Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হাতেলিখা প্ৰশ্নৰে এদিন পূৰ্বে পৰীক্ষা

publisher by publisher
September 24, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
হাতেলিখা প্ৰশ্নৰে এদিন পূৰ্বে পৰীক্ষা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

পি কে দত্তৰ বাসগৃহ-হোটেলত তালাচী

ADVERTISEMENT

ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ লগতে সকলাে ধৰণৰ অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্বত নিয়ােজিত স্বয়ং আৰক্ষীৰ বৰঘৰতে সিন্ধি দিলে কোনে? অসম আৰক্ষীৰ উপ-পৰিদর্শক (এছ আই) পদত নিযুক্তিৰ বাবে দালাল চক্রই বিভিন্ন প্রার্থীৰ পৰা আগতীয়াকৈ লাখ লাখ টকা সংগ্রহ কৰাৰ সম্পৰ্কত মহানগৰ আৰক্ষীৰ অপৰাধ কোষত ভাৰতীয় দণ্ডবিধিৰ ১২০(খ) ৪১৮/৪২০ ধাৰাৰ অধীনত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ গোচৰৰ অনুসন্ধানত এই ভয়াৱহ তথ্য পােহৰলৈ আহিছে ।

অৱশ্যে প্রশ্নকাকতৰ মাফিয়াৰাজৰ নেতৃত্বত কোন আছে সেয়া বর্তমানেও স্পষ্ট হােৱা নাই যদিও অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’র্চ (এছ টি এফ)ৰ কৰ্মচাৰীসহ পুনৰ আঠজন অভিযুক্ত জালত পৰে। মহানগৰ আৰক্ষীৰ অপৰাধ কোষে মহানগৰীৰ নুনমাটি, গণেশগুৰি আৰু শুৱালকুছিত পৃথক অভিযান চলাই আটক কৰা দালাল চক্ৰটোৰ সদস্যসকল হৈছে ক্ৰমে এছ টি এফৰ কৰ্মচাৰী তথা নুনমাটি জ্যোতিনগৰ নিবাসী সঞ্জীৱ শৰ্মা, গণেশগুৰিৰ ‘থেংক ইউ’ লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শর্মা, অলকেশ বৈশ্য, প্ৰণৱ বৰা, বিমল থাপা, উক্ত লজৰ কৰ্মচাৰী অশােক দাস আৰু ধ্ৰুৱজ্যোতি দাস।

লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ অন্যতম প্রার্থী তথা শুৱালকুছিৰ বামুন্দী নিবাসী কুশল দাসক সােধপপাছৰ অন্তত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ইয়াৰ লগে লগে সংশ্লিষ্ট গােচৰত গ্রেপ্তাৰ হােৱা অভিযুক্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়। মহানগৰ আৰক্ষীৰ এক সূত্রই এই কথা সদৰী কৰে। অৱশ্যে এই কেলেংকাৰিত জড়িত ৰৌ-বলিসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা হ’ব, সেয়া এতিয়াই অনুমান কৰিব পৰা হােৱা নাই।

কিয় গ্রেপ্তাৰ হ’ল আঠ অভিযুক্ত ?

অসম আৰক্ষীত নিযুক্তিৰ নামত একাংশ প্রার্থী তথা অভিভাৱকৰে লেনদেনৰ অভিযােগত যােৱা ২১ ছেপ্টেম্বৰত মহানগৰ আৰক্ষীৰ জালত পৰে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুগনী ব্রহ্ম। ধৃত ব্ৰহ্মৰ ম’বাইলৰ কল লিষ্টৰ আধাৰতে অভিযান চলাই মহানগৰ আৰক্ষীৰ অপৰাধ কোষে যােৱা নিশা সােধপােছৰ বাবে বামুন্দীৰ পৰা কুশল দাসক আটক কৰে।

ওৰে নিশা চলােৱা জেৰাৰ সময়তে ধৃত কুশলে নিজকে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ অন্যতম প্রার্থী বুলি দাবী কৰে। লগতে ধৃত ব্ৰহ্মৰ পৰামৰ্শৰ ভিত্তিত অন্যান্য চাকৰি প্ৰাৰ্থীক আগতীয়াকৈ উপ-পৰিদৰ্শক (এছ আই) পদৰ পৰীক্ষাত বহাৰ সুযােগ দিয়াৰ নামত সংশ্লিষ্টসকলেৰে দৰ-দাম কৰাৰ কথাও জেৰাত স্বীকাৰ কৰে কুশলে।

