Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৰাজ্যত ১.২৮ লাখৰ স্বাস্থ্য পৰীক্ষা, হ্ৰাস পাইছে চেনিটাইজাৰৰ যোগান

publisher by publisher
March 21, 2020
in News
Reading Time: 1 min read
0
ৰাজ্যত ১.২৮ লাখৰ স্বাস্থ্য পৰীক্ষা, হ্ৰাস পাইছে চেনিটাইজাৰৰ যোগান
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

প্ৰতিনিয়ত বিশ্বৰ নতুন নতুন দেশলৈ সংক্ৰমিত হৈছে মৃত্যুদূতৰূপী কৰ’না ভাইৰাছ। কালি পৰ্যন্ত বিশ্বৰ ১৭৬ খন ৰাষ্ট্ৰত অৱস্থিতি ধৰা পৰা কৰ’না ভাইৰাছে আজি বিশ্বৰ ১৮২ খন দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। আজি পৰ্যন্ত ভাৰতবৰ্ষত প্ৰায় 283জন আক্রান্ত হোৱাৰ বিপৰীতে কৰ’না ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পায়। ইয়াৰ পৰিপ্ৰেক্ষিততে অসমতো যুদ্ধকালীন প্ৰস্তুতিৰে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে।সেইমৰ্মে আজিপৰ্যন্ত সমগ্র ৰাজ্যত ১,২৭,৮৯৫ জন লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে স্বাস্থ্য বিভাগে। অৱশ্যে আজি পৰ্যন্ত কৰ’না ভাইৰাছত আক্রান্ত হোৱা নাই ৰাজ্যৰ কোনো লোক। স্বাস্থ্য বিভাগৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা পৰামৰ্শ অনুসৰি ৰাজ্যৰ প্রান্তে প্রান্তে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাত্রা কৰা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে।লগতে সংশ্লিষ্ট যাত্ৰীসকলৰ শেহতীয়া যাত্ৰাৰ সবিশেষ তথ্য আহৰণৰ জৰিয়তে প্ৰয়োজনীয় তথ্য আহৰণ কৰা হৈছে।ইয়াৰ ভিত্তিত আজি পৰ্যন্ত সমগ্র ৰাজ্যত ১,২৭,৮৯৫ জন লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰে ২১,৬৩৮ জন স্বাস্থ্য পৰীক্ষা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিমানকোঠাত সম্পন্ন কৰা হৈছে। সংশ্লিষ্ট সকলৰ ভিতৰত ১৭,৪৬১ জনৰ মহানগৰীৰ ঝৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠাত, ১৩৬১ জন ডিব্ৰুগড়ৰ মোহনবাৰী বিমানকোঠাত, ১৯৭৬ জন যোৰহাটৰ ৰৰৈয়া বিমানকোঠাত, পাঁচশজন শিলচৰৰ কুম্ভীৰগ্রাম বিমানকোঠাত, ৬১০ জন লখিমপুৰৰ লীলাবাৰী বিমানকোঠাত আৰু তেজপুৰৰ শালনীবাৰী বিমানকোঠাত আজি পৰ্যন্ত ৯৩ জন লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা বুলি সূত্ৰটোৱে জনায়।একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাহাজঘাটত ৫,৭১৪ জন আৰু বিভিন্ন ৰেল ষ্টেচন-জংচন তথা বাছ আস্থানত ১,০০,৫৪৩ জন লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰে।।
অন্যহাতে, সংশ্লিষ্ট লোকসকলৰ ভিতৰত ১,৫৬৩ জনে কৰ’না ভাইৰাছ সংক্ৰমিত হোৱা দেশৰ পৰা আহি অসমত উপস্থিত হৈছে । ইয়াৰে ১৯৩ জন লোকে ইতিমধ্যে চিকিৎসাৰ পৰ্যবেক্ষণত ২৮ দিন অতিক্ৰম কৰাৰ বিপৰীতে আন ১৩৭০ জনক নিজ গৃহত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ৰাজ্যৰ চাৰিটা পৰীক্ষা কেন্দ্ৰত মুঠ ৪৬ টা নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াৰে দুটা নমুনা পুনেস্থিত এন আই ভিত, ডিব্ৰুগড়ৰ লাহোৱালস্থিত আৰ এন আৰ চিত ১১টা, জি এম চি হাস্পতালত ২৮ টা, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিটা আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুটা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়। অৱশ্যে কেউটা নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন নিগেটিভ বুলি জনায় স্বাস্থ্য বিভাগে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক
India

August 23, 2026
অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d