Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আঁকোৰগোজ চীনঃ সীমান্তত অস্থিৰ পৰিবেশ

publisher by publisher
June 22, 2020
in India, News
Reading Time: 1 min read
0
আঁকোৰগোজ চীনঃ সীমান্তত অস্থিৰ পৰিবেশ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

গালৱান উপত্যকাত ১৫ জুনৰ নিশা হৈছিল? আগ্নেয়াস্ত্ৰ নথকা সত্তেও ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ কেনেকৈ হৈছিল ৷ এই সন্দৰ্ভত বিভিন্ন জল্পনা কল্পনা অব্যাহত থাকিলেও সেনা বা চৰকাৰীসূত্ৰই কোনো আনুষ্ঠানিকতা ঘোষণা কৰা নাই । সূত্ৰই প্ৰকাশ যে চীনা সৈন্যই গালৱান উপত্যকাৰ ৱাই পইন্টত ভাৰতীয় ভূখণ্ডত প্ৰবেশ কৰি অস্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰিছিল ৷ আৰু ইয়াকে লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ পৰিকল্পিতভাৱে চীনা সৈন্যই অপ্ৰৰোচিত আক্ৰমণ কৰিছিল ৷ আৰু তুলনামূলকভাৱে উচ্চ অৱস্থানত আছিল চীনা সৈন্য ৷ ভাৰতৰ পক্ষত আছিল ১০০ জন জোৱান বিষয়া ৷

ADVERTISEMENT

আনহাতে চীনৰ পক্ষত আছিল ৩৫০ জন ৷ প্ৰায় তিনিঘণ্টা হৈছিল সংঘৰ্ষ ৷ এই সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা শ্বহীদ হৈছিল। চীনা পক্ষৰো বহু জোৱান আহত হৈছিল যদিও ভাৰতৰ পক্ষত নাই কোনো তথ্য । চীনে হতাহতৰ কথা প্ৰকাশ কৰিলেও কিন্তু এতিয়াও প্ৰকৃত তথ্য সদৰী কৰা নাই । এই সংঘৰ্ষৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । সেনাৰ সূত্ৰৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পে’ট্ৰলিং পইন্ট ১৪ (পি পি ১৪ )ত চীনা সৈন্যই দখল কৰাক লৈ ঘটনাৰ সূত্ৰপাত হয় । ৰক্তাক্ত সংঘৰ্ষত ভাৰতৰ এজন কৰ্ণেলসহ ২০ জন সেনাৰ মৃত্যু হয় । পি পি ১৪ ৰ পৰা চীনৰ সেনা প্ৰত্যাহাৰৰ কাৰণে ১৫ জুনৰ নিশা পূব লাডাখত এক বিশেষ স্থানত বৈঠকৰ আহ্বান কৰা হৈছিল ৷ তাত যোগ দিছিল তিনি নম্বৰ ডিভিজনৰ কমাণ্ডাৰ আৰু বিষয়াসকলে ৷

এই বৈঠকত সিদ্ধান্ত হয় যে ভাৰতীয় ভূখণ্ডৰ আভ্যন্তৰত এই পি পি ১৪ ৰ পৰা আঁতৰি যাব চীনা সৈন্য । ১৬ বিহাৰ ৰেজিমেণ্টৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হয় পি পি ১৪ লৈ গৈ চীনা সেনাক আঁতৰি যোৱাৰ কথা ক’বলৈ ৷ এই মৰ্মে বিহাৰ ৰেজিমেণ্টৰ এটি সৰু টহলদাৰী দলক সেই পইন্টলৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পাছত কি হ’ল ? প্ৰতিবেদনত প্ৰকাশ যে বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলে ১৪ নম্বৰ পইন্টলৈ গৈ দেখে যে ১০-১২ জন চীনা সেনাই সেই স্থানত অস্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰি পহৰা দিছে ৷ বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলে তেওঁলোকক আঁতৰি যাবলৈ কয় যদিও তেওঁলোক মান্তি নহ’ল ৷ অধিক বাদানুবাদ নকৰি জোৱানৰ দলটো পুনৰ সেই বাৰ্তা দিবলৈ ইউনিটলৈ উভতি যায় ৷

কিন্তু চীনা বাহিনীয়ে ধাৰণা কৰিছিল যে ইউনিটলৈ গৈ খবৰ দিলে পুনৰ ভাৰতীয় সেনাই বৃহৎ বাহিনীটো লৈ উভতিব পাৰে ৷ গতিকে প্ৰস্তুতি আৰম্ভ কৰে তেওঁলোকে । সেই অনুযায়ী পি পি ১৪ ৰ কিছু ওপৰৰ দিশলৈ পাহাৰীয়া অঞ্চলটোত সমবেত হয় প্ৰায় ৩৫০ সেনা জোৱান আৰু অস্ত্ৰ শস্ত্ৰ মজুত ৰখা হয় ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ যে চীনা সেনাৰ আঁকোৰগোজ মনোভাৱৰ বাতৰি লাভ কৰাৰ পাছত বিহাৰ ৰেজিমেণ্টৰ কমাণ্ডিং বিষয়া সন্তোষ বাবুৰ নেতৃত্বত ৫০ জনীয়া এটা পি পি ১৪ ৰ ওচৰলৈ গৈ চীনা বাহিনীক অঞ্চল ত্যাগ কৰিবলৈ কোৱাত বাদানুবাদ আৰম্ভ হয় ৷ ভাৰতীয় সেনাই অস্থায়ী গাঁথনি ভাঙিবলৈ কোৱাত আৰম্ভ হয় মাৰপিটৰ লগতে হতাহতি ৷

কিন্তু চীনে পূৰ্বৰে পৰা অস্ত্ৰ শস্ত্ৰ মজুত কৰি ৰাখিছিল । তুলনামূলক চীনা সেনাই ওখ স্থানৰ পৰা শিল দলিয়াবলৈ ধৰে ৷ এই বতৰা লাভ কৰি ভাৰতৰ পক্ষৰ পি পি ১১ আৰু পি পি ১৭ ৰ পৰা প্ৰায় ৫০ জন জোৱানে ঘটনাস্থলীত যোগ দিয়ে ৷ দুয়োপক্ষৰ মাজত প্ৰায় তিনিঘণ্টা ধৰি সংঘৰ্ষ হৈছিল বুলি কোৱা হৈছে । তদুপৰি কোৱা হৈছে যে চীনৰ বহু সেনা আহত হৈ গোটেই নিশা সেই অঞ্চলতে পৰি আছিল আৰু বহুতে প্ৰাণ হেৰুৱাইছিল ৷ সূত্ৰত প্ৰকাশ যে শেষ পৰ্যন্ত পি পি ১৪ ভাৰতে দখল কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAINAGalwan Valleyindia
publisher

publisher

Related Posts

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d