Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অৱসৰৰ পিছত ভাৰতীয় সেনাবাহিনীৰ স’তে সময় কটোৱাৰ পৰিকল্পনা কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে

publisher by publisher
August 17, 2020
in India, News, Sports
Reading Time: 1 min read
0
অৱসৰৰ পিছত ভাৰতীয় সেনাবাহিনীৰ স’তে সময় কটোৱাৰ পৰিকল্পনা কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

১৫ আগষ্টৰ দিনা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল’লে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ সম্প্ৰতি অৱসৰৰ সময়ছোৱা ভাৰতীয় সেনাবাহিনীৰ স’তে কটোৱাৰ পৰিকল্পনা কৰিছে ধোনীয়ে ৷ এই কথা সদৰী কৰিছে ধোনীৰ প্ৰিয় বন্ধুসকলৰ অন্যতম অৰুণ পাণ্ডেই ।

ADVERTISEMENT

এক সাক্ষাৎকাৰত অৰুণ পাণ্ডেয় কয় “মই জানিছিলো যে ধোনীয়ে অৱসৰৰ কথা ঘোষণা কৰিব ৷ কিন্তু এই ঘোষণা যে স্বাধীনতা দিৱসৰ দিনাই কৰিব সেই বিষয়ে মই জ্ঞাত নাছিলো । ধোনীয়ে আইপিএলৰ কাৰণে প্ৰস্তুতি কৰিছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে এইয়া বাতিল হ’ল । তাৰ পিছত পুনৰ টি ২০ বাতিল হ’ল। ধোনী মানসিকভাৱে সকলো চিন্তা চৰ্চা কৰি এই সিদ্ধান্ত লৈছে ৷” আৰু ১৫ আগষ্ট অৰ্থাৎ ভাৰতীয় সেনা বাহিনীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। গতিকে অৱসৰৰ কাৰণে এই দিনটোকে গুৰুত্বপূৰ্ণ বুলি ভাবিলে ধোনীয়ে।

ইফালে ভাৰতীয় সেনাবাহিনীৰ সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদত আছিল মহেন্দ্ৰ সিং ধোনী ৷ ২০১৯ ত বিশ্বকাপৰ চেমীফাইনেলত পৰাজয় বৰণ কৰাৰ পিচত এমাহতকৈ অধিক সময় ভাৰতীয় সেনাৰ পেৰাচ্যুট ৰেজিমেণ্টত প্ৰশিক্ষণ লৈছিল ধোনীয়ে ৷ গতিকে ধোনীয়ে এতিয়া নিজৰ বানিজ্যিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিব নে ভাৰতীয় সেনা বাহিনীৰ স’তে সময় কটাব সেয়া স্পষ্ট ৰূপত জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ১৫ আগষ্টত মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই ভাৰতীয় দলৰ অন্যান্য ক্ৰিকেটাৰসকলৰ লগতে মাহীৰ অনুৰাগীসকল ভাগি পৰিছিল । ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক উদ্দেশ্যি কৰি ধোনীয়ে সদৰী কৰিছিল “মৰম আৰু প্ৰেৰণাৰ কাৰণে ধন্যবাদ ৷ এতিয়া মোক প্ৰাক্তন বুলি ভাবি লওক ।”

ইফালে মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ লোৱাৰ এঘন্টাৰ পিছতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় সুৰেশ ৰাইনাই । ৰেইনাই কয় “মাহী আপোনাৰ লগত খেলা প্ৰত্যেকটো মুহুৰ্ত বিশেষ ৷ আগলৈও আপোনাৰ লগতে আগবাঢ়ি যাব বিচাৰো ৷ দুজনকৈ মৰমৰ ক্ৰিকেটাৰে একেদিনাই অৱসৰ লোৱা ঘটনাই চুই গৈছে ক্ৰিকেট প্ৰেমীৰ হৃদয় ৷

উল্লেখযোগ্য যে একেসময়তে দুজনকৈ ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰা পিছতে ভাৰতৰ লগতে পাকিস্তানৰ দৰ্শক তথা ক্ৰিকেটৰ লগত জৰিয়ত লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ১৯৯৬ ৰ পৰা ২০০৪ চনলৈ ধোনীৰ কোচ হিচাপে থকা চঞ্চল ভট্টাচাৰ্যই কয় যে মই ধোনীক ২০২১ ৰ টী ২০ খেলা চাব বিচাৰিছিলো । তেওঁৰ টি ২০ ত অৱদান অপৰিসীম ৷ কিন্তু ধোনীৰ অনুভৱ হ’ল যে অৱসৰ লোৱাটোৱেই তেওঁৰ কাৰণে উত্তম হ’ব সেয়ে তেওঁ এই সিদ্ধান্ত ল’লে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaMahendra Singh Dhoni
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d