Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ফাৰ্মাচী খনতে বহি নাটক এখন লিখি উলিয়ালো, কবিতাও লিখিলো

publisher by publisher
May 21, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ফাৰ্মাচী খনতে বহি নাটক এখন লিখি উলিয়ালো, কবিতাও লিখিলো
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

কৰ’নাক লৈ মই আৰম্ভণিৰ পৰাই কোনো ধৰণৰ শংকা বোধ কৰা নাছিলো। কৰ’না মোৰ বাবে এক বীজাণু আৰু পৃথিৱীত যুগে যুগে এনে বীজাণুৰ আবিৰ্ভাৱ ঘটি থাকে। প্লেগ, ইবলা আদি ইয়াৰ উদাহৰণ। এনে বীজাণুৰে যুঁজিবলৈ আমি সাৱধান হ’ব লাগিব, কিন্তু আতংকিত হোৱা উচিত নহয়। কৰ’না সন্দৰ্ভত মই যি পঢ়িছো আৰু বিশেষজ্ঞ সকলে কোৱা এটা কথাৰ পৰা বুজিছো যে শংকা আৰু আতংকই মানুহৰ মানসিক উদ্বিগ্নতা বৃদ্ধি কৰে আৰু এই উদ্বিগ্নতা বৃদ্ধিয়ে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।

ADVERTISEMENT

সেয়ে এনেবোৰ বিষয়ত প্ৰয়োজনীয় নীতি নিয়ম মানি মানসিকভাৱে উজ্জীৱিত হৈ থাকিব লাগে। গান শুনা, কিতাপ পঢ়া আদি যিবোৰ কামে মন ভাল কৰে তেনে কৰিয়েই অতিবাহিত কৰা ভাল।এই সময়ছোৱাত মই বাতৰি কাকত নিয়মিয়াকৈ পঢ়ি আছো। কৰ’না সম্পৰ্কীয় বাতৰিৰ ক্ষেত্ৰত মই এটা কথা লক্ষ্য কৰিছো যে এতিয়ালৈকে আমাৰ দেশত বা ৰাজ্যত কৰ’নাত আক্রান্ত হোৱা লোকসকল চহৰৰে সম্পৰ্ক থকা লোক ।গাঁওবোৰত তেনে আক্ৰান্ত নাই। কোনোবাজন গাঁৱৰ মানুহ হ’লেও তেওঁ কিন্তু আক্ৰান্ত হৈছে চহৰতে। আজি পঢ়িবলৈ পালো, আমেৰিকাত কৰ’নাৰ ভেকচিন ওলাইছে কিন্তু এইবোৰ পৰীক্ষাৰ পিছত বজাৰলৈ আহিবলৈ সময় ল’ব।

গতিকে বৰ্তমান কৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আমাৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব৷ তদুপৰি পৰিস্কাৰ,পৰিচ্ছন্নতা,সামাজিক দূৰত্ব,মাস্ক,চাবোন,ছেনিটাইজাৰ আদি চৰকাৰী নিৰ্দেশনা মানি চলিব লাগে। কিন্তু বহু সময়ত কিছুমান নিয়ম নিজে মানিলেও আন কোনোজনৰ কাৰণে সেই নিয়ম মানি চলাটো সম্ভৱ নহয়গৈ ৷এনে অৱস্থাত আমি শৰীৰত ৰোগ আৰু বীজাণু প্ৰতিৰোধী ক্ষমতা যিমানেই বৃদ্ধি কৰিম পাৰিম সিমানেই আমি অদৃশ্য শত্ৰুৰ লগত যুঁজিব পাৰিম।

আমাৰ গাঁৱলীয়া খাদ্যাভাসেই ইয়াৰ বাবে আটাইতকৈ সফল আৰু সুফলদায়ক উপাদান ৷সেয়ে মোৰ মতে কৰ’নাৰ দৰে অদৃশ্য শত্ৰুৰ স’তে যুঁজ কৰিবলৈ দৈহিক শক্তি আহৰণ কৰাটোৱেই এই মূহুৰ্তত বিকল্প ।তলাবন্ধৰ প্ৰথম দুটা পৰ্যায় যথেষ্ট কঠোৰ আছিল ৷মই বৰ বেছি ঘৰত সোমাই থকা মানুহ নহয়। কিন্তু মই ঘৰত থকা সময়খিনি পৰিয়ালক দিও ৷তলাবন্ধৰ সময়তো প্ৰথম দিনটোৰ পৰাই মই মোৰ ফাৰ্মাচীখনত অতিবাহিত কৰিছো ৷

তেজপুৰৰ মোৰ ঘনিষ্ঠসকলে জানে মই নাটককে আদি কৰি লিখা মেলা ঘৰত নকৰো। ফাৰ্মাচীখনতেই কৰোঁ ৷হুলস্থূলৰ মাজতো মই এই কাম কৰিব পাৰো। এইবাৰো মোৰ আগন্তুক ৭৭ সংখ্যক জন্মদিনত মঞ্চায়ন কৰিব পৰাকৈ “ধুমুহাতো জ্বলিছে বন্তি গছি” নামৰ নাটকখন তলাবন্ধৰ সময়ছোৱাত ফাৰ্মাচীতে বহি লিখি উলিয়ালো ৷লগতে তলাবন্ধৰ সময়তছোৱাত পুৰণি অসমীয়া নিৰ্বাচিত গীত শুনি আছো ৷পঢ়িম বুলি থোৱা কেইখনমান কিতাপো এইকেইদিনতে পঢ়িলো ৷

ইয়াৰ ভিতৰত মেৰিঅ’ পুঁজোৰ গডফাদাৰ,লেৰি কলিনছ আৰু ডমিনি লেপাৰৰ ফ্ৰিডম এট মিডনাইট উপৰি দুখন অসমীয়া জীৱনীমূলক গ্ৰন্থ এখন অদীপ ফুকনে শৰৎ সিংহৰ জীৱনৰ আধাৰত লিখা “অন্য এক যাত্ৰা” আৰু ড° হীৰেন গোহাঁইৰ “বতাহত ক’ৰ গধূলি গোপাল”পঢ়িলো ৷স্বাভাৱিক সময়তো মই পৰিকল্পনা কৰা অনুসৰিয়েই ঘৰুৱা সময়খিনি পৰিয়ালৰ সদস্যসকলৰ স’তে অতিবাহিত কৰি আহিছো ৷বৰ্তমানেও ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।পত্নী,পুত্ৰ আৰু কন্যাক সময় দিব নোৱাৰিলে জীৱনযাত্ৰাত অসমানুপাতিকতা আহে ৷গতিকে কৰ’নাৰ বাবে উদ্ভৱ হোৱা হৈছে এই পৰিস্থিতিত মই সাৱধানতা অৱলম্বন আৰু শৰীৰত প্ৰতিৰোধ শক্তি বৃদ্ধিৰ চেষ্টা কৰাৰ বাহিৰে সকলো স্বাভাৱিক তথা পৰিকল্পনা অনুযায়ীয়েই কৰি গৈছো ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM CORONA VIRUSCovid-19lock down
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d