Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত প্রধানমন্ত্রী মোদী

গীতত ভাৰতৰ সপোন ৰচিছিল সুধাকণ্ঠই

publisher by publisher
September 14, 2025
in News, Assam
Reading Time: 1 min read
0
ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত প্রধানমন্ত্রী মোদী
1
SHARES
9
VIEWS
ShareShareShareShare

Bhupen Hazarika:✒️ম’বাইল ফোনৰ ফ্লেশ্ব লাইটৰ পোহৰত, সহস্রাধিক শিল্পীয়ে আৱেগবিহ্বল কণ্ঠৰে গণশিল্পী পল ৰবছনৰ সান্নিধ্যৰে জাতি-ধর্ম-বর্ণ বিহীন সমাজৰ কথা কোৱা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘আমি একেখন নাৱৰে যাত্রী’ (উই আৰ ইন দ্য ছেম ব’ট-ব্রাদাৰ) গোৱাৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও উপস্থিত হেজাৰ হেজাৰ দৰ্শকৰ স’তে আঙুলিৰে মিলালে ছন্দ। অসাধাৰণ শিল্পীগৰাকীৰ বাছকবনীয়া গীতৰ সমবেত কণ্ঠৰে জন্ম শতবার্ষিকীত আগবঢ়োৱা মহাৰ্য্যৰ এক অনির্বচনীয় মুহূর্ততে প্রধানমন্ত্রী মোদীয়ে ক’লে, ‘ভাৰতৰ একতা আৰু অখণ্ডতাৰ মহানায়ক ভূপেনদা।’

ADVERTISEMENT

মোদীৰ ভাষণৰ মাজে মাজে সুধাকণ্ঠৰ গীত-ব্যাখ্যা

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

ভাৰতৰত্ন ড° হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা উদ্যাপনৰ মূল অনুষ্ঠানত অংশগ্রহণ কৰি দিয়া ভাষণত কালি প্রধানমন্ত্রী মোদীয়ে আৰম্ভণিতে কয়, ‘মই ক’ম ভূপেনদা, আপোনালোকে ক’ব অমৰ হওঁক।’ ভূপেনদা অমৰ হওঁক এই ধ্বনিৰে ভৰি পৰিল খানাপাৰাত অস্থায়ীভারে নির্মিত বর্ণাঢ্য প্রেক্ষাগৃহ। সুধাকণ্ঠৰ পুত্র তেজ হাজৰিকা, বোৱাৰী-নাতি, ভ্রাতৃ সমৰ হাজৰিকা, ভগ্নী সুদক্ষিণা হাজৰিকা, কবিতা হাজৰিকাকে ধৰি পৰিয়ালৰ লোকসকল, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, বিশাল প্রেক্ষাগৃহত উপস্থিত কে’বা সহস্রাধিকক সম্বোধি দিয়া ভাষণত মোদীয়ে কয় যে আজিৰ এই মুহূর্ত অমূল্য।

তেওঁ কয়, ‘আজি মই যি দৃশ্য দেখিলো, যি উৎসাহ আৰু সমন্বয় দেখিলো, ভূপেন্দ্র সংগীতৰ যি লয় দেখিলো, মই যদি ভূপেনদাৰ শব্দবে কওঁ, তেতিয়া মনলৈ বাৰে বাৰে এই কথাই আহিছে- এই সময়, ধীৰে ধীৰে যোৱা। এনেকুৱা লাগিছে যেন ভূপেন্দ্র সংগীতৰ এই লহৰ এইদৰেই সর্বত্র প্রবাহিত হওঁক।’ তেওঁ কয় যে অসমৰ পৰিৱেশেই এনেকুৱা যে এনে সকলো আয়োজনে নতুন অভিলেখৰ সৃষ্টি কৰে। আজিৰ প্রদর্শনবো মোদীয়ে প্রশংসা কৰে।