কেৱল সেয়াই নহয়, নগদ ধনৰ বিনিময়ত সংশ্লিষ্ট বছা বছা প্রার্থীসকলক লৈ ধৃত ব্ৰহ্মকে ধৰি দালাল চক্ৰটোৰ আন সদস্যসকলে আগতীয়াকৈ উপ- পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে ধৃত কুশলে। কুশলৰ ভাষ্যৰ আধাৰতে অভিযান চলাই মহানগৰ আৰক্ষীয়ে গণেশগুৰিস্থিত থেংক ইউ লজৰ চাৰি স্বত্বাধিকাৰীৰ লগতে দুই কর্মচাৰীক সােধপােছৰ বাবে আটক কৰে।

লগতে ধৃত ব্ৰহ্মৰ কল লিষ্ট’ৰ আধাৰতে অভিযান চলাই অভিযানকাৰী দলটোৱে নুনমাটিৰ জ্যোতিনগৰৰ পৰা এছ। টি এফৰ কৰ্মচাৰীজনক আটক কৰা বুলি সূত্ৰটোৱে জনায়।

কাৰ কি যােগসূত্র?

শুৱালকুছিৰ বামুন্দী নিবাসী বাবুল দাসৰ পুত্ৰ কুশলে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী ব্রহ্মৰে মিলি উপ-পৰিদৰ্শক পদৰ চাকৰি প্ৰাৰ্থীৰ সন্ধানত দীর্ঘদিন ধৰি অভিযান অব্যাহত ৰাখে। এই অভিযানৰ জৰিয়তে লাখ লাখ টকাৰ বিনিময়ত একাংশ প্রার্থীক আগতীয়াকৈ পৰীক্ষা দিয়াৰ বাবে ধৃত ব্ৰহ্ম আৰু কুশলে মাফিয়া চক্ৰটোৰ নেতৃত্বৰ নিৰ্দেশত বাছনি কৰে।

লগতে সংশ্লিষ্টসকলে যাতে অসম নিযুক্তি ব’র্ডে নির্ধাৰণ কৰা দিন অর্থাৎ ২০ ছেপ্টেম্বৰৰ পূর্বে পৰীক্ষা দিব পাৰে, তাৰ সু-ব্যৱস্থাও কৰে দালাল চক্ৰটোৱে। ইয়াৰ আধাৰতে দালাল চক্ৰটোৱে ‘থেংক ইউ ল’জ’ৰ চাৰি স্বত্বাধিকাৰীক এই প্রক্রিয়াত চামিল কৰি লৈ লজৰ কম্পিউটাৰতে চাকৰিৰ পূর্বে ধন আদায় দিয়া প্রার্থীসকলৰ প্ৰৱেশ পত্র’ৰ আধাৰত সকলাে তথ্য মজুত কৰে ।

তদুপৰি উপ-পৰিদৰ্শক (এছ আই) পদৰ পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ বাবে যােৱা ১৯ ছেপ্টেম্বৰত লজখনত উপস্থিত হােৱা সংশ্লিষ্ট প্রার্থীসকলক সকলাে ধৰণৰ আল-পৈচান ধৰে ‘থেংক ইউ লজ’ৰ দুই কর্মচাৰী প্ৰৱজ্যোতি আৰু অশােকে । কেৱল সেয়াই নহয়, ধৃত কেউজন অভিযুক্তই নিজৰ নিজৰ পছন্দৰ প্রার্থীকে অবৈধভাৱে আগতীয়াকৈ অনুষ্ঠিত উপ-পৰিদৰ্শকৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ সুযােগ প্রদান কৰে ।

এই ক্ষেত্ৰত অন্যতম ভূমিকা গ্রহণ কৰে এছ টি এফৰ কৰ্মচাৰী সঞ্জীৱে। দালাল চক্ৰটোৰ অন্যতম সদস্য সঞ্জীৱে অকলে ৩৫জন চাকৰি প্ৰাৰ্থীক চাকৰি দিয়াৰ প্রলােভনেৰে ইতিপূর্বে বৃহৎ পৰিমাণৰ নগদ ধন আদায় কৰা বুলিও সূত্ৰটোৱে জনায়।

প্রশ্নকাকত ফাদিলৰ গােচৰত প্রাক্তন উপ-মহাপৰিদর্শক?

