Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ মাজতে অনুমতি প্ৰশাসনৰ

publisher by publisher
April 11, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ মাজতে অনুমতি প্ৰশাসনৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ মাজতে ৰাজ্যৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হ’ব উৎপাদন প্ৰক্ৰিয়া ৷কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চাহ নিগমে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ আধাৰত প্ৰশাসনৰ অনুমতি সাপেক্ষে চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত ৫০ শতাংশ শ্ৰমিক নিয়োগেৰে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিব মালিকপক্ষই ৷কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শ্ৰমিক কৰ্মচাৰীসকলে সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি মানি চলিবলগীয়া সকলো নীতি নিৰ্দেশনা মানি চলাটো মালিক পক্ষই নিশ্চিত কৰিব ৷
ইয়াৰ বাবে নৰ্থ ইষ্টাৰ্ণ টি এছ’চিয়েছন ইতিমধ্যে প্ৰস্তুত কৰিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ৷দৈনিক অগ্ৰদূতৰ  আগত এই কথা অৱগত কৰি নৰ্থ ইষ্টাৰ্ণ টি এছোছিয়েশ্যনৰ উপদেষ্টা বিদ্যাধৰ বৰকটকীয়ে কয় যে কৰ’না ভাইৰাছত সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থতে দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ আছে ।ইয়াকে লৈ চাহ উদ্যোগৰ ধাৰাবাহিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে বুলি চাহ গৱেষকসকলে আশংকা ব্যক্ত কৰাৰ পাছতে যোৱা তিনি এপ্ৰিলত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে তলাবন্ধৰ সময়ছোৱাত ৫০ শতাংশ শ্ৰমিক কৰ্মচাৰী নিয়োগেৰে চাহ উৎপাদনৰ অনুমতি প্ৰদান কৰে ৷
আনহাতে যোৰহাট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচা,ক্ষুদ্ৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি কয় বিদ্যাধৰ বৰকটকীয়ে ।একেদৰে অহা ১৩ ফ্ৰেব্ৰুৱাৰীত গোলাঘাট ,নগাঁও জিলাৰ চাহ বাগিচা আৰু বটলিফ ফ্ৰেক্টৰীসমূহত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ।সেইদৰে ওডালগুৰি,দৰং,শোণিতপুৰ জিলাৰ ক্ষেত্ৰত দুই এপ্ৰিলৰ ভিতৰতে প্ৰয়োজনীয় নিৰ্দেশনা লাভ কৰাৰ সম্ভাৱনা আছে ৷উল্লেখযোগ্য যে নৰ্থ ইষ্টাৰ্ণ টি এছ’চিয়েছনে যুগুত কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ শ্ৰমিক কৰ্মচাৰীসকলে বাধ্যতামূলকভাৱে মানি চলিব লাগিব ৷বিশেষকৈ কামৰ বাবে ওলাই অহা শ্ৰমিকসকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ৷
ইয়াৰ বাবে শ্ৰমিকসকলে কাম আৰম্ভ কৰাৰ পূৰ্বে একগোট হ’ব নোৱাৰিব ৷লগতে যিসকল শ্ৰমিকে কাম কৰাৰ বাবে ওলাই আহিব ৷সেইসকল শ্ৰমিকে ভ্ৰমণ বৃত্তান্তৰ পৰা আৰম্ভ কৰি নিজৰ স্বাস্থ্য সন্দৰ্ভত স্বঘোষণা কৰিব লাগিব ৷বিশেষকৈ নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ গাত ক’ভিড১৯ ৰ লক্ষণ ফুটি উঠিছে নে নাই সেয়া প্ৰত্যেকজন শ্ৰমিকে কামত যোগদান কৰাৰ পূৰ্বে নিশ্চিত কৰিব লাগিব। তদুপৰি প্ৰতিজন শ্ৰমিক কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে মাস্ক,টুপী পৰিধান কৰাৰ উপৰিও নিজে চাবোনেৰে হাত ধুব লাগিব ।অৱশ্যে শ্ৰমিকসকলৰ মাজত সামাজিক দূৰত্ব অধিক ফলপ্ৰসূ কৰাৰ বাবে প্ৰতি দুদিনৰ অন্তৰে অন্তৰে দৈনিক মজুৰি আৰু ৰেচন আদায় দিয়াৰ ব্যৱস্থা কৰা বুলি তেওঁ জনায় ।চাহ বাগিচা,ক্ষুদ্ৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীত কৰ্মৰত প্ৰতিজন শ্ৰমিক কৰ্মচাৰীৰ ক্ষেত্ৰতে এই এছ অ’ পি প্ৰযোজ্য হ’ব বুলি বৰকটকীয়ে উল্লেখ কৰে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSCorona VirusCovid-19LockdownTEA GARDEN
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d