Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সুধাকণ্ঠ ভূপেন দাৰ জন্মদিন বিশেষ

publisher by publisher
September 7, 2020
in Assam, News
Reading Time: 1 min read
0
সুধাকণ্ঠ ভূপেন দাৰ জন্মদিন বিশেষ
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত প্রধানমন্ত্রী মোদী

বিশ্বকণ্ঠৰ সুৰেৰে মুখৰিত কেওদিশ 

সুধাকণ্ঠক আৱিষ্কাৰ কৰিবলৈ আৰু বহু বাকী আছে! অনুভৱ পুত্ৰ তেজ হাজৰিকাৰ

সুধাকণ্ঠৰ মৰমৰ চোতালখনতে থকা বগীজামুজুপিৰ তলখনত আজি মাথো হুমুনিয়াহ৷ শুনিবলৈ বেয়া হ’লেও সত্য যে, একপ্ৰকাৰ মৰিশালিলৈ পৰ্যবেসিত হৈছে বিশ্ব বন্দিত প্ৰয়াত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলিয়াবৰৰ পূব প্ৰান্তৰ মনোৰম কুঠৰীৰ ১৯৬৭তে সাজি উলিওৱা মৰমৰ বাসগৃহটো৷ ঘাঁহ বনেৰে ভৰি পৰিছে একালত এই বাসগৃহৰ চোতালতে থকা ভূপেন দাৰ মৰমৰ বগীজামুজুপিৰ তলখন৷

ADVERTISEMENT

আজি ৮ ছেপ্তেম্বৰত সুধাকণ্ঠৰ ৯৪তম্ জন্মদিৱস৷ এই জন্মদিৱসৰ প্ৰাক্ ক্ষণত আকৌ এবাৰ চৰ্চালৈ আহিছে সুধাকণ্ঠৰ একালৰ প্ৰানবন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ লগতে চোতালৰ বগীজামুজোপাৰ কথা৷ উল্লেখ্য যে এইজোপা বগীজামুৰ তলতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহুকেইটা কালজয়ী গীতৰ৷ আজি জামুজোপাৰ তলখনৰ লগতে ঘৰটোৰো অৱস্থা তথৈবচ৷ ’মন প্ৰজাপতি’ কথাছবিৰ একালৰ শ্বুটিং স্থলী এই বাসগৃহটোৰ মজিয়াত বৰ্তমান কাঠফুলাৰ পয়োভৰ৷

এজাক সামান্য বৰষুণতে ছালৰ ভিতৰত সৰি পৰিছে বৰষুণৰ টোপাল৷ সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বৰ্তমানে ভগ্নাৱশেষৰ ৰূপতহে আছে৷ দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতেই উৱলি গৈছে৷ যেন এক ভুত বাংলালৈহে পৰিণত হৈছে সুধাকণ্ঠৰ একালৰ প্ৰাণবন্ত ঘৰখন৷ উল্লেখ্য যে, কাৰ্বিপাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্ত্বাৱধানত নিৰ্মাণ কৰোৱাইছিল ঘৰটো৷ ঘৰটোৰ চৌহদত পাছফালেই আছে এটা প্ৰানচঞ্চল নিজৰা৷ ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ৷

১৯৭৪ চনৰেপৰা ঘৰটোৰ তত্ত্বাৱধানত থকা সুৰেণ নেওগে আজি ক্ষোভেৰে ক’লে- ’ ভূপেনদাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন আজি শেষ হৈ গ’ল৷কোনেও নাচালে, কোনেও নাভাবিলে৷ চৰকাৰে নোৱাৰিলে ৰাইজক দিয়ক, ৰাইজে বুকুত জীয়াই ৰাখিব সুধাকণ্ঠক৷’ চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে মাজুলীত হোৱা অধিবেশনৰ বিশেষ প্ৰস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও আজিকোপতি নহ’ল কোনো ব্যৱস্থা৷ ইয়াৰ ফলশ্ৰুতিতে আজি প্ৰয়াত সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিনৰ দিনাও উকা হৈ পৰি ৰৈছে বাসগৃহ। সুধাকণ্ঠৰ মৰমৰ বাসগৃহ কলিয়াবৰৰ কুঠৰীত বিপৰীত ছবিৰে হৈ ৰৈছে মৰিশালিৰ নিস্তব্ধতা৷ এক নিমাও মাও পৰিবেশ৷ ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকণ্ঠক স্মৰণ কৰাৰ ।

এসময়ৰ ভূপেন হাজৰিকাৰ সহকৰ্মী, কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেন নেওগে বন্তি প্ৰজ্বলন, পুষ্পঞ্জলি দি শ্ৰদ্ধাঞ্জলি জনাই সুধাকন্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনোৱাৰ প্ৰস্তুতি চলাইছে। নিজৰ মা-দেউতাকো একপ্ৰকাৰ এৰি আহি ভুপেন হাজৰিকাৰ সান্নিধ্যতে জীৱনৰ আধা বয়স পাৰ কৰা ৬৭ বছৰীয়া সুৰেণ নেওগে প্ৰকাশ কৰা মতে, ১৪ বিঘা ভূমিত পৰিবেষ্টিত সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ৷ একালত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ থলী আছিল এই ঘৰখন৷ কিন্তু আজি এই চৌহদত যেন মৰিশালিৰ নিস্তব্ধতা৷ এই লৈ এতিয়া ক্ষোভ সুধাকণ্ঠপ্ৰেমীৰ মাজত৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupen Hazarika
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d