Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধত শাক পাছলিৰ খেতিত মাধমাৰ

publisher by publisher
March 31, 2020
in COVID-19, News
Reading Time: 1 min read
0
*লক্-ডাউনৰ মাজতে উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰাৰ ফলত বাক্সা-বৰপেটাত কৃষকৰ হাহাকাৰ* 
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা আৰম্ভ হোৱা ২১ দিনীয়া দেশজোৰা তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষিখণ্ডত। শাক পাছলিৰ পৰা ধান উৎপাদনলৈ পৰা এই প্ৰভাৱৰ বাবে ৰাজ্যৰ লাখ লাখ দুখীয়া কৃষকে হামৰাও কাঢ়িব লগা হৈছে ৷এক অন্ধকাৰময় পৰিৱেশ ছানি ধৰিছে৷ বন্ধৰ সময়ছোৱাত চৰকাৰে কৃষকৰ পৰা বিশেষকৈ পাচলি ক্ৰয় কৰি ৰাইজক সুলভ মূলত অথবা বিনামূলীয়াকৈ যোগানৰ পদক্ষেপ লৈছে যদিও সেয়া উৎপাদকসকলে সকাহ পাব পৰাকৈ পৰ্যাপ্ত নহয় ৷ অসম কৃষি ভিত্তিক ৰাজ্য ৷

ADVERTISEMENT

ৰাজ্যৰ বৃহৎ সংখ্যক কৃষকে নিয়মীয়াকৈ বতৰৰ পাচলিৰ খেতি কৰি আহিছে আৰু তেওঁলোকৰ উৎপাদিত ফচল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰলৈ ৰপ্তানি হয়। কিন্তু তলাবন্ধৰ সময়ত সেই সকলোতে স্থবিৰতা বিৰাজ কৰিছে। যিহেতু অসমত খাদ্য শস্য সংৰক্ষণৰ বাবে হিমঘৰৰ চূড়ান্ত অভাৱ ৷আৰু বতৰৰ পাচলিবোৰ পুৰঠ হোৱাৰ পিছত খেতি পথাৰত ৰাখি থোৱাৰ প্ৰশ্নই নাহে ৷সেয়েহে সৰু বৰ অধিকাংশ কৃষকে এতিয়া মূৰে কপাল হাত দিবলগীয়া হৈছে ।বন্ধ দীঘলীয়া হোৱাটোৱে সমস্যাৰ জটিলতা অধিক বৃদ্ধি কৰিছে ৷

এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে পূব অসমত যিহেতু পাছলিৰ খেতি মধ্য আৰু পশ্চিম অসমৰ কিছুমান স্থানৰ দৰে বৃহৎ পৰিসৰত কৰা নহয় সেয়েহে তাত এই ধৰণৰ সমস্যা গুৰুতৰ হোৱা নাই। তাৰ বিপৰীতে বৰপেটা,নগাঁও,মৰিগাঁও,দৰং,মঙ্গলদৈ,ধুবুৰী আদিত পাছলিৰ খেতি বৃহৎ পৰিসৰত কৰা হয় বাবে একাংশ কৃষক অসুবিধাত পৰিছে ।কিন্তু চৰকাৰে যিহেতু বন্ধৰ সময়ত নিজে পাচলি যোগানৰ দায়িত্ব লৈছে সেয়েহে উপায়ুক্তসকলক নিজৰ নিজৰ জিলাৰ উৎপাদন কেন্দ্ৰবোৰ চিনাক্ত কৰিবলৈ কোৱা হৈছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে বজাৰত ইতিমধ্যে প্ৰবেশ ঘটিছিল গ্ৰীষ্মৰ পাছলিৰ। তাৰ বাবে খেতিয়কসকলে আগতীয়াকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল সেয়াও বন্ধ হৈ পৰিছে ৷এই অৱস্থাত উদং হৈ পৰিছে প্ৰতিদিনে বহা ৰাজ্যৰ পাইকাৰী বজাৰসমূহ ৷কৃষিপ্ৰধান জিলা নগাঁৱৰ কৃষকসকলৰ সাম্প্ৰতিক সময়ত সপোনবোৰ থানবান হৈ পৰিছে ৷কাৰণ বেংক,ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান,গোট আদিৰ পৰা টকা ধাৰলৈ লৈ উৎপাদন কৰা শাক পাচলি সম্প্ৰতি কৃষকে বজাৰত বিক্ৰী কৰিব পৰা নাই ৷একেই পৰিস্থিতি তেজপুৰতো ৷

জিলাখনত অন্যান্য বস্তসমূহৰ সমান্তৰালকৈ দুগ্ধ উৎপাদকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷কাৰণ তলাবন্ধৰ সময়ত একোজন গাখীৰ বিক্ৰেতাৰ দৈনিক ১৮-২০ লিটাৰকৈ গাখীৰ নষ্ট হৈছে ৷ইফালে দলগাঁৱত পাচলি বিক্ৰী কৰিব নোৱাৰি কৃষকে গৰুক খুৱাইছে ৷যাৰ কাৰণে দলগাঁৱৰ এজন কৃষক আহ্বান যে টকা নহয় মোৰ পাচলিসমূহ চৰকাৰে নিয়াৰ ব্যৱস্থা কৰক ৷গতিকে তলাবন্ধৰ সময়ত এই খেতিয়কসকলৰ কৃষিত হোৱা ব্যাপক লোকচানত কেনেধৰণে চৰকাৰে ভূমিকা লয় সেয়া হ’ব লক্ষ্যণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSASSAM FIGHTS CORONACovid-19INDIA FIGHTS CORONA
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d