Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News City

স্পেনিছ গাৰ্ডেনৰ তলাবন্ধৰ ম্যাদ পুনৰ ১৪ দিনলৈ বৃদ্ধি 

publisher by publisher
April 19, 2020
in City, COVID-19, News
Reading Time: 1 min read
0
কৰ’নাত আক্ৰান্তৰ তিব্ৰেৱালৰ  পত্নীৰ যোগ প্ৰশিক্ষকসহ দৰঙৰ কৰ্মচাৰীক কোৱাৰেণ্টাইন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত স্পেনিছ গাৰ্ডেন চৌহদৰ তলাবন্ধৰ ম্যাদ পুনৰ ১৪ দিনলৈ বৃদ্ধি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ ক’ভিড১৯ ৰ সংশোধিত গাইড লাইন অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ যোৱা চাৰি এপ্ৰিলত ডি ডি এম এ কে নম্বৰযোগে জাৰি কৰাৰ নিৰ্দেশনাৰ ম্যাদ পুনৰ ১৪ দিনৰ বাবে জিলা প্ৰশাসনে বৃদ্ধি কৰে । পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত পুনৰ ১৪ দিনলৈ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ চৌহদত কোনো বাহিৰা লোকে প্ৰবেশ কৰিব নোৱাৰিব। স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদৰ আৱাসীসকলৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা ৷ জিলা প্ৰশাসনৰ এক শীৰ্ষ সূত্ৰই সদৰি কোৱা অনুসৰি স্পেনিছ গাৰ্ডেন চৌহদৰ ডি ব্লকৰ ৭০৪ নম্বৰ এপাৰ্টমেণ্টৰ নিবাসী মণীষ তিব্ৰেৱাল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে চাৰি এপ্ৰিলত প্ৰশাসনে ১৪ দিনৰ কাৰণে তলাবন্ধ কৰে  ৷

ADVERTISEMENT

পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগে মহানগৰীৰ আৰ জি বৰুৱা পথস্থিত স্পেনিছ গাৰ্ডেন চৌহদটো কনটেইনমেন্ট জ’ন হিচাপে চিহ্নিত কৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত ২০২০ দ্য আছাম ক’ভিড১৯ ৰ সংশোধিত গাইড লাইন অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ যোৱা চাৰি এপ্ৰিলত জাৰি কৰা তলাবন্ধ সম্পৰ্কীয় নিৰ্দেশনা ম্যাদ পুনৰ ১৪ দিনৰ বাবে বৃদ্ধি কৰা হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষ তথা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে আজি জাৰি কৰা এই নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে ২০২০ ৰ দ্য আছাম ক’ভিড ১৯ বিধি,২০০৫ ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ ৰ দ্য এপিডেমিক ডিজিজ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সূত্ৰটোৱে জনায়। লগতে পূৰ্বৰ দৰে স্পেনিছ গাৰ্ডেনক সকলো সেৱা আগবঢ়াব বুলিও জনায় সূত্ৰটোৱে ৷ আনহাতে মহানগৰীত সুৰা গুটখাৰ বিক্ৰীৰ লগতে ৰাজহুৱা স্থানত থু পিক পেলোৱাটো নিষিদ্ধ কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ লগতে পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশনা মহানগৰীত কঠোৰভাৱে বলৱৎ হ’ব বুলিও একেটা নিৰ্দেশনাত উল্লেখ আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Spanish GardenZOO ROAD_GUWAHATI
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d