Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধত ভাৰতত বৃদ্ধি পালে শিশু সৰবৰাহ

publisher by publisher
October 13, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
তলাবন্ধত ভাৰতত বৃদ্ধি পালে শিশু সৰবৰাহ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কেন্দ্রীয় চৰকাৰে যােৱা মাৰ্চৰ অন্তিমভাগত দেশজুৰি তলাবন্ধ ঘােষণা কৰিছিল । ৰাষ্ট্ৰীয় সংবাদপত্র ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ অনুসন্ধানমূলক এক প্রতিবেদনত প্রকাশ পােৱা তথ্য অনুসৰি তলাবন্ধৰ সময়ছােৱাত বহু লােকে কর্মসংস্থাপন হেৰুৱাইছিল আৰু বহু পৰিয়াল চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল ।

ADVERTISEMENT

ইয়াৰ ফলত ভাৰতত শিশু সৰবৰাহৰ ঘটনা যথেষ্ট বৃদ্ধি পায় বুলি সংবাদপত্ৰখনে প্রকাশ কৰিছে । তলাবন্ধৰ সময়ত শিশুক বেআইনী কাম-কাজত নিয়ােগ কৰা আৰু কম বয়সতে বিবাহ সম্পন্ন কৰাৰ ঘটনা সংঘটিত হৈছিল বুলি সংবাদপত্ৰখনে প্রস্তুত কৰা প্রতিবেদনত উল্লেখ কৰিছে ।

মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে আৰম্ভ কৰা চাইল্ড হেল্পলাইন নম্বৰ ১০৯৮ লৈ এই সময়ছােৱাত ২৭ লাখ ফোনকল আহিছিল । এই ফোন লাভ কৰি কর্মীসকলে এক লাখ ৯২ হেজাৰ ফোনকলৰ ক্ষেত্ৰত প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ৰ বিষয়াই লাভ কৰা তথ্য অনুসৰি যােৱা পাঁচ মাহত দেশত ১০ হেজাৰ বাল্য বিবাহ সম্পন্ন হােৱাৰ তথ্য পােৱা গৈছিল ।

মন্ত্রণালয় সূত্রই তলাবন্ধত দেশত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পােৱাৰ কথা প্রকাশ কৰি কয়, ‘শিশু আৰু যুৱ প্রজন্ম সহজে অপৰাধীৰ জালত পৰে । এবাৰ সৰবৰাহৰ বলি হ’লে সেই ব্যক্তি নানা ধৰণৰ অন্যায়ৰ ভুক্তভােগী হয় । বহুতকে যৌন ব্যৱসায়ত জড়িত কৰােৱা হয়। আন বহুতকে আকৌ ভিক্ষা বৃত্তিত ব্যৱহাৰ কৰা হয় । একাংশক বলপূর্বক বিবাহাে সম্পন্ন কৰি দিয়া হয় ।

চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেচনৰ কর্মীয়ে সৰবৰাহ হােৱা এনে বহু শিশুক তলাবন্ধৰ সময়ছােৱাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তলাবন্ধত ৰাজস্থানত তিনিখন বাছৰ পৰা এইদৰে সৰবৰাহ চক্ৰৰ হাতৰ পৰা ১০টা শিশুক চাইল্ডলাইনে উদ্ধাৰ কৰিছিল । তলাবন্ধৰ সময়ত শিশুৰ অবৈধ সৰবৰাহ বৃদ্ধি পােৱাৰ অন্যতম এক কাৰণ আছিল এই সময়ছােৱাত বাটপথত মানুহৰ সংখ্যা তেনেই নগণ্য আছিল আৰু সেয়েহে সৰবৰাহকাৰী চক্রই সহজে শিশুক জালত পেলাবলৈ সফল হৈছিল ।

জনসমাগম তেনেই সীমিত হােৱা হেতুকে তলাবন্ধৰ সুযােগ লৈ সৰবৰাহকাৰী চক্রই শিশুক এখন ঠাইৰ পৰা আন ঠাইলৈ নানা প্রলােভনৰে সৰবৰাহ কৰাৰ লগতে বাল্য বিবাহৰ দৰে ঘটনাও সংঘটিত কৰিছিল । মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে ইতিমধ্যে দেশত শিশুৰ সৰবৰাহ ৰােধ বাবে ৰাজ্য চৰকাৰসমূহক কঠোৰ সতর্কতামূলক ব্যৱস্থা ল’বলৈ নির্দেশ দিছে ।

তলাবন্ধৰ পাছত এতিয়া দেশৰ বিভিন্ন উদ্যোগ আৰু কল-কাৰখানাসমূহ পুনৰ মুকলি কৰা হৈছে আৰু বৰ্তমানৰ সময়ত এনেবােৰ উদ্যোগত সস্তীয়া শ্ৰমিকৰ প্ৰয়ােজন হৈছে । এই দিশলৈ চাই উদ্যোগ আৰু কল-কাৰখানাই শিশু শ্রমিক নিয়ােগ কৰাৰ যথেষ্ট শংকা আছে । সেয়েহে আগন্তুক সময়ত দেশত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পাব পাৰে বুলিও চাইল্ডলাইন ইণ্ডিয়াই শংকা প্রকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaLockdown
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d