Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বাৰ্লিনত ঈদৰ নামাজৰ বাবে খুলি দিয়া হ’ল গিৰ্জাৰ দুৱাৰ

publisher by publisher
May 25, 2020
in COVID-19, News
Reading Time: 1 min read
0
বাৰ্লিনত ঈদৰ নামাজৰ বাবে খুলি দিয়া হ’ল গিৰ্জাৰ দুৱাৰ
3
SHARES
25
VIEWS
ShareShareShareShare

ঈদৰ নামাজ সম্পন্ন কৰিব পৰাকৈ বাৰ্লিনৰ এটি গিৰ্জাৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে । বাৰ্লিনৰ ক্ৰুজবাৰ্গৰ মাৰ্থা লুথৰান গিৰ্জাত ৰমজানৰ অন্তত মুছলিম সম্প্ৰদায়ৰ লোকসকলে পবিত্ৰ ঈদৰ নামাজ পঢ়িব পাৰিব।কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে বলৱৎ কৰা সামাজিক দূৰত্বৰ নীতি-নিয়ম মানি মছজিদত নামাজ আদায় কৰাটো অসম্ভৱ প্ৰায় হৈ পৰিছে । এনে অৱস্থাত ঈদৰ সমূহীয়া নামাজ এইবাৰ বিশ্বৰ প্ৰায়বিলাক দেশেই প্ৰত্যাহাৰ কৰিছে । জাৰ্মানীত তলাবন্ধৰ বাবেই বন্ধ ৰখা ধৰ্মীয় উপাসনা স্থলবিলাক যোৱা চাৰি মে’ৰ পৰা মুকলি কৰাৰ অনুমতি দিয়া হৈছে । কিন্তু প্ৰাৰ্থনাৰ সময়ত এজনে আনজনৰ পৰা পাঁচ ফুট দূৰত্ব অক্ষুণ্ণ ৰাখিব লাগিব বুলিও চৰকাৰে স্পষ্ট নিৰ্দেশ জাৰি কৰিছে । এনে দূৰত্বৰ নিয়ম মানি চলিলে বাৰ্লিনৰ নিউক্লানস্থিত দাৰ আছছালাম মজজিদত কেৱল মাত্ৰ জামাতীসকলৰ এটি অংশইহে নামাজ আদায় কৰাটো সম্ভৱ হ’ব । ফলত সমস্যাটোৰ পৰা কিছু হ’লেও সকাহ দিব পৰাকৈ আগবাঢ়ি আহিছে ক্ৰুজবাৰ্গৰ মাৰ্থা লুথৰান গিৰ্জা কর্তৃপক্ষ ।

ADVERTISEMENT

গিৰ্জাটোত ৰমজানৰ অন্তিম নামাজ আয়োজনৰ প্ৰস্তাৱ প্ৰথমে গিৰ্জা কর্তৃপক্ষৰ পৰাই দিয়া হয় । দাৰ আছসালাম মছজিদৰ ইমামে জনোৱা অনুসৰি ই এটি অতি গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সংকটৰ সময়ত ঈদে সকলোৰে বাবে আনন্দৰ বাৰ্তা লৈ আহিছে।কৰ’না মহামাৰীয়ে আমাৰ সকলোকে এটি সামাজিক বান্ধোনত আবদ্ধ কৰিছে ।সংকটৰ সময়ত অৱশ্যে সকলো মানুহ একত্ৰিত হয়েই । মছজিদ কমিটীৰ সদস্য চামিৰ হামদৌনে কয়, ‘গিৰ্জাৰ প্ৰস্তাৱটো লাভ কৰাৰ পাছত আমাৰ খুব অদ্ভুত অনুভূতি হৈছিল।কাৰণ গিৰ্জাত বাদ্যযন্ত্ৰকে ধৰি বিভিন্ন ছবি আদি থাকে।যিবিলাক ইছলামিক প্ৰাৰ্থনাৰ স’তে সামঞ্জস্যপূৰ্ণ নহয়; কিন্তু আমি যদি এই সৰু সৰু বিষয়বিলাক পাহৰি যাওঁ তেন্তে গিৰ্জাকো আল্লাহৰ ঘৰ বুলিয়েই মানি ল’ব পাৰিম ।’

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BerlinCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d