Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

publisher by publisher
August 23, 2026
in India, News
Reading Time: 1 min read
0
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ClimateChange :📌 দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সাৱধান! অহা বছৰটো হ’ব ইতিহাসৰে সবাতোকৈ গৰম বছৰ। প্ৰশান্ত মহাসাগৰৰ এল নিনোসহ বিভিন্ন কাৰকৰ ক্ৰিয়াৰ ফলত আগন্তুক বছৰটোত অসহনীয় গৰম পৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে।

ADVERTISEMENT

উল্লেখ্য যে এইবাৰ বিভিন্ন অঞ্চল প্রচণ্ড বানৰ কৱলত পৰিলেও দৰাচলতে এইবাৰৰ বৰ্ষাকালত বৰষুণৰ পৰিমাণ হ্রাসহে পায়। এই কথা সম্ভৱতঃ সকলোৱে লক্ষ্য কৰিছে। বৰ্ষাৰ দিনত বৰষুণ নোহোৱা বা পৰিমাণ হ্ৰাসৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে প্রশান্ত মহাসাগৰৰ এল নিনো।

এই এল নিনোৰ প্ৰভাৱতে ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ বিভিন্ন ঠাইত বৰ্ষাৰ দিনবোৰত বৰষুণৰ ঘাটিয়ে দেখা দিছে। অৱশ্যে কেৱল ভাৰত বা দক্ষিণ এছিয়াতে নহয়, সমগ্র বিশ্বতে এল নিনোৱে বতৰৰ ওপৰত প্ৰভাৱ পেলাইছে। আনকি এল নিনোৰ এই প্ৰভাৱৰ ফলত অহা ২০২৭ৰ বছৰটো ইতিহাসৰে সবাতোকৈ গৰম বছৰ হোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে।

প্রায় এল নিনোৰ স’তে দুর্বল মৌচুমী বতাহৰ সম্পর্ক থাকে। উল্লেখ্য যে এল নিনো হৈছে বিষুবীয় প্রশান্ত মহাসাগৰৰ মধ্য আৰু কেন্দ্রীয় অঞ্চলৰ জলপৃষ্ঠ স্বাভাবিকতকৈ অধিক গৰম হোৱা। ইয়ে সমগ্ৰ বিশ্বৰ বতৰৰ ওপৰত প্ৰভাৱ পেলাইছে।

এল নিনোৰ প্ৰভাৱ সম্পৰ্কত ব্রিটেইনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অধ্যাপক আদম স্কেইফে কয়, ‘আমাৰ ধাৰণা স্পষ্ট হোৱা উচিত যে এয়া হৈছে এক অভূতপূর্ব ঘটনা। মই কেতিয়াও এনে গভীৰ এল নিনো দেখা নাছিলো।’

এই এল নিনোৰ ফলত অহা বছৰটো ইতিহাসৰে সবাতোকৈ গৰম বছৰ হ’ব বুলিও বিজ্ঞানীজনে সতৰ্ক কৰি দিছে। বিজ্ঞানীসকলৰ মতে প্রশান্ত মহাসাগৰ বাণিজ্যিক বতাহ দুর্বল বা বিপৰীতমুখী হ’লে গৰম পানী পূবমুৱাকৈ প্ৰভাৱিত হ’বলৈ ধৰিলেই এল নিনোৰ উদ্ভৱ হয়।

সম্প্রতি প্রশান্ত মহাসাগৰৰ এল নিনোৰ উৎপত্তিস্থলত উষ্ণতা স্বাভাৱিকতকৈ দুই ডিগ্রী চেলচিয়াছ অধিক হৈ আছে। ব্রিটিছ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে চলিত বৰ্ষৰ অন্তিমফালে এই উষ্ণতা তিনি ডিগ্রী চেলচিয়াছলৈ বৃদ্ধি পাব পাৰে। এনে পৰিৱেশ ১৯৫০ৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে উদ্ভৱ হৈছে।

এল নিনোৰ ফলত ভাৰত তথা দক্ষিণ এছিয়াত বর্ষাকালত বৰষুণৰ ঘাটিয়ে দেখা দিয়ে। চলিত বাৰিষাত কি ঘটিল সেয়া সকলোৰে চকুৰ সন্মুখত। অৰ্থাৎ দেশৰ প্রান্তে প্রান্তে এইবাৰৰ বাৰিষাত বৰষুণৰ ঘাটি হয়। অৱশ্যে বাৰিষা ভাৰতত বৰষুণৰ ঘাটিৰ বাবে কেৱল এল নিনোক জগৰীয়া কৰিব নোৱাৰি। ইয়াৰ আন বহু কাৰণো আছে।

এনে কাৰকৰ অন্যতম হৈছে মানবসৃষ্ট জলবায়ু পৰিৱৰ্তন। ইতিমধ্যে প্রশান্ত মহাসাগৰৰ কেতবোৰ স্থানত প্রায় এশ মিটাৰ গভীৰতাত উষ্ণতা স্বাভাৱিকতকৈ আঠ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাইছে। ইয়ে আগন্তুক মাহবোৰত এল নিনো অধিক প্ৰবল কৰি তোলাৰ আশংকা আছে। কাৰণ সাগৰৰ পানীৰ তলৰ এই উষ্ণতা বৃদ্ধিৰ ফলত উত্তাপৰ এক বৃহৎ চৌবাচ্চাৰ সৃষ্টি হৈছে।

গতিকে অহা বছৰটোৰ অত্যধিক গৰম সহ্য কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময় সমাগত হ’ল বুলি বতৰ বিজ্ঞানীসকলে মন্তব্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #ClimateChange #ElNino #GlobalWarming #2027 #Heatwave #ClimateCrisis #Weather #Environment #GlobalWarmingAlert #ClimateNews #ScienceNews #IndiaWeather
publisher

publisher

Related Posts

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d