ইপিনে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ বাছনি পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ দৰে নিকৃষ্ট ঘটনাৰ লগত সাঙোৰ খাই পৰিছে আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক প্রশান্ত কুমাৰ দত্তৰ নাম। ইয়াৰ ভিত্তিতে চি আই ডিৰ অভিযানকাৰী দলে  সন্ধিয়াৰে পৰা প্ৰাক্তন উপ-মহাপৰিদৰ্শক দত্তৰ হেঙেৰাবাৰীস্থ বাসগৃহৰ লগতে লখৰাৰ হােটেল ভাৰ্গৱ গ্ৰেণ্ড, হােটেল ভাৰ্গৱ আৰু গণেশগুৰিৰ হােটেল ভাৰ্গৱত অভিযান চলায়।

অভিযানৰ সময়ত চি আই ডিৰ দলটোৱে অৱশ্যে সমগ্র ঘটনা সম্পর্কত জেৰা অব্যাহত ৰখাৰ পৰা বিৰত থাকে। চি আই ডিৰ এক সূত্রই  এই কথা সদৰী কৰি জনােৱা মতে, অসম আৰক্ষী নিযুক্তি ব’ৰ্ডত বিভিন্ন বিভাগৰ প্ৰশ্নকাকতৰ মাফিয়াৰাজ অব্যাহত ৰখা চক্ৰটোৰ লগত প্রত্যক্ষভাৱে জড়িত আছে প্রাক্তন উপ-মহাপৰিদৰ্শক দত্ত। প্রাক্তন উপ মহাপৰিদৰ্শক জনে নিয়ােগ কৰা দালালৰ জৰিয়তে আৰক্ষী উপ পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত লাভ কৰা বুলি চি আই ডিৰ জেৰাত স্বীকাৰ কৰে কাৰ্বি আংলঙৰ হীৰকজ্যোতিয়ে ।

ইয়াৰ পাছতে অভিযুক্ত দত্তক গ্রেপ্তাৰৰ পূর্বে প্রয়ােজনীয় তথ্য সংগ্রহৰ লক্ষ্যৰে আজি চি আই ডিয়ে মহানগৰীৰ চাৰি স্থানত অভিযান চলােৱা বুলি সূত্ৰটোৱে জনায়। প্রশ্নকাকত ফাদিলৰ লগত অভিযুক্ত দত্তৰ উপৰি ভালেসংখ্যক প্রাক্তন শীর্ষ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্য লাভ কৰা বুলি চি আই ডিয়ে জনাইছে।

পৰীক্ষাৰ প্রশ্নকাকত ক’ত পালে?

অসম আৰক্ষীত খালী হৈ থকা ৫৯১ টা উপ-পৰিদৰ্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ বাবে অসম আৰক্ষী নিযুক্তি ব’র্ডে ২০ ছেপ্টেম্বৰৰ দিনটো ধার্য কৰে। ইয়াৰ বাবে অসম আৰক্ষীৰ নিযুক্তি ব’র্ডে বন্ধ খামত সংশ্লিষ্ট পৰীক্ষা কেন্দ্রসমূহলৈ আগতীয়াকৈ প্ৰেৰণ কৰে প্রশ্নকাকত।

সংশ্লিষ্ট প্রশ্নকাকতসমূহৰ নিৰাপত্তাৰ দায়িত্ব প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ যদিও দালাল চক্ৰটোৱে নিৰ্ধাৰিত দিনৰ এদিন পূর্বে হাতে লিখা প্রশ্নকাকতৰে ‘থেংক ইউ ল’জ’ত উপ-পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰে। সংশ্লিষ্ট প্রশ্নকাকতসমূহৰ অসম আৰক্ষী নিযুক্তি ব’র্ডে বহিঃৰাজ্যৰ ছপাশালত ছপা কৰা প্রশ্নকাকতেৰে সম্পূর্ণ মিল আছে ।

