Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বানৰ প্ৰলয়ে সপোন কাঢ়ি নিলে শতাধিক মৎস্যপালকৰ

publisher by publisher
July 17, 2020
in Assam, News
Reading Time: 1 min read
0
বানৰ প্ৰলয়ে সপোন কাঢ়ি নিলে শতাধিক মৎস্যপালকৰ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

ৰাজ্যত এটা পষেকৰ ভিতৰতে হোৱা দুটাকৈ উপৰ্যুপৰি বানৰ প্ৰলয়ত ক্ষতিৰ সন্মূখীন হৈছে সৰ্বস্তৰৰ লোক। বৰষুণ আৰু বানে ৰাজ্যৰ লগতে কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক কৃষকৰ সপোন ধুই নিয়াৰ সমান্তৰালকৈ অঞ্চলটোৰ মৎস্যপালক সকলৰো সপোন কাঢ়ি নিলে প্ৰলয়ংকাৰী বানে । ৰাজ্যৰ অৰ্থৰ ভৰাঁলত বছৰি বৃহৎ অৰিহনা যোগাই অহা মৎস্য ব্যৱসায়ীসকলে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । অতি লাভজনক মৎস্যপালনৰ এই ব্যৱসায়ত শেহতীয়াকৈ বহু শিক্ষিত যুৱকসকলেও জড়িত হৈ পৰিছিল যদিও উপৰ্যুপৰি বানৰ প্ৰলয়ত এনে মৎস্যপালকৰ লগতে ব্যৱসায়টোত জড়িত সকলে বৃহৎ ক্ষতিৰ সন্মূখীন হৈছে।

ADVERTISEMENT

উপৰ্যুপৰি বানে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নগৰবেৰা, জামলাই, বিদ্যানগৰ, নাইটৰ, কল্যাণপুৰ, পলাহৰটাৰী, খামেৰী, হেকৰা, মালিবাৰী, আদিকে ধৰি বিভিন্ন অঞ্চলত থকা বৃহৎ পুখুৰীসমুহৰ অধিকাংশই বানত ডুব যোৱাত পুখুৰীসমুহত থকা লাখ লাখ টকাৰ মাছ নিৰাপদে ওলাই যায়। প্ৰতিজন এনে মৎস্যপালকে নিজৰ নিজৰ পুখুৰী প্লাষ্টিকৰ জালেৰে বেৰ দি মাছ ৰখাবলৈ চেষ্টা কৰে যদিও এই চেষ্টাই কোনো ফল দিয়া পৰিলক্ষিত হোৱা নাই । চকুৰ সন্মুখতে পুখুৰীসমুহত থকা মাছ জাকে জাকে ওলাই যোৱাত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে ব্যৱসায়টোত জড়িতসকলে। চৰকাৰী আৰু বেচৰকাৰী বেংকৰ পৰা বহু মৎস্যপালকে ঋণ লোৱাৰ উপৰিও একাংশই মহাজনৰ সূতৰ টকাৰে কৰা ব্যৱসায় আজি সম্পূৰ্ণৰূপে বানে ধুই নিয়াত চকুৰে বাট নেদেখা হৈছে মৎস্যপালক সকলে।

একেই অৱস্থা হৈছে দক্ষিণ বৰপেটাৰ মৎস্যপালক সকলৰ ক্ষেত্ৰতো । অঞ্চলটোৰ আলোপতি, মাজৰচৰ, কালাইৰদিয়া, বাঘমাৰাচৰ, ভাতনাপাইতি, উজীৰৰচৰ খোলাবান্ধা, মহচৰা, কাছুমাৰা, আণ্ডাভাংগাকে ধৰি বিভিন্ন ঠাইত পুখুৰীৰ লগতে খাল সমূহৰ পাৰ বান্ধি ব্যাপক হাৰত মৎস্যপালন কৰা হয় যদিও উল্লেখিত অঞ্চলৰ প্ৰতিজন মৎসপালকে আজি হাহাঁকাৰ কৰিছে । আৰ্থিক দিশত বৃহৎ লোকচানৰ সন্মুখীন হোৱা মৎস্যপালক সকলক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাইছে ভুক্তভোগী সকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKAMRUP
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d