Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না ভাইৰাছত সংক্ৰমণ বৃদ্ধি

publisher by publisher
March 30, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভাইৰাছত সংক্ৰমণ বৃদ্ধি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দেশত আক্ৰান্ত সহস্ৰাধিক

ADVERTISEMENT

ভাৰততো কৰ’না ভাইৰাছে ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি দেশত আক্ৰান্তৰ সংখ্যাই ১২১০ অতিক্ৰম কৰিলে ৷এই পৰ্যন্ত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে ৷পশ্চিমবংগত ২জনৰ,তেলেংগানা,তামিলনাডু,পঞ্জাৱত ২জনৰ ,কেৰেলা,জন্মু কাশ্মীৰ,হিমাচল প্ৰদেশ আৰু বিহাৰত এজনকৈ লোকৰ মৃত্যু হৈছে। ইতিমধ্যে মহাৰাষ্ট্ৰত ৯জনৰ,মধ্যপ্ৰদেশত ২জনৰ,কৰ্ণাটকত তিনিজনৰ,গুজৰাটত ৬জনৰ আৰু দিল্লীত দুজনৰ মৃত্যু হৈছে ।ইপিনে কেন্দ্ৰীয় চৰকাৰে এক জৰুৰী নিৰ্দেশ জাৰি কৰি ৰাজ্যসমূহক নিজৰ নিজৰ সীমান্ত ছীল কৰিবলৈ কয় ।

দেশজুৰি তলাবন্ধৰ সময়ছোৱাত ৰেল আৰু আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ আছে যদিও সামাজিক ব্যৱধানৰ নীতি ওফৰাই দিল্লীত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গৃহ অভিমুখী যাত্ৰা অব্যাহত আছে ।সেয়েহে ৰাজ্যসমূহক সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ এনে পৰিপ্ৰেক্ষিততে উপযুক্ত ব্যৱস্থা গ্ৰহণ বাবে কেন্দ্ৰই সকলো ৰাজ্যকে সীমান্তসমূহ ছীল কৰি প্ৰব্ৰজিত শ্ৰমিকক খাদ্য আৰু আশ্ৰয় যোগান ধৰি য’তে আছে তাতে থাকিবলৈ উৎসাহিত কৰা উচিত বুলি কেন্দ্ৰীয় চৰকাৰে কয় ৷তদুপৰি তলাবন্ধৰ সময়ছোৱাত ঘৰলৈ উভতি যোৱাসকলক ১৪ দিনৰ কোৱাৰেন্টাইনত ৰাখিবলৈ কেন্দ্ৰই নিৰ্দেশ দিয়ে ৷

পাঁচদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ২১দিনীয়া তলাবন্ধ ঘোষণা কৰাৰ পাছত কে’বা সহস্ৰাধিক দিন হাজিৰা কৰা শ্ৰমিকে ঘৰলৈ উভতিবলৈ আৰম্ভ কৰে ৷বৃহৎ মহানগৰীসমূহত কৰ্মহীন হৈ পৰাত অনিশ্চিত ভৱিষ্যতৰ আশংকাত তেওঁলোক গৃহমুখী হয় ।এইদৰে হেজাৰ হেজাৰ লোক আনকি বাছৰ ওপৰতো বহি যোৱা দৃশ্যই তলাবন্ধৰ জৰিয়তে সামাজিক দূৰত্ব বজাই ৰখাৰ চৰকাৰৰ প্ৰচেষ্টা অসাৰ কৰি তোলে ৷এই পৰিপেক্ষিতত কেন্দ্ৰই ৰাজ্যসমূহক সীমান্ত ছীল  কৰিবলৈ আৰু ৰাজ্যলৈ অহা বাছসমূহ সীমান্ততে আৱদ্ধ কৰি তাৰ যাত্ৰীসকলক ১৪ দিনৰ কোৱাৰেন্টাইনত দিবলৈ নিৰ্দেশ দিয়ে ।

তদুপৰি যিসকল ভাড়াঘৰৰ মালিকে এনে ভাড়াতীয়াক ঘৰ খালী কৰিবলৈ বাধ্য কৰিলে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় কয়। কেন্দ্ৰীয় চৰকাৰে কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ লগতে দৰিদ্ৰ লোকৰ বাবে খাদ্য আৰু আশ্ৰয় দিব পৰাকৈ কেন্দ্ৰৰ হাতত প্ৰচুৰ পৰিমাণৰ পুঁজি মজুত আছে ৷তলাবন্ধৰ কালছোৱাত শ্ৰমিকৰ মজুৰি কৰ্তন নকৰিবলৈ মালিকসকলক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে ৷তিনি সপ্তাহ কঠোৰভাৱে তলাবন্ধ ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ জাননীযোগে নিৰ্দেশনা দিয়া হয়। অৱশ্যে  দিল্লীত এনে শ্ৰমিকৰ চলাচল বন্ধ হয় ৷দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এনে শ্ৰমিকক ৰাজ্য এৰি নাযাবলৈ আহ্বান জনাই কয় যে তেওঁৰ চৰকাৰে খাদ্য আৰু আশ্ৰয়ৰ প্ৰচুৰ ব্যৱস্থাপনা কৰিব ।ইপিনে,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যলৈ উভতি অহা ডেৰ লাখ প্ৰব্ৰজিত শ্ৰমিকৰ সন্ধান কৰিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে ৷ৰাজ্যৰ দ্বাৰা পৰিচালিত শিবিৰত যথেষ্ট পৰিমাণৰ খাদ্য আদিৰ ব্যৱস্থা কৰি শ্ৰমিকসকলক ১৪ দিনৰ বাবে কোৱাৰেন্টাইন কৰিবলৈ তেওঁ কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSCovid-19INDIA FIGHTS CORONASTAY_HOME_STAY_SAFE
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d