ফলত সমগ্র প্রক্রিয়াটোৰ লগত যে অসম আৰক্ষী নিযুক্তি ব’র্ডৰে প্ৰত্যক্ষভাৱে জড়িত বিষয়া-কৰ্মচাৰী জড়িত আছে সেয়া এশ শতাংশই নিশ্চিত বুলি সূত্ৰটোৱে দাবী কৰে । ইয়াৰ বাবে উপ-পৰিদৰ্শক পদত বাছনিৰ বাবে নিযুক্তি ব’র্ডে আয়ােজন কৰি পৰৱৰ্তী সময়ত বাতিল কৰা পৰীক্ষাৰ প্রশ্নকাকত যুগুত কৰাৰ পৰা প্ৰশ্নকাকত চূড়ান্ত কৰালৈকে জড়িত প্ৰতিজন বিষয়া কৰ্মচাৰীৰ লগতে বহিঃৰাজ্যৰ নির্দিষ্ট ছপাশালৰ পৰা গ্ৰহণ কৰা চূড়ান্ত প্রশ্নকাকতৰ প্রতিলিপি যিসকলৰ হাতত পৰিছে, সেইসকলক সােধপােছ কৰাৰ প্ৰয়ােজন থকা বুলি সূত্ৰটোৱে জনায়।

অন্যথা অসম আৰক্ষী নিযুক্তি ব’র্ডত প্রশ্নকাকতৰ মাফিয়াৰাজ অব্যাহত ৰখা কুখ্যাত অপৰাধী চক্ৰটো উৎখাত কৰাটো কোনােপধ্যেই সম্ভৱ নহ’ব বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

প্রশ্নকাকতৰ মাফিয়াৰাজৰ নেতৃত্বত কোন?

আৰক্ষী নিযুক্তি ব’ৰ্ডৰে প্রত্যক্ষ সম্পর্ক থকা একাংশ লােকে দীর্ঘদিন অব্যাহত ৰাখিছে প্রশ্নকাকতৰ মাফিয়াৰাজ । এই প্রক্রিয়াৰ লগত শীর্ষ আৰক্ষীৰ লগতে ৰাজনৈতিক পৃষ্ঠপােষকতা থকা একাংশ লােকৰ নামাে চৰ্চালৈ আহিছে। অৱশ্যে সংশ্লিষ্টসকল প্রশ্নকাকত ফাদিলৰ লগত প্রত্যক্ষভাৱে জড়িত হয় নে নহয়, সেয়া তদন্ততহে স্পষ্ট হ’ব বুলি আৰক্ষীয়ে জনায়।

কাৰ জিম্মাৰ পৰা কি জব্দ কৰিলে?

মহানগৰ আৰক্ষীৰ অপৰাধ কোষে এছ টি এফৰ কৰ্মচাৰী সঞ্জীৱৰ বাসগৃহত অভিযান চলাই ৩৫জন প্রার্থীৰ প্ৰৱেশ পত্ৰৰ লগতে জলসিঞ্চন বিভাগৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ আৰু উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাৰ প্রশ্নকাকত জব্দ কৰে ।

লগতে ‘থেংক ইউ ল’জ’ৰ চাৰি স্বত্বাধিকাৰীৰ জিম্মাৰ পৰা উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাৰ হাতে লিখা । প্রশ্নকাকতৰ লগতে লজৰ কম্পিউটাৰৰ চি পি ইউ, হার্ড ডিস্ক, পৰীক্ষাগৃহত ব্যৱহাৰ কৰা ব’র্ড, পেঞ্চিল আদিকে ধৰি বিভিন্ন সামগ্রী জব্দ কৰা বুলি সূত্ৰটোৱে জনায়।

পৰীক্ষা গৃহত বর্ড-পেঞ্চিলৰ প্রয়ােজন কি?