তেওঁ কয় যে যোৱা আঠ ছেপ্টেম্বৰত হাজৰিকাৰ জন্ম দিৱসত এটি লিখনীত তেওঁ নিজস্ব অনুভৱ ব্যক্ত কৰিছে। তেওঁ কয়, ‘ভূপেনদাক আমি সকলোৱে মৰমতে সুধাকণ্ঠ বুলি কওঁ। এইজন সুধাকণ্ঠৰে জন্মশতবর্ষ যিজনে ভাৰতৰ অনুভৱক কণ্ঠ দিছিল, যিজনে সংগীতক সংবেদনশীলতাৰ স’তে সংযোজিত কৰিছিল, যিজনে সংগীতৰে ভাৰতৰ সপোন সজাইছিল আৰু কৈছিল, ‘গংগা কিয় প্রবাহিত হৈছা।’ তেওঁ কয় যে ভূপেনদাৰ অমৰ সৃষ্টিয়ে তেওঁৰ কণ্ঠই ভাৰতক একত্রিত কৰিছে, প্ৰজন্মৰ পাছত প্রজন্মলৈ ভাৰতীয়ক জোঁকাৰি গৈছে।

মোদীয়ে কয়, ‘ভূপেনদা শাৰীৰিকভাবে আমাৰ মাজত নাই। কিন্তু তেওঁৰ গীত, তেওঁৰ সুৰ আজিও ভাৰতৰ বিকাশ যাত্ৰাৰ সাক্ষী, এই যাত্রাত দিছে শক্তি। আমি ভূপেন হাজৰিকাৰ গীত, তেওঁৰ বাৰ্তাক ঘৰে ঘৰে লৈ গৈছো।’ আজীবন সংগীতৰ সেৱক আছিল মোদীয়ে কয় যে ভুপেন হাজৰিকাই আজীৱন সংগীতৰ সেৱা কৰিছিল। সংগীত যেতিয়া সাধনা হয়, তেতিয়া ই আমাক স্পর্শ কৰে আৰু সংগীত যেতিয়া সংকল্প হয় তেতিয়া ই সমাজৰ বাবে নতুন দিশ নির্ণয়ৰ মাধ্যম হৈ পৰে। তেওঁ কয় যে সেয়েহে ভূপেনদাৰ সংগীত স্বকীয়। তেওঁৰ জীৱনৰ আদৰ্শ, অনুভৱ গীতৰ জৰিয়তে প্রকাশ কৰিছে। এক ভাবত শ্রেষ্ঠ ভাৰতৰ অনুভৱৰে জীৱন নিৰ্বাহ কৰা বাবেই তেওঁৰ গীতত ভাৰত মাতৃৰ বাবে ইমান প্রেম নিগৰিছিল বুলিও প্রধানমন্ত্রীয়ে কয়।

তেওঁ কয়, ‘উত্তৰ-পূবত তেওঁৰ জন্ম হ’ল, ব্ৰহ্মপুত্ৰৰ লহৰে তেওঁক সংগীতৰ শিক্ষা দিলে। তেওঁ কাশীলৈ গৈ স্নাতক ডিগ্রী গ্রহণ কৰিলে আৰু পুনৰ ব্ৰহ্মপুত্ৰৰ লহৰৰ পৰা নিগৰিত ভূপেনদাৰ সংগীত সাধনা গংগাৰ বোঁৱতী পানীত সিদ্ধিলৈ ৰূপান্তৰিত হ’ল। কাশীৰ গতিশীলতাই তেওঁৰ জীৱনৰ এক অনাবিল প্রবাহ দিলে। তেওঁ হৈ পৰিল এজন যাযাবৰ যাত্রী আৰু ভ্ৰমণ কৰিলে সম্পূর্ণ ভাৰত।’

