Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱৰ অবৈধ বালি মহলৰ পৰা নিতৌ ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ

publisher by publisher
August 19, 2020
in Assam, News
Reading Time: 1 min read
0
নগাঁৱৰ অবৈধ বালি মহলৰ পৰা নিতৌ ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

নগাঁও জিলা বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ একাংশ লোকে জিলা খনৰ কামপুৰ, চাপৰমুখ, ৰহা, আঁহতগুৰিত কপিলী আৰু নিশাৰী নৈত অবৈধ বালিৰ মহল চলাই থকা পৰিলক্ষিত হৈছে । জিলা খনৰ কামপুৰত তিনিটা, চাপৰমুখত দুটা, লাওপানীত দুটা, আহঁতগুৰিত দুটা, ভেলেউগুৰি আৰু চাংমাঝিত এটাকৈ অবৈধ বালি মহল চলাই থকাৰ অভিযোগ উঠিছে ।

ADVERTISEMENT

স্মৰ্তব্য যে, এই অবৈধ বালিৰ মহলসমূহ নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কামপুৰ আৰু কঠিয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন অঞ্চলত চলাই থকা হৈছে । একাংশ লোকে বালিৰ মহল যি স্থানত আবন্টন লাভ কৰিছে সেই স্থানৰ উপৰিও আন স্থানতো অবৈধ বালিৰ মহল স্থাপন কৰি নিতৌ ট্ৰাকে ট্ৰাকে বালি বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে । তাৰোপৰি, এখন চালানকে ব্যৱহাৰ কৰি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰা, জোখতকৈ বহু বেছি পৰিমাণৰ বালি সৰবৰাহ কৰা ঘটনাও অবৈধ ভাৱে সংঘটিত হৈ আছে । কিন্তু এই সকলোবোৰ দেখিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কামপুৰ, ধৰমতুল আৰু কঠিয়াতলী বনাঞ্চলিক বিষয়া আৰু অধীনষ্ঠ বিষয়াসকলে।

জিলা খনৰ একাধিক নৈত কে’বাটাও অবৈধ বালি মহল চলি থকাৰ সন্দৰ্ভত ৰাইজৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী কিছু কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে । তেওঁৰ নিৰ্দেশত নগাঁও সদৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন বিভাগৰ অভিযানকাৰী দলে বিভিন্ন সময়ত অভিযান চলাই নগাঁও চহৰ আৰু কেতবোৰ অঞ্চলত কে’বাখনো অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিছে ।

IMG 20200819 WA0006 IMG 20200819 WA0013

আজিও পুৱতি নিশা নগাঁৱৰ বন বিভাগৰ লোকে এক অভিযান চলাই তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে, জিলাখনৰ কামপুৰৰ পৰা তিনিখনকৈ ট্ৰাকে অবৈধভাৱে বালি কঢ়িয়াই লৈ নগাঁও চহৰৰ দিশে আহি থকাৰ খবৰ বন বিভাগৰ লোকে গোপন সূত্ৰে লাভ কৰি চহৰ খনৰ মৰিকলঙৰ সমীপত অভিযান চলাই এ এছ ২১ – ৮১২৬, এ এছ ০৯ এচি ৭৫৬৩, এএছ ০৯ এচি ২৩৩৭ নম্বৰৰ ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ।

বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে উক্ত জব্দ কৰা ট্ৰাক কেইখনৰ বন বিভাগৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নাই । এই ট্ৰাক কেইখনে দীৰ্ঘদিন ধৰি বন বিভাগৰ লোকক চকুত ধূলি দি অবৈধভাৱে নগাঁৱৰ বিভিন্ন ঠাইলৈ বালি সৰবৰাহ কৰি আহিছিল । বন বিভাগে জব্দ কৰা বালিৰ পৰিমাণ প্ৰায় ১৮ চি এম হ’ব বুলিও বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaon
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d