Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

publisher by publisher
August 23, 2026
in Assam, News
Reading Time: 1 min read
0
অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

দিনটোৰ ৰাশিফল

MeghalayaTourism : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ অসমত অব্যাহত থকা অৱৰোধ-প্রতিবাদ প্রত্যাহাৰ কৰিবলৈ প্রতিবাদকাৰীসকলক কালি অসম আৰু মেঘালয় চৰকাৰে যৌথভাবে আহ্বান জনায়। যোৱা ১৯ আগষ্টত খাচি ছাত্র সন্থাই প্রতিবাদী সমদল উলিওৱাৰ নামত শ্বিলঙত সংঘটিত কৰা ব্যাপক হিংসাত্মক ঘটনাৰ পাছত অসমত তীব্র প্রতিবাদ অব্যাহত আছে। অসমৰ বিভিন্ন দল-সংগঠনৰ সহযোগত ৰাজ্যিক চালক সন্থাই মেঘালয়ৰ বিৰুদ্ধে প্ৰৱল অৱৰোধ গঢ়ি তুলিছে। তিনিদিনীয়া এই অৱৰোধত ইতিমধ্যে সমগ্র মেঘালয়ত স্থবিৰতা বিৰাজ কৰিছে।

ADVERTISEMENT

সমান্তৰালভাবে ৰাজ্য দুখনৰ একাংশ লোকৰ মাজত সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছে। তিনিদিনৰ অৱৰোধতে মেঘালয়ৰ অৰ্থনীতিৰ ওপৰতো মাধমাৰ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি মেঘালয় চৰকাৰৰ প্ৰতিনিধি হিচাপে উপ-মুখ্যমন্ত্রী এছ ধৰক গুৱাহাটীত উপস্থিত হয়। মেঘালয় চৰকাৰে অসম চৰকাৰৰ লগত আলোচনাৰ প্ৰস্তাৱ দিয়াৰ পাছতে অসম চৰকাৰেও ইয়াত সঁহাৰি জনায়। ইয়াকে লৈ শনিবাৰে ইয়াৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মেঘালয়ৰ উপ-মুখ্যমন্ত্রী আৰু অসম চৰকাৰৰ আবকাৰী- সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাৰ মাজত তিনিঘণ্টীয়া আলোচনা অনুষ্ঠিত হয়।

মেঘালয় আৰু অসম চৰকাৰৰ প্ৰশাসন-আৰক্ষীৰ শীৰ্ষ আমোলা-বিষয়াও উপস্থিত থকা এই বৈঠকত কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। মেঘালয় চৰকাৰৰ পৰা শ্বিলঙত সংঘটিত ঘটনাক লৈ বৈঠকত দুখ প্রকাশ কৰা হয়। অসমৰ যি ক্ষয়-ক্ষতি হয়, তাৰ দায়িত্ব মেঘালয় চৰকাৰে গ্ৰহণ কৰে। তদুপৰি এনে সমস্যাৰ ভৱিষ্যতে উদ্ভৱ নহ’বলৈও যৌথ বৈঠকে কে’বাটাও সিদ্ধান্ত গ্রহণ কৰে।

কি কি সিদ্ধান্ত

বৈঠকৰ পাছত মন্ত্রী অতুল বৰাই সংবাদমেলযোগে সদৰী কৰে যে মেঘালয় চৰকাৰে শ্বিলঙৰ ঘটনাৰ বাবে দুখ প্রকাশ কৰি ইয়াৰ লগত জড়িতৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। ইতিমধ্যে ১৯ আগষ্টত সংঘটিত ঘটনাৰ সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে এতিয়ালৈকে ১৫ খন এজাহাৰ পঞ্জীয়ন কৰিছে। তদুপৰি সেইদিনাৰ ঘটনাত জড়িত পাঁচজন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে বুলি মেঘালয় চৰকাৰৰ পৰা জনোৱা হৈছে।

বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্রমণ চলোৱা ঘটনাত এই পাঁচজন জড়িত আছিল বুলি বৰাই সদৰী কৰে। ইয়াৰ লগতে বৰাই কয়, ‘মেঘালয় চৰকাৰে আজি জনায় যে শ্বিলঙৰ হিংসাত্মক ঘটনাৰ স’তে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ, বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্রমণ চলোৱা লোকসকলক চিনাক্ত কৰি সেইসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰা হ’ব। এতিয়াও অসমলৈ স্থানান্তৰ কৰিবলগীয়া যিকোনো যাত্রী আৰু বাহনক অহা ৪৮ ঘণ্টাৰ ভিতৰত অসমলৈ অনাৰ সিদ্ধান্তও গ্রহণ কৰা হয়। মেঘালয় চৰকাৰে আজি জনায় যে সম্পূর্ণ নিৰাপত্তা প্রদান কৰি এই প্রক্রিয়া সম্পন্ন কৰা হ’ব। একেদৰে অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন পর্যটক আৰু বাহনকো এছক’র্ট প্রদানৰে লৈ অহা হ’ব। ইয়াৰ লগতে বৈঠকত সিদ্ধান্ত লোৱা হয় যে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক আৰু মেঘালয় আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শকৰ মাজত এটা বিশেষ সমন্বয় ব্যবস্থা গঢ়ি তোলা হ’ব। এটা হেল্পলাইন নম্বৰো মুকলি কৰা হ’ব। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰা বাবে এটা অনলাইন সহায়ক ব্যৱস্থাও গঢ়ি তোলা হ’ব। পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱা পর্যন্ত এই সমন্বয় ব্যৱস্থা কার্যক্ষম হৈ থাকিব।’