মোদীয়ে পুনৰ কয়, ‘তেওঁ আমেৰিকালৈ পিএইছডি কৰিবলৈ গ’ল, জীবনৰ প্রতিটো পলতে অসমভূমিৰ এজন সুপুত্রৰূপে তেওঁ জড়িত হৈ থাকিল আৰু সেয়েহে পুনৰ ভাৰতলৈ উভতি আহিল।’ মোদীয়ে কয় যে উভতি আহি তেওঁ ছবিৰ জৰিয়তে সাধাৰণ মানুহৰ কন্ঠ হৈ পৰিল, তেওঁলোকৰ জীৱনৰ বেদনাক সুৰ দিলে। তেওঁ কয়, ‘এই কণ্ঠই আজিও আমাক জোঁকাৰিছে। তেওঁৰ এই গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, আমাক গভীৰ প্ৰেৰণা দিয়ে। এই চিন্তাধাৰা গ্ৰহণ কৰি আজি ভাবতে গাঁও, দৰিদ্র, দলিত, বঞ্চিত, আদিবাসীৰ জীৱনৰ উন্নয়নৰ কামত ব্রতী হৈছে।’

ভাৰতৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক মোদীয়ে কয়, ‘ভূপেনদা ভাৰতৰ একতা আৰু অখণ্ডতাব মহান নায়ক। কে’বা দশক পূর্বে উত্তৰ-পূৰ্বাঞ্চল যেতিয়া অৱহেলাৰ বলি হৈছিল, উত্তৰ-পূবত হিংসা আৰু সন্ত্রাসবাদৰ জুইত দগ্ধ হ’বলৈ এৰি দিয়া হৈছিল, তেতিয়া সেই জটিল সময়ত ভূপেন হাজৰিকাই ভাৰতৰ একতাক কন্ঠ দিছিল। তেওঁ সমৃদ্ধ উত্তৰ-পূবৰ সপোন দেখিছিল। প্ৰকৃতিৰ অগাধ বদান্যতাৰে মোহময়ী উত্তৰ-পূর্বাঞ্চলৰ বাবে গীত ৰচনা কৰিছিল। অসমৰ বাবে তেওঁ গাইছিল- নানা জাতি, উপজাতি…।’ মোদীয়ে কয় যে অৰুণাচলৰ প্রতিও প্রেম আছিল ভূপেন হাজৰিকাৰ আৰু সেয়েহে আজি এই অনুষ্ঠানলৈ অৰুণাচলৰ মুখ্যমন্ত্রী।’ আহিছে

তেওঁ কয় যে এজন প্রকৃত দেশপ্রেমী আছিল ভূপেন হাজৰিকা। আজি উত্তৰ-পূৰ্বাঞ্চলক লৈ তেওঁৰ সপোন সার্থক কৰিবলৈ দিনে-বাতিয়ে কাম কৰি থকা বুলি প্রধানমন্ত্রীয়ে কয়। তেওঁৰ চৰকাৰে ভূপেনদাক ভাৰতৰত্ন প্রদান কৰি উত্তৰ-পূবৰ সপোন আৰু স্বাভিমানক সম্মান যাচিলে বুলিও কয় প্রধানমন্ত্রীয়ে। দেশৰ সবাতোকৈ দীঘল তথা অসম-অৰুণাচল সংযোগী দলঙৰ নাম ভূপেন হাজৰিকা দলং নাম ৰখা হৈছে।

