Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বন্ধ আদালতত ন্যায় বঞ্চিত জনতা

publisher by publisher
August 13, 2020
in Assam, News
Reading Time: 1 min read
0
বন্দী শিবিৰত দুবছৰ অতিবাহিত  কৰা বিদেশীক জামিনত মুকলিৰ নিৰ্দেশ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যৰ সকলোবোৰ আদালতত পূৰ্বৰ পৰম্পৰাৰে নিয়মীয়া কাম কাজ প্ৰৱৰ্তন কৰা আৰু উকীল সন্থাৰ কাৰ্যালয় তথা পুথিভঁৰালসমূহ খোলাৰ দাবীত ৰাজ্যৰ প্ৰতিখন আদালতৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব অধিবক্তা সমাজে ৷ এক সংবাদমেল এই কথা সদৰী কৰি উত্তৰ পূৰ্বাঞ্চল বাৰ কাউন্সিলৰ অধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে অতিমাৰী কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অব্যাহত থকা তলাবন্ধৰ ক্ষেত্ৰত থকা নীতি-নিৰ্দেশনাসমূহ ইতিমধ্যে শিথিল কৰিছে ৰাজ্য প্ৰশাসনে ।

ADVERTISEMENT

ইয়াৰ আধাৰতে ৰাজ্য চৰকাৰৰ মূৰব্বী বিভাগসমূহকে ধৰি সঞ্চালকালয় তথা চৰকাৰী কাৰ্যালয়সমূহত এশ শতাংশই বিষয়া কৰ্মচাৰী উপস্থিতিৰে কাম কাজ আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । কিন্তু আশ্চৰ্যকৰভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যৰ অন্যান্য প্ৰান্তত থকা আদালতসমূহৰ সকলো ধৰণৰ কাম কাজ বন্ধ ৰাখিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাই । ফলত সুদীৰ্ঘ পাঁচমাহ ধৰি প্ৰাপ্য ন্যায়ৰ পৰা বঞ্চিত হৈছে ভুক্তভোগী জনতা ৷

লগতে উকীল সন্থাৰ কাৰ্যালয় তথা পুঁথিভৰালসমূহ বন্ধ ৰখাৰ বাবে অধিবক্তাসকলৰ বিদ্যায়তনিক পৰিবেশো বিনষ্ট হৈছে । তদুপৰি আৰ্থিক সংকটৰ সন্মুখীন হৈছে বহু অধিবক্তা । তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও সুফল পোৱা নাই । ইয়াৰ লগতে সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন আদালতৰ সন্মুখত আজি পুৱা ১১.৩০ৰ পৰা ধৰ্না কাৰ্যসূচী কৰা হ’ব। ইফালে সূদীৰ্ঘ পাঁচমাহ ধৰি আদালতৰ কাম কাজ বন্ধ থকাৰ কাৰণে নিষ্পত্তি কৰা গোচৰৰ ক্ষতিপূৰণো আজি পৰ্যন্ত ভূক্তভোগীয়ে লাভ কৰা নাই বুলি মন্তব্য কৰে অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাসে ।

লগতে আদালতৰ কাম কাজ যদি নিয়মীয়া নহয় তেন্তে অনাগত দিনত আদালতৰ বোজাও বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি আদালতৰ কাম কাজ বন্ধ ৰাখি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অধিবক্তা সমাজৰ বৃত্তিগত অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি দাসে কয় যে আদালতৰ ৮০ শতাংশ কাম কাজ নিম্ন আদালতৰ ওপৰত ন্যস্ত থাকে।

কেৱল জামিন সম্পৰ্কীয় তথা আদি জৰুৰী গোচৰসমূহে ভাৰ্চুৱেল কোৰ্টৰ জৰিয়তে নিষ্পত্তি নিৰ্দেশ দিয়া হৈছে ৷ অথচ এই ব্যৱস্থাটো আসোঁৱাহপূৰ্ণ৷গতিকে এনেবোৰ বহু কাৰণতে আজি সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও তেওঁ কয় ।  এই সংবাদমেলত বহু বিষয়বীয়া উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19GUWAHATI HIGH COURT
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d