Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

publisher by publisher
August 23, 2026
in India, News
Reading Time: 1 min read
0
আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

iPhoneAddiction :📌দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ধৰক আপোনাৰ বা আপোনাৰ পৰিয়ালৰ মাহিলি আয় ৪০-৫০ হেজাৰ টকা। এই আয়ৰে আপুনি পৰিয়াল পোহপাল দি আছে। কিন্তু আপুনি বা আপোনাৰ সন্তানে সময়ৰ স’তে সময় তথা বন্ধুবৰ্গৰ স’তে তাল মিলাই চলিবলৈ এটা আইফোন ক্রয় কৰিবলৈ মনস্থ কৰিছে। এনে অৱস্থাত হয়তো আপুনি ঋণ লৈ মন পছন্দৰ এটা আইফোন ক্রয় কৰিলে। তাৰ বিনিময়ত মাহিলি নির্দিষ্ট হাৰৰ কিস্তি পৰিশোধ কৰি থাকিব লাগিব।

ADVERTISEMENT

কেৱল আপুনিয়েই নহয়, ভাৰতত আপোনাৰ দৰে কোটি কোটি লোকে ইএমআইত আইফোন ক্রয় কৰিবলৈ লৈছে। কাৰণ একোটা আইফোনৰ প্ৰাৰম্ভিক মূল্য আৰম্ভ হয় ৭৫ হেজাৰ টকাৰ পৰা। কিন্তু কল্পনা কৰকচোন আপোনাতকৈ বহু গুণে কম আয় কৰা বা কোনোমতে জীৱন নিৰ্বাহ কৰি থকা কোনো পৰিয়ালৰ এজনে যদি এটা বিলাসী আইফোন ক্ৰয় কৰিবলৈ বিচাৰে তেতিয়া কেনে পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে?

এনে এজন লোকে ধাৰ-ঋণ কৰি এটা আইফোন ক্ৰয় কৰিলেও পৰিয়ালটোৰ মূৰত বৃহৎ ধাৰৰ বোজা পৰাটো নিশ্চিত। ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহক জুৰুলা কৰিছে। এনে অৱস্থাতে বহুজাতিক কোম্পানীসমূহে ভাৰতৰ বজাৰতো মেলি দিয়া চৌখিন বা বিলাসী সামগ্ৰীৰ মোহত বন্দী হৈছে অনেক। এনে সামগ্রী ক্রয় কৰিবলৈ বহুতে ধাৰ-ঋণ কৰি দুশ্চিন্তাৰ বোজা মূৰত জাপি লৈছে।

শুকুৰবাৰে মাথোঁ এটা আইফোনৰ বাবেই মহাৰাষ্ট্ৰৰ এটা তিনিজনীয়া পৰিয়াল নিঃশেষ হোৱাত সম্প্ৰতি ভাৰতৰ দৰে নিম্নবিত্ত দেশতো একপ্ৰকাৰ অপ্রয়োজনীয় বিলাসী সামগ্ৰীয়ে কেনেদৰে কোটি কোটি লোকক মোহান্ধ কৰিছে সেই কথা ব্যাপকভাৱে চর্চিত হৈছে। উল্লেখ্য যে এক সমীক্ষা অনুসৰি ১৪০ কোটি জনসংখ্যাৰ দেশ ভাৰতত পাঁচ কোটিতকৈও কম পৰিয়ালৰহে মাহিলি আয় ৭৫ হেজাৰ টকা।

অথচ এটা আইফোনৰ প্ৰাৰম্ভিক মূল্যই হৈছে ৭৫ হেজাৰ টকা। তৎসত্ত্বেও ভাৰতত আইফোনৰ বজাৰ বিশাল। ধাৰ-ঋণ কৰিও বহুতে মনৰ চখ পূৰাবলৈ আইফোন ক্ৰয় কৰিছে। এই সম্পৰ্কত কাউণ্টাৰ পইন্ট ৰিছাৰ্চ নামৰ স্বতন্ত্ৰ বজাৰ গৱেষণাকাৰী সংস্থাৰ মতে ভাৰতৰ আইফোন ক্রেতাসকলৰ কমেও ৪২ শতাংশই ইএমআইত এনে বিলাসী ফোন ক্ৰয় কৰিছে।