তেওঁ কয় যে আজি অসম আৰু সমগ্ৰ উত্তৰ-পূব দ্রুতগতিত আগবাঢ়িছে। বিকাশৰ নতুন নতুন অভিলেখ গঢ়িছে। মোদীয়ে কয়, ‘অসমে, উত্তৰ-পূবে ভাৰতৰ সাংস্কৃতিক, বৈচিত্র্যত সদায়ে বৃহৎ যোগদান দিছে।’ এই অঞ্চলৰ ইতিহাস, উৎসব-পার্বণ, কলা-সংস্কৃতি, প্রাকৃতিক সৌন্দর্য, আধ্যাত্মিকতা আৰু দেশপ্ৰেমৰ বাবে ইয়াৰ মানুহে দিয়া বলিদান অবিহনে মহান ভাৰত নিৰ্মাণৰ কল্পনা কৰিব নোৱাৰি বুলি তেওঁ কয়। মোদীয়ে কয় যে দেশৰ একতাৰ বাবে সাংস্কৃতিক যোগাযোগৰ প্ৰয়োজন আছে। এই অভিযান অহৰহ অব্যাহত থাকিব। কিছুদিন পূর্বে বীৰ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জন্মজয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত উদ্যাপনৰ বিষয়েও প্রধানমন্ত্রীয়ে দোহাৰে। দেশৰ স্বাধীনতা আন্দোলনত অসম আৰু উত্তৰ-পূর্বাঞ্চলে দিয়া নজিৰবিহীন বলিদানৰ কথাও তেওঁ কয়। স্বাধীনতাৰ অমৃত মহোৎসৱত তেওঁৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ এইসকল সেনানী আৰু ইয়াৰ ইতিহাসক পুনৰ জীৱন্ত কৰিলে বুলি কয় প্রধানমন্ত্রীয়ে। তেওঁ কয় যে আজি সমগ্র দেশেই অসম আৰু ইয়াৰ ইতিহাসৰ স’তে পৰিচিত হৈছে।

অসমৰ অৱদানৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়, ‘যি পৰিস্থিতিয়ে নহওঁক কিয় অসমে সদায়ে আমাৰ দেশৰ স্বাভিমানক সুৰ দিছে। ভূপেনদাৰ গীততো আমি এই সুৰ শুনিবলৈ পাওঁ। ১৯৬২ৰ যুদ্ধ অসমে প্রত্যক্ষভারে দেখিছিল আৰু তেতিয়া ভূপেনদাই দেশৰ প্ৰতিজ্ঞাক শক্তিশালী কৰিছিল। তেওঁ সেই সময়ত গাইছিল- ক’ত জোৱানৰ মৃত্যু হ’ল’। প্রধানমন্ত্রীয়ে কয় যে এই অনুভৱ এই শক্তি আজি দেশবাসীৰ হৃদয়ৰ মাজত আছে। ‘অপাৰেছন সিন্দুৰ’ৰ সময়তো এই ছবি দেখিবলৈ পোৱা গৈছে। তেওঁ কয়, ‘পাকিস্তানৰ সন্ত্রাসবাদীক দেশে এনে উত্তৰ দিলে যে বিশ্বজুৰি ভাৰতৰ শক্তি প্রতিধ্বনিত হৈছে। আমি দেখুৱাই দিলো যে ভাৰতৰ শত্ৰু ক’তো সুৰক্ষিত নহয়।’

অসমৰ সংস্কৃতি অসাধাৰণ

অসমৰ সংস্কৃতিক অসাধাৰণ আখ্যা দিয়ে মোদীয়ে। একেদৰে ইয়াত অপৰিসীম সম্ভাৱনাৰ স্রোত আছে বুলিও তেওঁ কয়। অসমৰ পোছাক, খাদ্যাভ্যাস, ইয়াৰ সামগ্রী পর্যটন বিশ্বতে পৰিচয় দিয়াব লাগিব বুলি উল্লেখ কবি তেওঁ কয়, ‘আপোনালোকে জানে যে মই নিজেই গামোচাৰ ব্ৰেণ্ডিং কৰিব বিচাৰো।’

