Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

শোকস্তব্ধ বলীউডঃৰূপালী পৰ্দাৰ মহেন্দ্ৰ সিং ধোনী আৰু নাই

publisher by publisher
June 14, 2020
in Entertainment, India, News
Reading Time: 1 min read
0
শোকস্তব্ধ বলীউডঃৰূপালী পৰ্দাৰ মহেন্দ্ৰ সিং ধোনী আৰু নাই
1
SHARES
11
VIEWS
ShareShareShareShare

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে দেওবাৰে মুম্বাইস্থিত বান্দ্ৰাৰ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে ৷মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ ৷পাটনাত জন্ম গ্ৰহণ কৰা সুশান্ত চাৰি গৰাকী ভগ্নীৰ মাজত যথেষ্ট মৰমৰ আছিল ৷ ইফালে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সকলোৰে কাৰণে হৈ পৰিছে বিশেষ উৎসুকতাৰ বিষয় ৷কাৰণ বলীউডত সুশান্ত সিং ৰাজপুতৰ আছিল বিশেষ স্থান ৷আঠ জুনত সুশান্তৰ মেনেজাৰ দিশা সেলিয়নে বিল্ডিঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল ।

ADVERTISEMENT

সুশান্তে ইতিমধ্যে মহেন্দ্ৰ সিং ধোনীৰ বায়’পিকত অভিনয় কৰি সকলোৰে পৰা সমাদৰ লাভ কৰিছিল । বলীউড তথা অনুৰাগীসকলৰ লগতে সুশান্তৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰিছে ।আনহাতে সুশান সিং ৰাজপুতৰ মৃতদেহ পুৱা তেওঁৰ ঘৰত কাম কৰা এজন কৰ্মচাৰীয়ে চিলিং ফেনত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ইয়াৰ পিচত আৰক্ষীক খবৰ দিয়ে কৰ্মচাৰীজনে ৷আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ সুশান্তে শেষ বাৰৰ কাৰণে এজন বন্ধুৰ লগত ফোনত কথা পাতিছিল ।

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

সামাজিক মাধ্যমত অভিনেতা ধৰ্মেন্দ্ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে পৰিয়ালৰ স্পষ্টীকৰণ

7b86eb8a 8b33 4c58 ba2c 0decb347daeb

অৱশ্যে সুশান্তে মত বিনিময় কৰা সেই বন্ধুজন কোন আছিল বা তেওঁলোকে কি কথা পাতিছিল সেয়া আৰক্ষীয়ে এতিয়ালৈকে জনোৱা নাই ৷এক বিশেষ সূত্ৰৰ মতে সুশান্ত সিঙ ৰাজপুত ছমাহৰ পৰা ডিপ্ৰেছনত ভূগি আছিল ৷ আৰু ইয়াৰ ঔষধ খাই আছিল ৷ উল্লেখযোগ্য যে সুশান্ত সিঙে ৩মে’ত ছ’চিয়েল মিডিয়াত নিজৰ মাতৃক সুঁৱৰি লিখিছিল যে “জীৱনৰ কোনো ঠিকনা নাই” ৷

২০১৯ চনত বলীউডত মুক্তি লাভ কৰা “চিচোৰে” ছবিত সুশান্ত এজন পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷এই ছবিখনত সুশান্তে আত্মহত্যা কৰিবলৈ লোৱা সন্তান আৰু তেওঁৰ বন্ধুক নিজৰ অসফলতাৰ কাহিনী কৈ শুনাইছিল ৷ তেনেস্থলত ছবিৰ পৰ্দাত জীৱনটো উপভোগ কৰিবলৈ শিকোৱা সুশান্তে কেনেকৈ এনেদৰে আত্মহত্যা কৰিব পাৰে তাকে লৈ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সৰুৰে পৰা পঢ়া শুনাত পাৰ্গত সুশান্তে অলপতে ৫০ টা সপোনৰ এখন তালিকা প্ৰস্তত কৰি উলিয়াইছিল ৷

ইয়াৰে এটা আছিল “দ্য ইউৰোপীয়ান অৰ্গেনাইজেশ্যন ফৰ নিউক্লিয়েৰ ৰিচাৰ্চ”লৈ যোৱা ।সুশান্তে ২০০৩ ত “দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং এন্ট্ৰেন্স একজামিনেছন”ত সপ্তম স্থান লাভ কৰিছিল ৷ইয়াৰ পিছত বলীউডৰ ছবি জগতৰ প্ৰতি আকৰ্ষিত হৈ সুশান্তে বেক আপ ডান্সাৰ ৰূপে মনোৰঞ্জন জগতত খোজ পেলাইছিল ।

সৰু পৰ্দাত সুশান্তে বালাজী টেলিফ্লিমছৰ “কিচ দেশ ম্যে হ্যে মেৰা দিল” নামৰ ধাৰাবাহিকৰ পৰা অভিনয় জগতৰ পাতনি মেলিছিল ৷তাৰ পিছত জি টিভিৰ “পবিত্ৰ ৰিস্তা”ৰ জৰিয়তে সুশান্ত দেশৰ ঘৰে ঘৰে জনপ্ৰিয়তা লাভ কৰে ।ইয়াৰ উপৰিও সুশান্তে “জৰা নাচ কে দিখা ২” আৰু “ঝলক দিখলা জা ৪ “তো অংশ লয় ৷সুশান্তৰ শেষখন ছবি “ডাইড”নেটফ্লিক্স”ত উপলব্ধ ৷ ইয়াৰোপৰি কাই পো চে,শুদ্ধ দেশী ৰোমান্স,পিকে,এমএচ ধোনী,ৰাবতা,ৱেলকাম টু নিউয়ৰ্ক,কেদাৰনাথ,চিচোৰে,ড্ৰাইভ আদি ছবিত অভিনয় কৰাৰ উপৰিও “দিল বেচাৰা” ছবিখন আছিল মুক্তিৰ অপেক্ষাত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ActorBOLLYWOODIndian Bollywood ActorSushant Singh Rajput
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d