Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিমলুগুৰিৰ চিকিৎসক, সমাজসেৱক, বিজেপি নেতা ডাঃ প্ৰবীণ কোঁৱৰ পৰলোকপ্ৰাপ্তি

publisher by publisher
September 27, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
শিমলুগুৰিৰ চিকিৎসক, সমাজসেৱক, বিজেপি নেতা ডাঃ প্ৰবীণ কোঁৱৰ পৰলোকপ্ৰাপ্তি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

নাজিৰা মহকুমাৰ জ্যেষ্ঠ চিকিৎসক শিমলুগুৰিৰ নিবাসী ডাঃ প্ৰবীণ কোঁৱৰে আজি পুৱতি নিশা ডিব্রুগড় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে নাজিৰা মহকুমাৰ ৰহদৈ আদাবাৰী সন্দিকৈ গাঁৱৰ নিবাসী প্ৰয়াত বপাৰাম কোঁৱৰ আৰু প্ৰয়াত জালিতা কোঁৱৰৰ পুত্ৰ ডাঃ প্ৰবীণ কোঁৱৰে অসমৰ বিভিন্ন ঠাইত চৰকাৰী চিকিৎসক ৰূপে কৰ্মজীৱন আগবঢ়োৱা ডাঃ কোঁৱৰে পিছলৈ নাজিৰা স্বাস্থ্য কেন্দ্ৰত বদলি সূত্ৰে যোগদান কৰে ।

ADVERTISEMENT

নাজিৰাৰ এই স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলক স্বাস্থ্য সেৱা কৰি যোৱা সমান্তৰালকৈ সমাজসেৱাও কৰি যায় । নাজিৰা -শিমলুগুৰি উন্নয়ণৰ ক্ষেত্ৰত অহৰহ চেষ্টা কৰা ডাঃ কোঁৱৰে বিভিন্ন দল সংগঠনৰ লগত জড়িত হোৱাৰ উপৰিও এগৰাকী নাট্যকাৰ , অভিনেতা হিচাপেও পৰিচিত আছিল । নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদকৰ পদ অলংকৃত কৰাৰ লগতে নাজিৰা নাট্য মন্দিৰ , শিমলুগুৰি নাট্যমন্দিৰ, নাগৰিক মঞ্চ, ইন্দৰ ষ্টেডিয়াম আদিকে ধৰি অৰ্ধ শতাধিক মঞ্চ সংগঠন আদিত জড়িত আছিল ডাঃ কোঁৱৰ ।

আনহাতে শিমলুগুৰি নগৰ সমিতি গঠনৰ ক্ষেত্ৰতো আগভাগ লোৱা ডাঃ প্ৰবীণ কোঁৱৰে চিকিৎসা সেৱা কৰি যোৱা সময়তেই অসমৰ এগৰাকী কংগ্ৰেছৰ প্ৰবীন ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সান্নিধ্যলৈ আহি ৰাজনীতিৰ আদিপাঠ শিকি ৰাজনীতিৰ লগত জড়িত হৈ পৰে । পৰৱৰ্তী সময়ত ডাঃ কোঁৱৰে চৰকাৰী চিকিৎসকৰ পদবীৰ পৰা স্বেচ্চামূলক অৱসৰ লৈ নাজিৰা বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলে ।

উক্ত সময়ত কংগ্ৰেছৰ পৰা টিকট নোপোৱাত ডাঃ কোঁৱৰে তেওঁৰ সহধৰ্মীনি জুৰি কোঁৱৰক নিৰ্দলীয় হিচাপে সমষ্টিটোত প্ৰক্ষেপ কৰে । অৱশ্যে জুৰি কোঁৱৰ পৰাজিত হয় আৰু তাৰ পিছতেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ গেৰুৱা দলটোত যোগদান কৰে ডাঃ প্ৰবীণ কোঁৱৰে । বিজেপিত যোগদান কৰা ডাঃ কোঁৱৰে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টা চলাইছিল । এই দলত কাম কৰি যোৱাৰ সময়তেই প্ৰায় এবছৰৰ পূৰ্বে বৃক্ক ৰোগত আক্ৰান্ত হৈ নতুনকৈ বৃক্ক সংৰূপন কৰে ।

এনে এক জটিল অষ্ট্ৰোপচাৰ হোৱাৰ পিছতো গেৰুৱা দলটোৰ সাংগাঠনিক দিশটো তনকিয়াল কৰিবৰ বাবে অসুস্থত শৰীৰেই নিৰলসভাৱে কাম কৰি যায় । ব্যক্তিগত চেম্বাৰত চিকিৎসা সেৱা , দল সেৱা আগবঢ়াই যোৱাৰ সময়তেই হঠাৎ শাৰীৰিক অসুস্থতাত ভোগে আৰু ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় যদিও পিছত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হয় । চিকিৎসা চলি থকাৰ সময়তেই আজি পুৱতি নিশা ৩-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসকগৰাকীয়ে ।

ইফালে ক’ভিদত মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰাত বিশিষ্ট সমাজসেৱক ডাঃ প্ৰবীণ কোঁৱৰক ওচৰৰ পৰা অন্তিম শ্ৰদ্ধা জনোৱাৰ পৰা বিৰত থাকিব লগা হয় দল সংগঠন, ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি শতাধিক গুণমুগ্ধ । মৃত্যুৰ সময়ত ডাঃ কোঁৱৰে ইহ সংসাৰত পত্নী, দুই কন্যা, ভগ্নীকে ধৰি আত্মীয় স্বজনক এৰি থৈ যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Nazira
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d