Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাজিৰঙা বন বিভাগৰ নিৰ্দয়তাৰ ছবি উদঙাই অৱশেষত এটা গঁড়ৰ মৃত্যু

publisher by publisher
July 24, 2020
in Assam, News
Reading Time: 1 min read
0
কাজিৰঙা বন বিভাগৰ নিৰ্দয়তাৰ ছবি উদঙাই অৱশেষত এটা গঁড়ৰ মৃত্যু
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

অৱশেষত আঠদিনৰ জীৱন-মৃত্যুৰ যুঁজখনত পৰাজয় বৰণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গঁড়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সংহাৰী বানৰ কবলত পৰি জীৱশ্ৰেষ্ঠ মানৱৰ কাষ চপা আঘাতপ্ৰাপ্ত গঁড়টোৰ মৃতদেহ আজি দিনৰ এঘাৰ বজাত উদ্ধাৰ হ’ল বানপানীত ওপঙি থকা অৱস্থাত ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ দেওপানী নদীৰ সমীপত দুসুঁতী বন শিবিৰ অঞ্চলত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিলে বনবিভাগৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱা গঁড়টোৰ নিথৰ দেহ ৷ উল্লেখ্য যে ১৭ জুলাইত বানৰ কবলত পৰি জন অৰণ্যলৈ ওলাই আহিছিল গঁড়টো৷ কলিয়াবৰৰ দেওপানীত ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লোৱা এটা চকুত আঘাতপ্ৰাপ্ত গঁড়টোক চিকিৎসাৰ নামত কিছু ভেকোভাওনা কৰিয়েই দ্বায়িত্ব সামৰিছিল কাজিৰঙা বন বিভাগে ৷

ADVERTISEMENT

স্থানীয় ৰাইজে দাবী জনাইছিল গঁড়টোৰ উন্নত চিকিৎসাৰ ৷ একাংশ বন্যপ্ৰাণী প্ৰেমীয়ে আনকি গঁড়টোক নিজ হাতে ঘাঁহ কাটি আনি দি যোগান ধৰিছিল খাদ্যৰ ৷ কিন্তু ইয়াৰ মাজতে ২০ জুলাইৰ নিশা দেওপানীত ৰাষ্ট্ৰীয় পথৰ দাঁতিত আশ্ৰয় লৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দেওপানীৰ গঁড়টো হঠাৎ নোহোৱা হ’ল ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা । বনৰক্ষীয়ে পহৰা দি থকা অৱস্থাতে নোহোৱা হল গঁড়টো । এটা অসুস্থ গঁড় কেনেকৈ হঠাতে অন্তধ্যান হৈ পৰিল, ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হ’ল প্ৰকৃতি প্ৰেমীৰ মাজত ৷ সেইদিনাই ’দৈনিক অগ্ৰদূত’ত সবিস্তাৰে প্ৰকাশ পালে গঁড়টোৰ অন্তধ্যানৰ সমগ্ৰ বাতৰি ৷ স্থানীয় প্ৰকৃতি প্ৰেমীৰ অভিযোগ অনুসৰি নিজৰ প্ৰকৃত উলঙ্গ স্বৰূপ উদঙালে বন বিভাগে ।

দেওপানী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নিশাৰ আন্ধাৰত অতি সংগোপনে আৰু সন্তপৰ্ণে বনবিভাগে আঁতৰাই লৈ গল গঁড়টো । অনিদ্ৰা আৰু ভোকত ক্ৰমে দুৰ্ব্বল হৈ পৰা গঁড়টোৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছিল । প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত তিলতিল কৈ মৃত্যুৰ মুখলৈ গতি কৰিছিল গঁড়টো। কিন্তু ইয়াৰ পিছতো নীতি-নিয়মৰ গইনা লৈ বনবিভাগে উদ্ধাৰ কৰা নাছিল গঁড়টো । ৰাইজৰ সন্মুখত গঁড়টোৰ মৃত্যু ঘটিলে ৰাজহুৱা ৰোষত পৰাৰ ভয়ত বনবিভাগে নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই নামি পৰিল দুষ্কাৰ্যত । অসম গৌৰৱ এশিঙীয়া গঁড়ক নিশাৰ আন্ধাৰত ৰচীৰে বান্ধি মটৰ লাঞ্চৰে বানপানীৰ মাজেৰেই টানি টানি লৈ গ’ল ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈ থকা স্থানৰ পৰা ।

ইয়াৰ পিছতে গঁড়টোৰ অৱস্থান হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পশ্চিম বান্দৰডুবি বনশিবিৰৰ কাষত । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত উদ্ধাৰ বা পুনঃসংস্থাপন কৰা নহয় বুলি যুক্তি প্ৰদান কৰা বন বিভাগে কি যুক্তিত এটি দুৰ্বল অসুস্থ বন্য প্ৰাণীক বানপানীৰ মাজেৰে টানি লৈ গ’ল এইলৈ সৰ্বত্ৰ প্ৰশ্ন উঠিল বন্যপ্ৰাণী প্ৰেমীৰ মাজত। বনবিভাগৰ এনে নিৰ্লজ্জ কাণ্ডক একমুখে ধিক্কাৰ দিলে সকলোৱে । এটা অসুস্থ বন্যপ্ৰাণীক এনে নিৰ্মম অত্যাচাৰৰ পাছত দুই এদিনতে ৰাষ্ট্ৰীয় উদ্যানত আৰু এটা গঁড়ৰ মৃত্যুমুখত পৰিব বুলিও সকলোৱে সকীয়াই দিলে বনবিভাগক ৷

আৰু ইয়াৰ মাজতে আজি সন্ধিয়া ৬.৫২ বজাত বনবিভাগে প্ৰকাশ কৰিলে দিনৰ এঘাৰ বজাতে গঁড়টোৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি ৷ লগতে প্ৰকাশ কৰিলে বুঢ়া হোৱাৰ বাবেই মৃত্যুক সাৱটি ল’লে গঁড়টোৱে ৷ ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হ’ল যে এক সপ্তাহ পূৰ্বে প্ৰাপ্তবয়স্ক বুলি প্ৰকাশ কৰা গঁড়টো কেনেকৈ এক সপ্তাহৰ পিছতে বৃদ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে? গঁড়টোৰ মৃত্যুক লৈ এতিয়া বিক্ষোভ সৃষ্টি হৈছে বন্যপ্ৰাণীপ্ৰেমীৰ মনত ৷ গঁড়টোৰ মৃৃত্যুৰ লগে লগে প্ৰকাশ পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনবিভাগৰ নিৰ্দয়তাৰ মলিন ছবিখন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKaziranga National ParkRhino
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d