Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

প্ৰচণ্ড গৰমতো নাশ নহয় কৰ’না ভাইৰাছ 

publisher by publisher
April 20, 2020
in COVID-19, News
Reading Time: 1 min read
0
প্ৰচণ্ড গৰমতো নাশ নহয় কৰ’না ভাইৰাছ 

SINGAPORE, SINGAPORE - [JANUARY 26]: Visitors wearing masks walk through the Merlion Park on January 26, 2020 in Singapore. (Photo by Ore Huiying/Getty Images)

2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ব’হাগৰ পহিলা সপ্তাহৰ পৰাই দেশৰ বিভিন্ন স্থানত গৰম পৰিবলৈ আৰম্ভ কৰিছে।সততে গৰম দিন আহিলেই  মানুহৰ মনত অস্বস্তি আৰম্ভ হয়।কিন্ত এইবাৰ যেন সমগ্ৰ দেশবাসীয়ে এই গৰমৰ দিনৰ বাবেই আগ্ৰহেৰে অপেক্ষা কৰি আছিল।কিয়নো দেশৰ সাধাৰণ জনতাৰ বিশ্বাস ,এই উপ-মহাদেশৰ গ্ৰীষ্ম ঋতুৰ প্ৰৱল উত্তাপতে স-বংশে নাশ হ’ব কৰ’না ভাইৰাছ ।কিন্তু আশাবাদী ভাৰতীয়ৰ এই সুখ স্বপ্নতে এতিয়া চেঁচাপানী ঢালিলে একাংশ গৱেষকে ।গৱেষকসকলে ঘোষণা কৰিছে ,’গ্ৰীষ্মৰ দাবানলত ক’ভিড-১৯ ভাইৰাছ বিনাশ হোৱাৰ কোনো সম্ভাবনাই নাই ।কিয়নো এই মাৰাত্মক ভাইৰাছৰ মৃত্যু নূন্যতম ৯২ ডিগ্ৰী চেলছিয়াছ উত্তাপতহে সম্ভৱ।
‘উল্লেখ্য যে তলাবন্ধৰ বাবে গৃহবন্দী বিশ্ব এতিয়া মগ্ন হৈ আছে ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ ভাৰ্চুৱেল জগতত।ফেচবুক, হোৱাটছএপত বিয়পি পৰিছে ক’ভিডৰ মৃত্যুৰ সন্দৰ্ভত নানা মনেগঢ়া তত্ত্ব।সেইবোৰ তত্ত্বকে লৈ নানাজনে দাবী কৰিছে যে ভাৰতত এই সময়ত গৰম পৰে ।কোনো কোনো স্থানত উত্তাপ ৪০ৰ পৰা ৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বাঢ়ে ।এই গৰমতে কৰ’না ভাইৰাছ জীয়াই থাকিব নোৱাৰিব ।এই দাবীক প্ৰবল কৰিবলৈ বহুতে আকৌ নিজাকৈ কিছুমান বৈজ্ঞানিক ভাষ্যও সংযোগ কৰিছে ।কিন্ত এইবোৰ ‘জ্ঞানগৰ্ভ ‘ বৈজ্ঞানিক তত্ত্বকে গুৰুত্ব দিব বিচৰা নাই গৱেষক সকলে ।গৱেষকে কয়,’এনে গৰমত ক’ভিডৰ মৃত্যু নহয়।
কমেও ৯২ৰ পৰা এশ ডিগ্ৰী চেলছিয়াছ তাপমানলৈ উঠিলেহে এই মাৰাত্মক ভাইৰাছ নাশ হ’ব পাৰে।’ফ্ৰান্সৰ এইক্স-মাৰ্চেই বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।কিছুদিনৰ পূৰ্বে প্ৰকাশিত হোৱা গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে ৬০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত এঘণ্টা ধৰি কৰ’না ভাইৰাছৰ নমুনা ৰখাৰ পাছতো দেখা গৈছে যে সিহঁতে নিজৰ সংখ্যা বৃদ্ধিৰ সমতা ৰাখে ।অৱশ্যে ৯২ডিগ্ৰী চেলছিয়াছত ১৫ মিনিট ৰখাৰ পাছত এই ভাইৰাছৰ মৃত্যু হয়।জীৱাণু বিশেষজ্ঞ সকলৰ মতে ,এশ ডিগ্ৰী চেলছিয়াছ অৰ্থাৎ যি তাপমাত্ৰাত পানী উতলি উঠিব,একমাত্ৰ তাতেই মৃত্যুৰ ঠিকনা লিখা আছে ক’ভিড- ১৯ ভাইৰাছৰ ।
তাৰ পূর্বে এই ভয়ংকৰ ভাইৰাছক বিনাশ কৰাৰ কোনো উপায় নাই ।সেইবাবেই শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফলমূল,বজাৰৰ সকলো সামগ্ৰী উতলাগৰম  পানীৰে ধুই লোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে।কেঁচা গাখীৰ আৰু কেঁচা পাচলি খোৱা নিষেধ কৰা হৈছে ।আনকি বিধিনিষেধ আৰোপ কৰা হৈছে ফ্ৰীজত সংৰক্ষিত কৰি ৰখা বাহি খাদ্যতো ।ব্যৱহৃত পোছাকো গৰমপানীৰে ধুই দিনটো কাঢ়া ৰ’দত শুকুৱাবলৈ পৰামৰ্শ দিয়া হৈছে।এই প্ৰসংগতে প্ৰশ্ন উঠিছে যে চহৰ অঞ্চলত বহুতৰে ঘৰতে ছাদ নাই ।সেই ক্ষেত্ৰত  কেনেকৈ কাপোৰ শুকুৱাব?বিশেষজ্ঞৰ মতে কে’বাঘণ্টা ধৰি কাপোৰ কাঢ়া ৰ’দত শুকুৱাব নোৱাৰিলে ইস্ত্রি কৰি ল’ব পাৰে।
ইপিনে পশ্চিমবংগৰ প্ৰাণী আৰু মৎস্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ গৱেষণাত কোৱা হৈছে যে মাংস,কণী বা গাখীৰৰ দৰে প্ৰাণীজ  প্ৰ’টিনক কৰ’না সংক্ৰমণৰ ভয়ত দূৰত ৰখা সঠিক নহ’ব ।কিয়নো শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নিশ্চিত ভাবে প্ৰ’টিনৰ আৱশ্যক।এইক্ষেত্ৰত প্ৰ’টিনযুক্ত সকলো খাদ্যবস্তু উচ্চতাপত সিদ্ধ কৰিব লাগিব।বিজ্ঞানী সকলৰ মতে ভালদৰে সিদ্ধ কৰা খাদ্যবস্তু বা যিকোনো সমগ্ৰীতে কৰ’না ভাইৰাছেই নহয়,আন কোনো জীৱানুও বাচি থাকিব নোৱাৰে।আনহাতে ,গৱেষকসকলে কয় গৰমকালত কৰ’না ভাইৰাছ মৰি যোৱা কথাটো একেবাৰে মনেসজা।এইবোৰত বিশ্বাস নকৰি সকলোৱে ঘৰৰ বাহিৰত নিয়ম অনুসৰি মাস্ক পৰিধান কৰা,পাৰস্পৰিক দূৰত্ব বৰ্তাই ৰখা ,সঘনাই চাবোনেৰে হাত ধোৱা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰা উচিত।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSCovid-19Lockdown
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d