বৰাই কালি তাৎক্ষণিকভাৱে মুকলি কৰা সহায় নম্বৰ দুটাও সদৰী কৰে। টেলিফোন নম্বৰটো হ’ল ০৩৬১-২৩৮১৫১১ আৰু হোৱাটছএপ নম্বৰটো হ’ল ৯১৮১০১৪৮৮৮।

অসম আৰু মেঘালয়ৰ মাজত এইবাৰৰ দৰে প্ৰায় সঘনে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হৈ আহিছে। ইয়াকেলৈও আজিৰ বৈঠকত আলোচনা কৰা হয়। এই বিষয়তো বৈঠকে কালি সিদ্ধান্ত গ্রহণ কৰে। সেই বিষয়ে সদৰী কৰি সংবাদমেলত মন্ত্রী বৰাই কয়, ‘আন্তঃৰাজ্যিক সীমান্তত সঘনে সৃষ্টি হোৱা এই সমস্যা তৎকালীনভাবে সমাধানৰ বাবে কালিৰ বৈঠকত মেঘালয়ৰ নংপোৰ উপায়ুক্ত আৰু অসমৰ কামৰূপ মহানগৰৰ জিলা আযুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ এখন স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰি নিৰাপদ যাতায়াত ব্যৱস্থাক লৈও এক সিদ্ধান্ত কালিৰ বৈঠকে গ্রহণ কৰে।’

এই সন্দৰ্ভত বৰাই কয় যে অসম আৰু মেঘালয়ৰ দুয়োখন চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা নিশ্চিত কৰিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব। মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চলৰ লোকসকলৰ ক্ষেত্ৰত যিদৰে সুৰক্ষা ব্যৱস্থা লোৱা হ’ব, তেনেদৰে অসমৰ দক্ষিণ অংশৰ পৰা ৰাজ্যখনৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ অসমলৈ কৰা যাত্রাও এই সুৰক্ষা ব্যৱস্থাত অন্তর্ভুক্ত হ’ব। মন্ত্ৰী বৰাই সদৰী কৰা আন এক সিদ্ধান্ত অনুসৰি, অসম আৰু দেশৰ অন্যান্য অংশৰ পৰা মেঘালয়লৈ যোৱা সকলো পর্যটক আৰু বাহনৰ মেঘালয়ত থকাৰ সময়ছোৱাত সুৰক্ষা নিৰাপত্তাৰ দায়িত্ব ৰাজ্যখনৰ চৰকাৰে গ্ৰহণ কৰিব।

সংবাদমেলতে মন্ত্ৰী বৰাই এই তথ্যও উল্লেখ কৰে যে ইতিমধ্যে ৩৭৭০ খনতকৈও অধিক অসমত পঞ্জীয়নভুক্ত বাহন নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ অনা হৈছে। এই সময়ত অসমত যি নিয়ন্ত্রণী কক্ষ স্থাপন কৰা হৈছে তালৈ ৫৪টা জৰুৰী কল আহে। একেদৰে মেঘালয়ৰ নিয়ন্ত্রণ কক্ষলৈও ৩৭৯টা জৰুৰী ফোনকল আহিছে।

ক্ষতিপূৰণ দিব চৰকাৰে

এই সংবাদমেলতে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী ধৰকে ঘোষণা কৰে যে ১৯ আগষ্টত দুষ্কৃতিকাৰীয়ে ক্ষতিগ্রস্ত কৰা অসমৰ বাহনৰ ক্ষতিপূৰণ ৰাজ্য চৰকাৰখনে আদায় দিব। তদুপৰি আহতসকলৰো চিকিৎসা ব্যয় বহন কৰিব। ইয়াৰ বাবে মেঘালয়ৰ মুখ্য সচিবক ক্ষয়-ক্ষতিৰ খতিয়ান ল’বলৈ নির্দেশ দিয়া হৈছে বুলি উপ-মুখ্যমন্ত্রীজনে সদৰী কৰে। তেওঁ এইবুলিও উল্লেখ কৰে যে মেঘালয় চৰকাৰ তেওঁলোকৰ ৰাজ্যখনলৈ যোৱা প্ৰতিজন লোকৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ। পৰৱৰ্তী সময়ত যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব।

ধৰকে লগতে কয়, ‘অসম আৰু মেঘালয় শক্তিশালী সম্পৰ্কৰ চুবুৰীয়া ৰাজ্য হৈ সদায় থাকিব। গতিকে দুয়োখন ৰাজ্যৰ চৰকাৰে পৰস্পৰৰ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা প্রকাশ কৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহো গঢ়ি তুলিব।’ ধৰকে ১৯ আগষ্টৰ ঘটনাক লৈ যোৰাবাটত অব্যাহত থকা প্রতিবাদ আৰু অৱৰোধ প্রত্যাহাৰ কৰিবলৈ সংশ্লিষ্ট পক্ষবোৰক আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d