Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নগালেণ্ড ভাৰতৰ বাহিৰত ! অভব্য মন্তব্য কৰি সমালোচনাৰ সন্মুখীন ‘ফ্লিপকাৰ্ট’

publisher by publisher
October 11, 2020
in India, MarketOn&Off, News
Reading Time: 1 min read
0
নগালেণ্ড ভাৰতৰ বাহিৰত ! অভব্য মন্তব্য কৰি সমালোচনাৰ সন্মুখীন ‘ফ্লিপকাৰ্ট’
1
SHARES
5
VIEWS
ShareShareShareShare

নগালেণ্ডত নিজ সেৱা আগবঢ়োৱাৰ পৰা বিৰত আছে ‘ফ্লিপকার্ট’। কিয়নাে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখন হেনাে ভাৰতৰ সীমাৰ বাহিৰত অৱস্থিত। জনপ্রিয় ই-কমার্চ ছাইটৰ এনে এক মন্তব্যক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তােলপাৰ লাগিছে। এনে কাৰণত একাংশ ৰােষৰাে সম্মুখীন হ’বলগীয়া হৈছে বহুঃৰাষ্ট্ৰীয় এই প্রতিষ্ঠানটো। অৱশ্যে নিজৰ ভুল বুজিব পাৰি ততাতৈয়াকৈ ক্ষমা বিচাৰে ফ্লিপকার্ট কর্তৃপক্ষই। ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ সমালােচনা হলেও বিশেষ ক্ষতিৰ সন্মুখীন নহ’ল ফ্লিপকার্ট।

ADVERTISEMENT

WhatsApp Image 2020 10 11 at 2.55.55 PM

RelatedPosts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

Messive Wildfire Broke in Dzukou Valley:নগালেণ্ডৰ জক’ উপত্যকাৰ বনজুই বিয়পিল মণিপুৰলৈ

ব্লিংকিটৰ পদ অনুসৰণ কৰিলে আৰু তিনিটা ই-কমাৰ্চ সংস্থাই!

উল্লেখ্য যে বৰ্তমানৰ উৎসৱৰ বতৰৰ প্রতি লক্ষ্য ৰাখি ‘বিগ-বিলিয়ন ডে’ৰ ‘অফাৰ আৰম্ভ কৰিছে ফ্লিপকার্টে। এই অফাৰক লৈ ছ’চিয়েল মিডিয়াত বিস্তাৰিতভাৱে প্ৰচাৰত নামি পৰিছে ই-কমার্চ ছাইটটো। ফ্লিপকার্টৰ ফেচবুক পেজত নগালেণ্ডৰ এজন গ্রাহকে অভিযােগ কৰে যে তেওঁলােকৰ ৰাজ্যত ফ্লিপকার্টৰ সেৱা লাভ নকৰে ৷ কিয় এনে হয় সেই কথাও জানিবলৈ বিচাৰে গ্ৰাহকজনে ।

উত্তৰত ফ্লিপকার্টে কয়, ‘বিষয়টো জানিবলৈ পাই বেয়া লাগিল। আপােনাৰ সামগ্রী ক্ৰয়ৰ আগ্রহক আমি সম্মান জনাইছাে। কিন্তু আমাৰ চাৰ্ভিছ প্রভাইডাৰৰ দ্বাৰা ভাৰতৰ বাহিৰত সামগ্ৰী যোগান ধৰা নহয়।’ সমগ্ৰ বিষয়টো ডিমাপুৰৰ এক সংবাদগোষ্ঠীৰ দ্বাৰা প্ৰথমে পোহৰলৈ অনা হয়। ফ্লিপকাৰ্টৰ উত্তৰৰ ‘স্ক্ৰিনশ্বট’টো ছ’চিয়েল মিডিয়াত পষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। এনে সম্ভাব্যৰ পৰা ফ্লিপকাৰ্টে তীব্ৰ নিন্দা গৰিহণাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

তীব্ৰ বিতৰ্কৰ মাজতে ফ্লিপকাৰ্টৰ পৰা প্ৰদান কৰা উত্তৰ ডিলিট কৰাও হয় । কিন্তু উত্তৰ মচি পেলােৱাৰ পূর্বে বহুতে “স্ক্রিনশ্বট” লৈ পেলাইছিল । ছ’চিয়েল মডিয়াত এই সন্দৰ্ভত মন্তব্য কৰাসকলে মূলতঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দেশৰ মূল খণ্ডৰ লােকসকলৰ বৈষম্যৰ প্রতিফলন বুলিয়ে ক’ব বিচাৰে। ছ’চিয়েল মিডিয়াত ফ্লিপকার্টক এই সন্দৰ্ভত উপলুঙা কৰাও পৰিলক্ষিত হৈছে।

দেশৰ একাংশ লােকৰ মাজত থকা সচেতনতাৰ অভাৱৰাে এই ঘটনাই উদঙাই দিয়ে। দেশৰ চাৰিসীমাক লৈ থকা অজ্ঞতাকো ঘটনাটোৱে পােহৰলৈ আনে । বিশিষ্ট নগা সংগীতজ্ঞ এলব’ নাগাই বিষয়টোত ৰগৰ কৰি কয়, ‘ধন্যবাদ ফ্লিপকার্ট, আমাৰ ভৱিষ্যৎ তথা আহিবলগীয়া স্বাধীনতাৰ বিষয়ে জনােৱা বাবে। নগালেণ্ড এখন নতুন দেশ, এতিয়া অন্ততঃ আমি তেনেদৰে ভাবিব পাৰিম।’

বিষয়টোত নগালেণ্ডৰ সীমান্ত শাখাৰ আৰক্ষী সঞ্চালক প্রধান ৰূপিন শর্মাই প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে ফ্লিপকার্টৰ প্ৰচেষ্টাত আমি নতুন অভিজ্ঞতা লাভ কৰিলাে। কিন্তু নগালেণ্ড ভাৰতৰেই ফ্লিপকার্ট। ৰাজ্যখনৰ বিখ্যাত হলি উৎসৱ চাবলৈ আহিবলৈ শৰ্মাই একেটা মন্তব্যতে সকলােৰে প্রতি আহ্বান জনায়। ছ’চিয়েল মিডিয়াত অধিকাংশই ঘটনাটোক ‘লজ্জাজনক’ আখ্যা দিয়ে।

একাংশৰ মতে ভাৰতৰ দৰে বিশাল দেশ এখনত বজাৰ দখলৰ পূর্বে দেশখনৰ ভূগােল-ইতিহাসৰ বিষয়ে ন্যূনতম জ্ঞান অর্জন কৰি লােৱা উচিত আছিল। নগালেণ্ডক ভাৰতৰ বাহিৰৰ বুলি কোৱাৰ দৰে ভুলৰ বাবে ফ্লিপকার্টক ক্ষমা কৰিবও নােৱাৰি।

নিজৰ ফেচবুক পেজত বিতর্কৰ অৱসান বিচাৰি ফ্লিপকার্টে কয়, “এইটো অনিচ্ছাকৃত ভুল। তাৰ বাবে আমি ক্ষমা প্রার্থী। ভৱিষ্যতে আৰু এনে ভুল নহয়। যােৱা জুলাইত ফ্লিপকার্টৰ দ্বাৰা এবিধ খাদ্যক ৰাজ্যখনৰ পৰম্পৰাগত খাদ্য হিচাপে ক’ব বিচৰাক লৈও আন এক বিতৰ্কৰ সূচনা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FlipkartNagaland
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d