Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

এক কোটি ৭৬ লাখ টকাত বিক্রী হ’ল মহাত্মা গান্ধীৰ তৈলচিত্ৰ

publisher by publisher
July 17, 2025
in International, News
Reading Time: 1 min read
0
এক কোটি ৭৬ লাখ টকাত বিক্রী হ’ল মহাত্মা গান্ধীৰ তৈলচিত্ৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Who knows Gandhiji? গান্ধীজীক কোনে জানে !

Mahatma Gandhi : নিলামত উঠিব গান্ধীৰ স্মৃতি-বিজড়িত চশমা-খৰম

 চৰ খাই ইখন গাল পাতি দিয়াক ভিক্ষা বুলিয়ে কয় :এইবাৰ গান্ধীক কটাক্ষ কংগনাৰ

Mahatma Gandhi portrait:✒️জাতিৰ পিতা মহাত্মা গান্ধীয়ে গোটেই জীৱন কালত এবাৰেই নিজৰ প্ৰতিচ্ছবি অংকন কৰোৱায়। ১৯৩১৩ ব্রিটিছ-আমেৰিকান মহিলা চিত্রশিল্পী ক্লেয়াৰ লিটনৰ সন্মুখত ছবি আঁকাৰ বাবে থিয় দিয়ে।

ADVERTISEMENT

মহিলা চিত্রশিল্পীগৰাকীয়ে অংকন কৰা গান্ধীৰ এই তৈল চিত্ৰ শেহতীয়াভাৱে নিলাম হ’ল। ব্রিটেইনৰ বিখ্যাত সংস্থা বনহামছে অনলাইন মাধ্যমত গান্ধীৰ এই চিত্র নিলাম কৰে। চিত্ৰখন এক লাখ ৫২ হেজাৰ আঠশ পাউণ্ড অর্থাৎ ভাৰতীয় মুদ্রাত এক কোটি ৭৬ লাখ টকাত বিক্রী হয়।

লক্ষ্যণীয়ভাৱে প্রথম অৱস্থাত চিত্ৰখন ৫০ হেজাৰৰ পৰা ৭০ হেজাৰ পাউণ্ড অর্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৫৮ লাখ টকাৰ পৰা ৮০ লাখ টকাত বিক্রী হ’ব বুলি বনহামছে ঘোষণা কৰিছিল; কিন্তু বাস্তৱত ছবিখন ভবাতকৈ দুগুণ অধিক মূল্যত বিক্রী হয়।

সূত্রই প্ৰকাশ কৰা অনুসৰি, ১৯৩১ত লণ্ডন ভ্ৰমণৰত অৱস্থাত সাংবাদিক হেনৰী ন’ৱেল ব্রেলছফ’ৰ্ডৰ মাধ্যমত চিত্রশিল্পী লিটনৰ স’তে গান্ধীৰ সাক্ষাৎ ঘটে। নিলাম সংস্থাৰ মতে, গান্ধীয়ে গোটেই জীৱনত একমাত্র তেতিয়াই নিজৰ প্ৰতিকৃতি অংকনৰ বাবে চিত্রশিল্পীৰ সন্মুখত থিয় দিয়ে।

সেই সূত্রে লিটনে তেওঁৰ এই চিত্র অংকন কৰে। এই সম্পৰ্কত এক বিবৃতিত বনহামছ সংস্থাই কয়, ‘গান্ধীক সাক্ষাৎ কৰাৰ সুযোগ এইগৰাকী শিল্পীয়ে একাধিকবাৰ পাইছিল। সেই সূত্রে তেওঁ চিত্রখন অংকন কৰে।’

উল্লেখ্য যে ১৯৩১ত লণ্ডনৰ ছেকভিল স্ট্রীটৰ আলবানী প্রদর্শনী গৃহত গান্ধীৰ এই তৈল চিত্ৰ সাধাৰণ লোকে দৰ্শন কৰাৰ সুযোগ পায়। অৱশ্যে তেতিয়া তাত গান্ধী উপস্থিত নাছিল। পৰৱৰ্তী সময়ত গান্ধীৰ ব্যক্তিগত সচিব মহাদেৱ দেশায়ে চিত্রশিল্পী লিটনলৈ এক পত্র লিখে।

সেই পত্ৰৰ প্ৰতিলিপিও নিলাম সংস্থাই প্রামাণ্য নথিৰূপে প্রকাশ কৰিছে। পত্ৰখনত দেশায়ে লিখে, ‘ছবিখন কেনে হৈছে, আমি দেখাৰ সুযোগ পোৱা নাই; কিন্তু বন্ধুবর্গই ছবিখন ভাল হোৱা বুলি কৈছে।’ আনহাতে, চিত্রশিল্পী লিটনৰ পৰিয়ালৰ লোকে জনোৱা মতে,১৯৭৪ত গান্ধীৰ এই ছবি বষ্টনৰ এক প্রদর্শনীত ৰখা হয়।

তেতিয়া আৰএছএছৰ এজন সমর্থকে ছবিখন ছুৰীৰে আঘাত কৰে। অৱশ্যে সেই ঘটনাৰ কোনো প্রমাণ পোহৰলৈ নাহিল। তাৰ পাছৰে পৰা একাধিকবাৰ ছবিখনৰ যতন লোৱা হয়।

ইয়াৰ প্রমাণ ছবিখনৰ ফ্ৰেমৰ পাছফালে পোৱা যায়। উল্লেখ্য যে ১৯৮৯৩ চিত্রশিল্পী লিটনৰ বিয়োগ ঘটে। তাৰ পাছৰে পৰা তেওঁৰ পৰিয়ালৰ সংগ্ৰহত গান্ধীৰ তৈলচিত্রখন আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mahatma GandhiMahatma Gandhi portraitOil Painting
publisher

publisher

Related Posts

Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ
Assam

September 14, 2026
Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d