Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

publisher by publisher
August 3, 2020
in India, News
Reading Time: 1 min read
0
শোকস্তব্ধ বলীউডঃৰূপালী পৰ্দাৰ মহেন্দ্ৰ সিং ধোনী আৰু নাই
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত সম্প্ৰতি মুম্বাই আৰু বিহাৰ পুলিছ সমুখ সমৰত লিপ্ত হৈছে ৷ দেওবাৰে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবৰ কাৰণে মুম্বাইত উপস্থিত হোৱা পাটনাৰ এছপি বিনয় তিৱাৰীক বিএমচিয়ে কোৱাৰেন্টাইন কৰে । লগতে বিনয় তিৱাৰীৰ হাতত কোৱাৰেন্টাইনৰ মোহৰো লগাই দিয়ে বিএমচিয়ে ৷ অৰ্থাৎ এতিয়া কোৱাৰেন্টাইনত থকা সময়ত অভিনেতাজনৰ তদন্তৰ খাতিৰত কাৰো লগত সাক্ষাৎ হ’ব নোৱাৰিব এছ পি বিনয় তিৱাৰী ৷

ADVERTISEMENT

সম্প্ৰতি বিএমচিৰ এই কাৰ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লোকসকলৰ মাজত ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ” এইয়া ভাল কথা হোৱা নাই । সুশান্তৰ আত্মহত্যাৰ ঘটনাক ৰাজনীতিৰ লগত জড়িত কৰোৱাতো দুৰ্ভাগ্যজনক ৷”

আনহাতে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই টুইটাৰ যোগে কয় “আইপিএচ বিনয় তিৱাৰীৰ তত্ত্বাৱধানত আৰক্ষীৰ এটা দল অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত কৰিবৰ কাৰণে মুম্বাইত উপস্থিত হয় ৷ কিন্তু বিনয় তিৱাৰীক ৰাতি ১১ বজাত জবৰদস্তি কোৱাৰেন্টাইন কৰে বিএমচিয়ে । লগতে বিনয় তিৱাৰীক আইপিএছ কোৱাৰ্টাৰৰ বিপৰীতে গেষ্ট হাউচত কোৱাৰেন্টাইন কৰে । মই এই বিষয়ে মহাৰাষ্ট্ৰৰ ডিজিপিৰ লগত মতবিনিময় কৰিম ।”

ইফালে বিহাৰ আৰক্ষীৰ অভিযোগক খণ্ডন কৰি বিএমচিয়ে কয় “আমি চৰকাৰী আদেশ পালন কৰিছো ৷ নিয়ম অনুসৰি তিৱাৰীক কোৱাৰেন্টাইন কৰা হৈছে ৷ যদি বিনয় তিৱাৰীৰ শৰীৰত কৰ’না লক্ষণ ওলাই তেন্তে তেওঁক পৰীক্ষা কৰা হ’ব ৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেশৰ যিকোনো প্ৰান্তৰ পৰা অহা লোকক কোৱাৰেন্টাইন কৰা হ’ব ৷ গতিকে বিনয় তিৱাৰীৰ লগতো সেই একেই নিয়ম প্ৰযোজ্য কৰা হৈছে ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিহাৰৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই এক ব্যক্তিগত সংবাদ মাধ্যমত ৰিয়া চক্ৰৰ্ৱতীক তিনি চাৰিদিনৰ পৰা বিচাৰি থকাৰ কথা সদৰী কৰিছিল । ৰিয়াৰ ফ’ন বন্ধ বুলিও কোৱাৰ লগতে ৰিয়াক আৱেগিক ভিডিঅ’ আপলোড কৰিলে কোনো কামত নাহে বুলিও কটাক্ষ কৰিছিল ৷ যদি ৰিয়া সত্য তেনেহলে পুলিচৰ লগত আহি সহযোগ কৰিবলৈ আহ্বান কৰিছিল   ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar PoliceindiaMumbai PoliceSushant Singh Rajput
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d