Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পি কে দত্তক কোনে দিছিল প্ৰশ্ন কাকত?

publisher by publisher
September 26, 2020
in Assam, News
Reading Time: 1 min read
0
পি কে দত্তক কোনে দিছিল প্ৰশ্ন কাকত?
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

একাধিক বিভাগত সংঘটিত হেজাৰ কোটিটকীয়া বিয়াগোম কেলেংকাৰি গোচৰৰ দৰে আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নককত ফাদিলৰ তদন্ত প্ৰক্ৰিয়াও আধাতে অন্ত পৰিব নেক? নে প্ৰশ্ন কাকত ফাদিল কৰা চক্ৰটোৱে মূল অভিযুক্ত চিনাক্ত নোহোৱাকৈয়ে থাকি যাব? অসম আৰক্ষীৰ উপ আৰক্ষীৰ উপ পৰিদৰ্শক (এছ আই)পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সম্পৰ্কত অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত চি আই ডি থানাত ভাৰতীয় দণ্ড বিধিৰ ১২০ (খ)/৪০৯আৰু তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৬(খ)ধাৰাৰ অধীনত ৰুজু কৰা ২১/২০২০ নম্বৰ গোচৰৰ তদন্তৰ ৰেহৰূপ দেখিয়েই উত্থাপিত হৈছে এনে প্ৰশ্ন ৷

ADVERTISEMENT

আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংশ্লিষ্ট পৰীক্ষা বাতিল কৰি এমাহৰ ভিতৰত নতুন প্ৰশ্নকাকতৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে ৷লগতে সমগ্ৰ ঘটনাত জড়িত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবেওমুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷ ইয়াৰ ভিত্তিতে অসম আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰ দাখিল কৰা এজাহাৰৰ ভিত্তিত ২১/২০২০ নম্বৰত এক গোচৰ ৰজু কৰি যোৱা ২০ ছেপ্টম্বৰৰ পৰা চি আই ডি য়ে আৰম্ভ কৰে প্ৰশ্নকাকত ফাদিল সম্পৰ্কত তদন্ত প্ৰক্ৰিয়া ।

কিন্তু সুদীৰ্ঘ পাঁচ দিন অতিক্ৰম কৰাৰ পাছতো এই ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো দূৰৈৰ কথা,এই পৰ্যন্ত এই সম্পৰ্কত কোনো শুংসূত্ৰই উলিয়াব পৰা নাই । বৰঞ্চ তদন্তৰ নামত চি আই ডিয়ে বিগত পাঁচদিন ধৰি ঘূৰি ফুৰিছে বৃত্তৰ তালিকাত  ৷ ফলত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ মূল অভিযুক্তসকল জালত নপৰিব বুলি সাধাৰণ ৰাইজৰ মাজত আশংকাৰ সৃষ্টি হৈছে ।

অসম আৰক্ষীৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত স্বয়ং আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰ তথ্য ইতিপূৰ্বে লাভ কৰিছে চি আই ডিয়ে । অথচ ইয়াৰ পাছতো সংশ্লিষ্ট গোচৰৰ তদন্ত প্ৰক্ৰিয়া কেৱল প্ৰাক্তন উপ পৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্তকেন্দ্ৰিক কৰি চি আই ডিৰ আগুৱাই নিছে । ফলত চি আই ডিৰ তদন্ত প্ৰক্ৰিয়া প্ৰাক্তন উপ পৰিদৰ্শক দত্তৰ পাছত আগলৈ আগবঢ়াৰ সম্ভাৱনা তেনেই ক্ষীণ হৈ পৰা বুলিও সূত্ৰটোৱে জনায় ৷

উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়ে জনৈক গৌতম মেছে প্ৰথমতে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰক অৱগত কৰে ৷ ইয়াৰ পাছত কুমাৰে বিজেপি নেতা দ্বিবন ডেকা আৰু জনৈক গৌতম মেছক লগত লৈ সমগ্ৰ ঘটনা সম্পৰ্কত চি আই ডি থানাত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত ৰজু কৰা গোচৰৰ ভিত্তিতে খেৰণি আৰক্ষীয়ে যোৱা ২১ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ হীৰকজ্যোতি বৰুৱাক আটক কৰি চি আই ডিক গতাই দিয়ে ৷

পাছত চি আই ডিয়ে উপ পৰিদৰ্শক পদৰ অন্যতম প্ৰাৰ্থী হীৰকজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি সোধপোছ আৰম্ভ কৰে ৷আৰু উক্ত সোধপোছৰ অন্তত প্ৰাক্তন উপ পৰিদৰ্শক দত্তই হোৱাটছএপৰ জৰিয়তে প্ৰশ্নকাকত প্ৰতিলিপি বিভিন্ন প্ৰাৰ্থীলৈ প্ৰেৰণৰ তথ্য পোহৰলৈ আহে ।ইয়াৰ পাছৰে পৰা চি আই ডিয়ে এই পৰ্যন্ত দত্তক কেন্দ্ৰ কৰি অব্যাহত ৰাখে তদন্ত প্ৰক্ৰিয়া ৷ কিন্তু পি কে দত্তই কোন সূত্ৰৰ জৰিয়তে পৰীক্ষাৰ প্ৰশ্নকাকত লাভ কৰিলে সেই তথ্য উদ্ধাৰ হোৱা নাই ।

ইতিমধ্যে এই কথা স্পষ্ট হৈ উঠিছে যে এই প্ৰশ্নকাকত ফাদিলৰ আঁৰত ৰাজনৈতিক পৃষ্ঠপোষকতাপ্ৰাপ্ত আৰক্ষীৰে উচ্চস্তৰীয় বিষয়া জড়িত হৈ আছে ৷ এনে এক সূত্ৰৰ পৰাই কুখ্যাত পি কে দত্তই প্ৰশ্নকাকত সৰকাবলৈ সক্ষম হৈছিল বুলি সন্দেহৰ সৃষ্টি হৈছে ৷তেন্তে এই সূত্ৰসমূহ আৰক্ষীৰ তদন্তত ধৰা পৰিবনে সেয়াই মূল প্ৰশ্ন।

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰা বিজেপি নেতা দ্বিবন ডেকাৰ সন্ধানত পৃথকে পৃথকে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলায় চি আই ডি আৰু মহানগৰ আৰক্ষীৰ অপৰাধ কোষে।হোটেল ভাৰ্গৱৰ প্ৰৱন্ধক ৰাহুল ডেকা,বামুন্দীৰ কুশল দাস আৰু থেংক ইউ ল’জৰ অন্যতম স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত চি আই ডিৰ অভিযানত মহানগৰীৰ চচলৰ ৰাধা নগৰস্থিত “পেলেছিয়া পাৰ্ক” ৰ ব্লক ১ৰ ৬চি নম্বৰ ফ্লেটত তালাচী চলায় ।

আনহাতে বহিঃৰাজ্যত আত্মগোপন কৰা বুলি ফেচবুকৰ জৰিয়তে আপডেট দিয়া বিজেপি নেতা ডেকাৰ সন্ধানত মহানগৰ আৰক্ষীৰ কোষেও দিছপুৰৰ জটীয়াৰ কৃষ্ণা এপাৰ্টমেণ্টত অভিযান চলায় । উল্লেখযোগ্য যে কৃষ্ণা এপাৰ্টমেণ্টত বিজেপি নেতা জনৰ বন্ধু ৰাজীৱ ভড়ালীয়ে ভাড়াত লোৱা ফ্লেটটো শিলচৰৰ বাবুল হকৰ নামত আছে বুলিও আৰক্ষীয়ে অৱগত কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d