Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আত্মগোপনকাৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ

publisher by publisher
April 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
আত্মগোপনকাৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশৰ কে’বাখনো ৰাজ্যৰ দৰে অসমতো ক’ভিড ১৯ ভাইৰাছৰ সংক্ৰমণৰ অভিকেন্দ্ৰ হোৱা নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা উভতি আহি এই পৰ্যন্ত আত্মগোপন কৰি থকা লোকসকলৰ বিৰুদ্ধে ৰজু হ’ব ফৌজাদাৰী গোচৰ ৷ আজিৰ পৰা আৰক্ষীয়ে এই গোচৰ ৰজু কৰিব ৷ যিসকল লোকে এতিয়াও আত্মগোপন কৰি আছে তেনে লোকসকলে দেওবাৰে বিয়লি ছয় বজাৰ ভিতৰত জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিবলৈ সময়সীমা বান্ধি দিছিল স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তাৰ পিছতো জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগে বিশেষ সহাঁৰি লাভ কৰা নাই। গতিকে আৰক্ষীয়ে সম্প্ৰতি বিশেষ অভিযান আৰম্ভ কৰিব আৰু গ্ৰহণ কৰিব আইনী ব্যৱস্থা ৷

ADVERTISEMENT

উল্লেখযোগ্য যে তবলিগি জামাতৰ পৰা উভতি অহা একাংশ লোকে শৰীৰত দিল্লীৰ পৰা কভি’ড ১৯ ৰ ভাইৰাছ বহন কৰি আনে ৷ সেইসকলৰ বাবেই ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই আকস্মিকভাৱে নাটকীয় ৰূপ লয় । আক্ৰান্তৰ ভিতৰত অসমৰ উপৰিও বহিঃৰাজ্যৰো লোক আছে। মন্ত্ৰী ড° শৰ্মাই সদৰি কৰা অনুসৰি যি কেইজন লোকৰ শৰীৰত ভাইৰাছবিধ ধৰা পৰিছে অধিকাংশই নিজে প্ৰশাসন অথবা স্বাস্থ্য বিভাগৰ কাষ চপা নাছিল ৷ বিষয়টো অতি স্পৰ্শকাতৰ কাৰণে চৰকাৰে বাৰম্বাৰ সকলোকে নিজে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছিল ৷ কিন্তু সহাঁৰি একেবাৰে ন্যূনতম ৷ গতিকে চৰকাৰৰ আহ্বানক আওকান কৰা সকলে আইনৰ আওতাৰ পৰা ৰক্ষা পাব বুলি ভবাটো ভুল বুলি সকীয়াই দিয়ে মন্ত্ৰী ড° শৰ্মাই ৷ ইপিনে দেওবাৰে হোৱা এক সংবাদমেলত লাখটকীয়াৰ এক নম্বৰ মছজিদ, দুই নম্বৰ মছজিদ, ৰাজধানী মছজিদ, কমাৰপট্টি মছজিদ, মাছখোৱা মছজিদ, ফাঁচীবজাৰ মছজিদ আদিকে কে’বাখনো মছজিদ সমিতিয়ে তবলিগি জামাতৰ পৰা উভতি আহি চৰকাৰক সহযোগ নকৰা লোকসকলক অতি শীঘ্ৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ লগতে ভাইৰাছৰ বিৰুদ্ধে সম্প্ৰতি দুস্কৃতিকাৰীয়ে বিয়পোৱা উৰা বাতৰিৰ পৰা সকলোকে সাৱধানে থাকিবলৈও আহ্বান কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONAVIRUSCovid-19DELHI NIZAMUDDIN JAMATFIGHT AGAINST COVID-19STAY HOME STAY SAFE
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d