Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

শিৱসাগৰত ফেচবুকত উৰা বাতৰি বিয়পোৱা যুৱকক আটক

publisher by publisher
March 21, 2020
in News
Reading Time: 1 min read
0
শিৱসাগৰত ফেচবুকত উৰা বাতৰি বিয়পোৱা যুৱকক আটক
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

কৰ’না ভাইৰাছৰ বাবে চিকিৎসালয়ৰ পৰিৱৰ্তে থানাত থাকিবলগীয়া হ’ল শিৱসাগৰৰ এজন যুৱক। শিৱসাগৰৰ অ’ এন জি চি কলনিৰ এগৰাকী ব্যক্তিক বহি দেশৰ পৰা অহা হেতুকে ঘৰৰ ভিতৰতে থাকি চৈধ্য দিন আইচলেশ্যনত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল। যোৰহাট বিমান বন্দৰত স্বাস্থ্য পৰীক্ষাৰ পিছত যোৰহাট জিলাৰ উপায়ুক্তই কালি ১৪ দিন ঘৰতে আইচলেশ্যনত থকাৰ নিৰ্দেশ দিয়াৰ সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতে শিৱসাগৰত এগৰাকী ব্যক্তি কৰ’না ভাইৰাছত আক্রান্ত হোৱা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ হয়।আৰু লগে লগেই আতংকিত হৈ পৰে সকলো। অৱশেষত শিৱসাগৰ আৰক্ষীয়ে এই অপ প্ৰচাৰৰ বিৰুদ্ধে তদন্ত কৰি সামাজিক মাধ্যম ফেচবুকত উৰা বাতৰি বিয়পোৱা এজন যুৱকক আটক কৰি থানাত আবদ্ধ কৰি ৰাখে। কৰ’না ভাইৰাছৰ সংক্ৰমনৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে নগৰৰ অ-স্বাস্থ্যকৰ আৰু অধিক জন সমাগম হোৱা দলমুখ চাৰিআলিৰ দুখন আৰু হাঁহচৰাৰ এখন হোটেল পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ঐতিহাসিক শিৱদৌলত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূজা অৰ্চনা বন্ধ ৰখা হৈছে। আনহাতে জিলা প্ৰশাসনে এক বিবৃতিত উল্লেখ কৰিছে যে, নভেল কৰ’না ভাইৰাছ ৰোগৰ বিশ্বজুৰি সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাতো প্ৰশাসনে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা সমূহ গ্ৰহণ কৰিছে। আজি পৰ্যন্ত শিৱসাগৰ জিলাত কোনো লোক নভেল কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্যজনিত প্ৰমাণ নাই। আছুতীয়া নিৰীক্ষণত ৰখা ব্যক্তি মানেই কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি ভবাটো উচিত নহয়।
নিয়মীয়া ভাৱে বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপৰ জৰিয়তে ৰাইজক সতৰ্কতামূলক ব্যৱস্থাসমূহ যেনে কাহোঁতে বা হাঁচিয়াওতে মুখ আৰু নাক ঢাকি লবলৈ, সঘনাই চাবোন আৰু পানীৰে ধুই থাকিবলৈ আৰু কাঁহ, জ্বৰ আদিত ভুগা লোকৰ পৰা ১ মিটাৰ দূৰত্বত অৱস্থান কৰিবলৈ জনোৱা হৈছে। শিৱসাগৰ জিলা স্বাস্থ্য বিভাগেও এই ৰোগ প্ৰতিহত কৰিবৰ বাবে সকলো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰশাসনৰ ফালৰ পৰা ৰাইজক কোনোধৰণৰ উৰাবাতৰিত আতংকিত নহ’বৰ বাবে আহ্বান জনাইছে। বৰ্তমান বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰ’না ভাইৰাছৰ সংক্ৰমনৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ দ্বাৰা জাৰি হোৱা নিৰ্দেশনা সমূহৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে যোৱা ২০ মাৰ্চত জাৰি কৰা এক আদেশযোগে ফৌজদাৰী কার্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত সমগ্র জিলাতে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই আদেশমৰ্মে যিকোনো ব্যক্তিগত বা ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাগমকে ধৰি যিকোনো সামাজিক মাধ্যমত কোভিড-১৯ ৰ বিষয়ে অপপ্ৰচাৰ চলাই সমাজত আতংক বিয়পোৱা ইত্যাদি নিষেধ কৰিছে। অন্যহাতে এই নিষেধাজ্ঞা ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰা হ’ব বুলিও উল্লেখ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা নিষেধাজ্ঞা সমূহ মানি চলিবলৈ আৰু কোনো ধৰণে এই নীতি সমূহ উলংঘা নকৰিবলৈ আহ্বান জনাইছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক
India

August 23, 2026
অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d