Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নিলামত উঠিল মহাত্মা গান্ধীৰ সোণপানী চৰোৱা চশমা

publisher by publisher
August 11, 2020
in India, News, world
Reading Time: 1 min read
0
নিলামত উঠিল মহাত্মা গান্ধীৰ সোণপানী চৰোৱা চশমা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

ব্রিটেইনৰ ৮৫ অঞ্চলত সক্রিয় পাকিস্তানী ‘ৰেপ গেং’, নিষ্ক্রিয় আৰক্ষী: দাবী সাংসদৰ

এক কোটি ৭৬ লাখ টকাত বিক্রী হ’ল মহাত্মা গান্ধীৰ তৈলচিত্ৰ

Who knows Gandhiji? গান্ধীজীক কোনে জানে !

সম্প্ৰতি নিলামত উঠিছে মহাত্মা গান্ধীৰ এযোৰ বিশেষ চশমা ।স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ পূৰ্বেই এই চশমাযোৰ পৰিধান কৰিছিল মহাত্মা গান্ধীয়ে ।লণ্ডনত পঢ়ি থকাৰ সময়তে তেওঁ এই সোণপানী চৰোৱা বিশেষ চশমাযোৰ ক্ৰয় কৰিছিল।পাছত দক্ষিণ আফ্ৰিকাত এজন লোকক তেওঁ চশমাযোৰ উপহাৰ দিছিল।ইমান যুগৰ অন্তত এই চশমা যোৰৰ সন্ধান ওলাল ।
সম্প্ৰতি ব্ৰিটেইনৰ এটি সংস্থাই এই চশমাযোৰ নিলাম কৰিছে ।চশমাযোৰৰ উপৰি নিলাম হ’ব গান্ধীয়ে গুজৰাটী ভাষাত লিখা ,এখন এখন ব্যক্তিগত প্ৰাৰ্থনাৰ ডায়েৰী ,স্বাধীনতা সংগ্ৰামৰ সময়ত স্বদেশী বস্ত্ৰ তৈয়াৰৰ বাবে ব্যৱহাৰ কৰা এটা যঁতৰ আৰু তেওঁৰ একাংশ পত্ৰ ।

ADVERTISEMENT

ইতিমধ্যে চশমা যোৰৰ মূল্য ছহেজাৰ পাউণ্ডলৈ উঠিছে।উল্লেখ্য যে ২১ আগষ্ট নিলামৰ অন্তিম দিন ।অন্তিম দিন পৰ্যন্ত চশমা যোৰৰ দাম উঠিব পাৰে ১০ হেজাৰৰো পৰা ১৫ হেজাৰ পাউণ্ডলৈ।অৰ্থাৎ ভাৰতীয় মুদ্ৰাত হ’ব ন লাখ ৮০ হেজাৰৰ পৰা ১৪ লাখ ৬৮ হেজাৰ টকা ।ভাৰতৰ পৰাও কে’বাজনো ক্রেতাই চশমাযোৰ ক্ৰয় কৰাৰ ইচ্ছাৰে নিলামত অংশ লৈছে ।

দক্ষিণ-পশ্চিম ইংলেণ্ডৰ হেনহেমৰ ইষ্ট ব্ৰিষ্টল অক্সনছৰ তৰফৰ পৰা কালি জনোৱা হয় যে গান্ধীৰ এই চশমাযোৰ লাভ কৰি তেওঁলোক অতিশয় আচৰিত হৈ পৰিছিল।কোনো অজ্ঞাত লোকে অক্সন হাউছৰ লেটাৰবক্সত খামৰ ভিতৰত ভৰাই চশমাযোৰ থৈ গৈছিল।প্ৰথমে বুজিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত চশমাযোৰৰ ঐতিহাসিক গুৰুত্ব উপলব্ধি কৰিব পাৰি অক্সন হাউছৰ কৰ্তৃপক্ষ অবাক হৈ পৰে।

প্ৰাপ্ত তথ্য অনুসৰি ইংলেণ্ডৰ এজন প্ৰবীণ লোকৰ পৰা তেওঁলোকে চশমাযোৰ লাভ কৰিছিল।লোকজনৰ পিতৃয়ে জনাইছিল যে এই চশমা যোৰ তেওঁৰ খুড়াকে ১৯১০ ৰ পৰা ১৯৩০ ৰ ভিতৰত দক্ষিণ আফ্ৰিকাত ব্ৰিটিছ পেট্ৰ’লিয়ামৰ হৈ কাম কৰি থকাৰ সময়ত উপহাৰ স্বৰূপে লাভ কৰিছিল।

আচলতে মহাত্মা গান্ধীয়ে প্ৰায়ে নিজৰ পুৰণি তথা অপ্ৰয়োজনীয় চশমা লোকক দান কৰিছিল ।যিসকলৰ সেই চশমাৰ প্ৰয়োজনীয় আছিল ,কোনো নহয় কোনো সময়ত তেওঁ গান্ধীক কিবা প্ৰকাৰে সহায় কৰিছিল।সেইদৰেই হয়তো মহাত্মাই চশমাযোৰ লোকজনক উপহাৰ দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BritainMahatma Gandhi
publisher

publisher

Related Posts

Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d