সূত্ৰে খবৰ । ‘ভিয়ান ইণ্ডাষ্ট্ৰীজ’ত সঞ্চালক হিচাপে শিল্পাই কিমান দিন কাম কৰিছে সেই বিষয়েও প্ৰশ্ন কৰে আৰক্ষীয়ে । ‘হটশ্বট’ এপৰ মালিকীস্বত্ব ‘কেনৰিন’ৰ হাতত থাকিলেও ভিডিঅ’ প্ৰস্তুত কৰাৰ পৰা ব্যৱসায়ৰ হিচাপ ৰখা – এই সকলোবোৰ ভিয়ান ইণ্ডাষ্ট্ৰীজেই কৰে ।

Shilpa Shetty said that she wasn't aware of the exact content of HotShots. She claimed that she has nothing to do with HotShots. She mentioned that erotica is different from porn & her husband Raj Kundra wasn't involved in producing porn content: Mumbai Police Sources

(File pic) pic.twitter.com/zNJSdzD4U7

— ANI (@ANI) July 24, 2021

ৰাজ কুন্দ্ৰাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অহা মঙলবাৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে । শুনানিৰ পাছতেই ৰাজৰ অধিবক্তাই জনায়, এনেদৰে তেওঁৰ মক্কেলৰ গ্ৰেপ্তাৰ আইনসন্মত নহয় আৰু সুবিচাৰৰ বাবে তেওঁলোকে উচ্চ ন্যায়ালয়ত আবেদন জনাব । শুকুৰবাৰে ৰাজ আৰু শিল্পা শ্বেট্টীৰ জুহুৰ গৃহত তালাচী চলায় মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই । বিষয়াসকলৰ স’তে ৰাজো উপস্থিত আছিল ।

অশ্লীল ছবি নিৰ্মাণ কাণ্ডত ৰাজৰ ভূমিকা সম্পৰ্কে বিস্তাৰিত তথ্য লাভ কৰাৰ পাছতে এই তালাচী চলোৱা হয় । সূত্ৰ অনুসৰি, সেই সময়তেই শিল্পাক সোধ-পোছ কৰা হয় । অৱশ্যে তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Raj KundraShilpa Shetty
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d