ভূপেনদাৰ পুনৰ প্রশংসাত গদগদ হৈ মোদীয়ে কয় যে সুধাকণ্ঠই সমগ্ৰ জীৱন দেশৰ লক্ষ্য প্রাপ্তিৰ বাবে সমরেত কৰিছিল। তেওঁ কয়, ‘আজি ভূপেনদাৰ জন্মশতবৰ্ষত আমি দেশৰ বাবে আত্মনিৰ্ভৰশীলতাৰ সংকল্প ল’ব লাগিব।’ তেওঁ কয়, ‘১৩ বছৰ বয়সতে গীত ৰচিছিল ভূপেনদাই-অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম। এই গীতৰে তেওঁ নিজকে অগ্নিৰ স্ফুলিংগ বুলি কৈছিল আৰু নতুন ভাৰত গঢ়াৰ সংকল্প লৈছিল। ভূপেনদাৰ সেই নতুন ভাৰতৰ সপোন আজি দেশৰ সংকল্প হৈছে।’ ২০৪৭ত বিকশিত ভাৰত নিৰ্মাণৰ প্ৰেৰণা ভূপেনদাৰ গীত আৰু জীৱনৰ পৰা ড০ হাজাৰকা শংকৰোত্তৰ যুগৰ শ্ৰেষ্ঠ অসমীয়া: মুখ্যমন্ত্রী

আজিৰ অনুষ্ঠানত প্রধানমন্ত্রীয়ে ড° হাজৰিকাৰ সোঁৱৰণত ৰিজার্ভবেংকে প্রস্তুত কৰা এটি মুদ্রা আৰু তেওঁৰ এখন জীৱনী গ্রন্থ মুকলি কৰে। এই অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রীয়ে কয় যে ড° হাজৰিকা আছিল শংকৰোত্তৰ যুগৰ শ্ৰেষ্ঠ অসমীয়া। অসমৰ জাতীয় জীৱনৰ এক আলোকময় ব্যক্তিত্ব। ড° হাজৰিকাৰ অতুল্য প্ৰভাৱৰ যুগজয়ী টৌ আজিও প্ৰজন্মৰ পৰা প্ৰজন্মলৈ স্পন্দিত হৈ আছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

চকুলো সমৰ হাজৰিকাৰ

ভ্রাতৃ সমৰ হাজৰিকাই ভাষণত কয়, ‘ভূপেনদা এনে এগৰাকী ব্যক্তি যি গুৰুজনাৰ আদৰ্শৰে অনুপ্রাণিত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা আক বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য পাই সংগীত জগতত খোজ পেলাইছিল। ন বছৰ বয়সতে তেজপুৰত থকা কালছোৱাত ভূপেন হাজৰিকাই লিখা কুসুম্বৰৰ পুত্র… শীর্ষক গীতৰ জবিয়তে তেওঁ গীতিকাৰ-সুৰকাৰৰূপে সংগীত জগতত খোজ পেলাইছিল। তাৰ পাছৰে পৰাই নিৰলস আৰু একান্ত সাধনাৰ জৰিয়তে তেওঁ নিজকে বিশ্ববিশ্রুত শিল্পী হিচাপে উদ্ভাসিত কৰি তোলে।’ পুনৰ কয়, ‘তেওঁ লিখিছিল অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম’। এই গীতৰ এটি কলিও গালে ভ্রাতৃ সমৰে। তাৰ পাছত তেওঁ কয়, ‘আজি মোৰ মনত পৰিছে দেউতা নীলকণ্ঠ হাজৰিকা আৰু মা শান্তিপ্রিয়া হাজৰিকালৈ।’ এইদৰে কৈ তেওঁ চকুলো টোকে আৰু উচুপি উঠি এক

মুহূৰ্তৰ বাবে বাকৰুদ্ধ হৈ পৰে। মই ভাষাহীন

আজি অনুষ্ঠানত উপস্থিত থকা নাতি ছেজ আকাশ হাজৰিকাই কয়, ‘ইয়ালৈ অহাৰ অনুভৱ সদায়ে অতি ভাল লগা। মোৰ পৰিয়ালৰ স’তে সময় কটোৱা, পুনৰ লগ পোৱাৰ, মোৰ ককাৰ ঐতিহ্যক সকলোৰে স’তে একেলগে উদ্যাপন কৰাৰ অনুভৱ সঁচাকৈ অনন্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhupen HazarikaNarendra Modi
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d