উল্লেখ্য যে অবৈধভাৱে ল’জত অনুষ্ঠিত লিখিত পৰীক্ষাৰ অধিকাংশ প্রার্থীৰে সংশ্লিষ্ট প্রশ্নকাকতৰ আধাৰত উত্তৰ লিখাৰ সামর্থ নাই। সংশ্লিষ্ট প্রার্থীসকলে যাতে পৰীক্ষাত অনুতীর্ণ নহয় তথা ভৱিষ্যতে পৰীক্ষাৰ উত্তৰ বহীসমূহ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰিলেও প্রার্থীসকলৰ হস্তাক্ষৰৰ লগত সম্পূর্ণ মিল থাকে, সেয়া নিশ্চিতকৰণৰ বাবে দালাল চক্ৰটোৱে প্ৰতিটো প্ৰশ্নৰ উত্তৰ পেঞ্চিলেৰে ব’ৰ্ডত লিখি দিয়ে ।

পাছত সংশ্লিষ্ট চাকৰি প্ৰাৰ্থীসকলে ব’র্ডৰ পৰা চাই চাই উত্তৰ বহীত লিখাৰ কথাও দালাল তথা অন্যতম প্রার্থী ধৃত কুশলে জেৰাত স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জনায়।

ৰৌ-বৰালি জালত পৰিবনে?

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পর্কত চি আই ডি আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ১২০(খ)/৪০৯ আৰু তথ্য-প্রযুক্তি আইনৰ ৬৬(খ) ধাৰাৰ অধীনত ২১/২০২০ নম্বৰ গােচৰত চি আই ডিয়ে গ্রেপ্তাৰ কৰে কাৰ্বি আংলঙৰ হীৰকজ্যোতি বৰুৱাক। লগতে মহানগৰ আৰক্ষীৰ অপৰাধ কোষ আৰক্ষী থানাত ৰুজু হৈ থকা ১৩/২০২০ গােচৰত যুগনী ব্রহ্ম আৰু কুশলক গ্রেপ্তাৰ কৰিলেও সংশ্লিষ্ট গােচৰৰ তালিকা দীঘলীয়া হােৱাৰ পূর্ণ সম্ভাৱনা আছে ।

অৱশ্যে নিৰপেক্ষ তদন্ত অবিহনে প্রশ্নকাকতৰ মাফিয়াৰাজ অব্যাহত ৰখা ৰেী বৰালিক জালত পেলােৱাটো সম্ভৱ নহয় বুলিও আৰক্ষীয়ে জনায়। এই সমগ্র বিষয়টো স্বচ্ছ আৰু নিকা প্রশাসনৰ শ্ল’গান সততে আওৰাই থকা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ওপৰতে নিৰ্ভৰ কৰিব বুলি সূত্ৰটোৱে জনায় ।

ইপিনে, নিযুক্তিৰ নামত অনুষ্ঠিত বাছনি পৰীক্ষা ইয়াৰ আগেয়ে এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু সহযােগীসকলে অনুৰূপ প্ৰক্ৰিয়াৰে ল’জ, হােটেল আদিত পৰীক্ষা অনুষ্ঠিত কৰাৰ নজিৰ থকালৈ চাই আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ লগত বিভিন্ন ক্ষেত্ৰৰ প্ৰভাৱশালী ব্যক্তি জড়িত থকা বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

বামুন্দীৰ পৰা তিনিজনক আটক

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ লগত সংঘটিত বৃহৎ জালিয়াতিত জড়িত থকাৰ অভিযােগত কামৰূপ জিলাৰ বামুন্দী অঞ্চলৰ তিনিজন যুৱক কৰায়ত্ত হােৱা ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে। যােৱা নিশা মহানগৰ আৰক্ষীৰ অপৰাধ কোষে আটক কৰা যুৱক তিনিজন ক্রমে প্রয়াত ভাৰত কলিতাৰ পুত্ৰ চন্দন কলিতা, বাবুল দাসৰ পুত্ৰ কুশল দাস আৰু গাড়ী চালক ধনেশ্বৰ দাস ।

আনহাতে, অপৰাধ কোষৰ অভিযানৰ পূর্বে বামুন্দী ৰতিকান্ত চতুষ্পাঠী সংস্কৃত টোলৰ সহকাৰী শিক্ষক কুমুদ কলিতা আৰু ৰিংকু কলিতাই পলায়ন কৰে । উল্লেখ্য যে শিক্ষক কুমুদ কলিতাই কংগ্ৰেছৰ শাসন কালতাে চাকৰিৰ দালালি আৰু বিভিন্ন কেলেংকাৰিত জড়িতৰ অভিযােগ সর্বজনবিধিত। ইতিমধ্যে কলিতা আৰু চালক দাসক জেৰাৰ পাছত যাবলৈ দিছে। পাছত কুশলক গ্রেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArrestAssamSI Exam
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d