অথচ আইফোনতকৈ বহু গুণে কম দামৰ স্মার্টফোনৰ জৰিয়তেও সুকলমে প্রয়োজনীয় কাম-কাজ সম্পাদন কৰিব পাৰি। উক্ত সংস্থাৰ মতে ধাৰ-ঋণ কৰি একোটা বিলাসী স্মার্টফোন ক্ৰয় কৰাটো ভাৰতত এক সাধাৰণ ঘটনাত পৰিণত হ’বলৈ ধৰিছে। কেৱল বৃহৎ মহানগৰসমূহতে নহয়, সৰু-সুৰা নগৰ-চহৰ তথা গ্রামাঞ্চলসমূহতো এনে আইফোন ক্রেতাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

লক্ষ্যণীয়ভাবে আইফোনৰ এনে চাহিদা প্রত্যক্ষ কৰি স্মার্টফোন উদ্যোগসমূহেও ইএমআইত স্মার্টফোন বিক্ৰী আৰম্ভ কৰিছে। গুৱাহাটীৰ লেখীয়া মহানগৰসমূহতো ইএমআইত বৃহৎ হাৰত স্মার্টফোন বিক্ৰী হ’বলৈ ধৰিছে। আনকি এই ক্ষেত্রত এনে মহানগৰসমূহে বৃহৎ মহানগৰসমূহক চেৰ পেলাইছে।

উল্লেখ্য যে এটা আইফোনৰ বাবেই মহাৰাষ্ট্ৰৰ ছম্ভাজিনগৰ জিলাৰ যিটো তিনিজনীয়া পৰিয়াল কালি নিঃশেষ হ’ল সেই পৰিয়ালৰ মুৰব্বীজন সাধাৰণ গাড়ীচালক আছিল। তেওঁৰ ১৯ বছৰীয়া পুত্রই এটা বিলাসী আইফোন ক্ৰয় কৰি দিবলৈ পিতৃক তাগিদা দি আছিল। আর্থিকভাৱে দুৰ্বল পিতৃয়ে পুত্ৰৰ আবদাৰ পূৰণত অসমৰ্থ হোৱাৰ বাবেই পুত্ৰই পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।

পুত্ৰক বচাবলৈ গৈ দৰিদ্ৰ গাড়ীচালকজনেও পাহাৰৰ ওপৰৰ পৰা পৰি মৃত্যুক সাবটি লয়। এই দৃশ্য প্রত্যক্ষ কৰি থকা তেওঁৰ পত্নীয়েও স্বামী-পুত্ৰৰ মৃত্যু নিশ্চিত অনুভৱ কৰি পাহাৰৰ তললৈ জাঁপ দি আত্মহত্যা কৰে। বহু লোকৰ সম্মুখতে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। ইয়াৰ লগে লগে চর্চা হৈছে কিদৰে ভাৰতৰ লেখীয়া নিম্নবিত্তৰ দেশত বহুজাতিক প্রতিষ্ঠানৰ বিলাসী সামগ্রী কেনেদৰে একাংশক মোহান্ধ কৰিছে।

অৱশ্যে ইয়াৰ বাবে দায়ী কোন সেয়া নিশ্চিত কৰাটোও সহজ নহয়। বহুতে সম্ভৱতঃ পৰিৱৰ্তিত সময়ক দোষাৰোপ কৰিব। লক্ষ্যণীয়ভাৱে বিগত শতিকাৰ ৯০ দশকৰ আৰ্থিক উদাৰীকৰণৰ পাছৰ পৰাই ভাৰতৰ বজাৰতো বিদেশী বহুজাতিক কোম্পানীৰ বিলাসী পণ্য উপচি পৰিবলৈ ধৰে। ইয়াৰে শেহতীয়া সংযোজন হ’ল আইফোনৰ লেখীয়া বিলাসী ফোন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d