Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

publisher by publisher
August 27, 2020
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

  • মুকলিৰ দুদিনপিছতেই গুৱহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰপ’ৱে কাৰিকৰী বিজুতিৰ বাবে বিকল হৈ পৰিল । সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি হৈছিল ৰপ’ৱে সেৱা । ইতিমধ্যে ৰপ’ৱে মেৰামতি কৰাৰ বাবে তৎপৰ হৈছে যদিও কে’বাটাও দিনলৈ ৰপ’ৱে বিকল হৈ থকাৰ সম্ভাৱনাই অধিক হৈ পৰিছে ।
  • অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা তদন্তত জড়িত হৈ পৰিল ড্ৰাগছৰ প্ৰসংগ । কাৰণ অভিনেতাজনৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ আসক্ত বুলি তথ্য পোৱা গৈছে ৷ ৰিয়াৰ whatsappt হোৱা কথা বতৰা এখন তালিকা সংবাদমাধ্যমত প্ৰকাশ পাইছে ৷ এই তালিকাত থকা অনুসৰি ৰিয়াই গৌৰৱ নাম এজন ব্যক্তিৰ পৰা ড্ৰাগছৰ সন্দৰ্ভত মত বিনিময় কৰিছিল।
  • বিধানসভাৰ চৌহদত প্ৰৱেশৰ পূৰ্বে ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী-বিধায়কে ৷ আনহাতে ৰেপিড টেষ্ট কৰিব লাগিব বিষয়া-কৰ্মচাৰী আৰু সাংবাদিকসকলেও ৷ এই মন্তব্য বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই ৷ উল্লেখ্য যে অহা ৩১ আগষ্টৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ’ব ।
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ বাবে জিএমচিএইচত এখন কমিটী গঠন কৰি দিয়া হৈছে । ডাঃ যোগেশ শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছে এই কমিটীখন । আৰু এই কমিটীখনে প্ৰতি পল দৃষ্টি ৰাখিব তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত । টুইটাৰ যোগে এই কথা জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
  • লোকসকলৰ অসুবিধাৰ কথা পাহৰি কেৱল ব্যৱসায়ৰ কথা ভাবিলে নহ’ব ৷ দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ ওপৰতো চকু দিয়ক । তলাবন্ধৰ মাজতে বেচৰকাৰী বেংকে স্থগিত EMI লোৱা প্ৰসংগক লৈ কেন্দ্ৰলৈ ধমক দিলে উচ্চতম ন্যায়ালয়ে।
  • ২৭ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন ৷ কিন্তু সেই অধিবেশনৰ বৈধতাক লৈ অগপৰে একাংশ নেতাই আদালতৰ কাষ চপাত সেই অধিবেশনত স্থগিতাদেশ জাৰি কৰিলে কামৰূপ মহানগৰ দেৱানী আদালতে । ইয়াৰ পাছতেই অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ এই অধিবেশনক লৈ অনিশ্চিয়তাৰ সৃষ্টি হয় ।
  • ৰাজ্যত পুনৰ ২১৭৯ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে । ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৩১, ডিব্ৰুগড়ৰ ১৫২, কাছাৰৰ ১৩৬, যোৰহাটৰ ১৩৪ আৰু কামৰূপৰ ১২২গৰাকী ব্যক্তি ৷ আনহাতে নতুনকৈ পজিটিভসকলক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৬,৭৭১লৈ বৃদ্ধি পাইছে ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamindiaRopewaySushant Singh Rajput
publisher

publisher

Related Posts

জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়
Assam

September 17, 2026
Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা
International

সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d