Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মহানগৰীৰ ভিন্ন প্ৰান্তত পৌৰ নিগম আৰু পশুধন নিগমৰ যৌথ অভিযান

publisher by publisher
April 23, 2020
in COVID-19, News
Reading Time: 1 min read
0
মহানগৰীৰ ভিন্ন প্ৰান্তত পৌৰ নিগম আৰু পশুধন নিগমৰ যৌথ অভিযান

District administration seized fruits from the vendors in Guwahati street on 23-04-2020 for violating lockdown during the nationwide lockdown to limit the spreading of coronavirus disease (COVID-19) in the country. pix by UB Photos

6
SHARES
62
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

ক’ভিড ১৯ ভাইৰাছক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে দেশত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ । এই দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত ৰাজ্যত নিৰ্দিষ্টনীতি নিয়মৰ মাজেৰে কিছু শিথিলতাৰে ব্যৱসায় বাণিজ্য আৰম্ভ হৈছে যদিও এই তলাবন্ধৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰীসমূহ অধিক দামত  বিক্ৰী কৰি আহিছে। ৰাজধানী মহানগৰীতো প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া কিছু ব্যৱসায়ীয়ে নিৰ্দিষ্ট দামত মাছ মাংস পাছলি আদি বিক্ৰী আহিছে যদিও তাৰ মাজতে একাংশ অসাধ ব্যৱসায়ীয়ে পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ নকৰাকৈ অধিক দামত সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে । এনে অসাধু ব্যৱসায়ীক নাকি লগাবলৈ গুৱাহাটী পৌৰ নিগম আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্ব মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই স্বাস্থ্যসন্মত খাদ্য যোগান নধৰা আৰু তলাবন্ধৰ নীতি নিয়ম উলংঘা, অধিক দামত বিক্ৰী কৰা ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ সামগ্ৰীসমূহ জব্দ কৰি উচ্ছেদ কৰে ।

ADVERTISEMENT

গুৱাহাটী পৌৰ নিগম,পশুপালন বিভাগ আৰু অসম পশুধন নিগম উদ্যোগত আজি মহানগৰীৰ ভিন্ন স্থানত ব্যৱসায় প্ৰতিষ্ঠানসমূহ চৰজমিন নিৰীক্ষণ কৰি সমগ্ৰ পৰিস্থিতি বুজ লয় । নিৰীক্ষণকাৰী দলটোৱে এই সময়ছোৱাত সামাজিক দূৰত্বৰে স্বাস্থ্যসন্মত মাংস,কণী আদি নিৰ্ধাৰিত মূল্যত উপলব্ধ হৈছে নে নাই এই বিষয়ত চৰজমিন তদন্তৰ লগতে বহু ব্যৱসায়ী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰও পৰীক্ষা কৰে । এই নিৰীক্ষণ অভিযানৰ নেতৃত্বত বহন কৰা অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই এই সংক্ৰান্তত কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ আছে।

এই অভিযোগৰ ভিত্তিতে আজি তাৎক্ষণিকভাৱে পুৱাই দিছপুৰ লাষ্টগেট,চাৰ্ভে,বেলতলা,বশিষ্ঠ,ছয়মাইল,জয়ানগৰ,হাতীগাঁও,খানাপাৰা আদি অঞ্চলত পৌৰ নিগমৰ যৌথ অভিযান চলে ৷ এই অভিযানত অনুজ্ঞাপত্ৰ নোলোৱাকৈ অধিক দামত সামগ্ৰী বিক্ৰী কৰা কে’বাজন অসাধু ব্যৱসায়ীৰ পৰা স্থলীতে বহু পৰিমাণৰ কুকুৰা,কণী আৰু শাক পাচলি পৌৰ নিগমে জব্দ কৰা বুলি শইকীয়া উল্লেখ কৰে । উল্লেখযোগ্য যে এই অভিযানত ছয়মাইল আৰু বেলতলাৰ দুখন ব্যৱসায়ীক প্ৰতিষ্ঠান ছীল কৰে প্ৰশাসনে ৷ ইয়াৰ উপৰি আজি জব্দ কৰা সামগ্ৰীসমূহ বৃদ্ধাশ্ৰম আৰু অনাথালয়ত বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৌৰ নিগমে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONABeltolaCovid-19FIGHT AGAINST COVID-19GuwahatiSixmile
publisher

publisher

Related Posts

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d